ভাৰত চৰকাৰ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| ভাৰত গণতন্ত্ৰ |
|---|
|
Part of the series
ভাৰতৰ ৰাজনীতি আৰু চৰকাৰ |
|
|
|
State legislature: |
ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰনকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মূখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মূখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।
ভাৰত দেশৰ নাগৰিক সকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক পক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ পক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মান হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, কাৰ্যপালিকা, বিধায়িকা আৰু ন্যায়পালিকাৰ অন্তৰ্গত কাম কৰে।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- Official Portal of the Indian Government
- Highest Executive, Judiciary and Legislative officers in India