বড়ো ভাষা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
বড়ো
बर’
কোৱা হয় ভাৰতঅসমৰ লগতে নেপালৰ কিছুসংখ্যক সৰু সৰু জনগোষ্ঠীৰ মাজত
Ethnicity বড়ো জনগোষ্ঠী
স্থানীয় ভাষিক ১৫.৪০ লাখ (২০০৭)
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 brx

বড়ো ভাষা (দেৱনাগৰী: बर’ राव) বড়ো জনগোষ্ঠীৰ মাতৃভাষা। বড়ো ভাষভাষী লোক অসমৰ উপৰিও নেপাল, ভূটান আৰু বাংলাদেশ পৰ্য্যন্ত ব্যাপ্ত বুলি জনা যায়। বড়ো এটা তিব্বত-বৰ্মা পৰিয়ালৰ ভাষা আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো তিব্বত-বৰ্মীয় ভাষাৰ ভিতৰত এই ভাষা কওঁতাৰ সংখ্যা বেছি। ২০০১ চনৰ তথ্যমতে ভাৰতত বড়ো ভাষা কোৱা লোকৰ জনসংখ্যা হ'ল ১,৩৫০,৪৭৮ জন আৰু নেপালত ৩,৩০১ জন।


[সম্পাদনা কৰক] বহিঃসংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত