| পদ্মশ্ৰী |
 |
| বঁটাৰ তথ্য |
| প্ৰকাৰ |
অসামৰিক |
| শ্ৰেণী |
ৰাষ্ট্ৰীয় |
| প্ৰতিষ্ঠা |
1954 |
| প্ৰথমবাৰ প্ৰদান |
1954 |
| অন্তিমবাৰ প্ৰদান |
2010 |
| মুঠ প্ৰদানৰ সংখ্যা |
2420 |
| প্ৰদানকৰ্তা |
ভাৰত চৰকাৰ |
| বঁটাৰ মৰ্যদা |
| পদ্মভূষণ ← পদ্মশ্ৰী → <নাই> |
পদ্মশ্ৰী ভাৰতৰ চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে]] এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
২০০৯ চনলৈকে মুঠ ২২৫৫ জন ব্যক্তিয়ে এই সম্মান লাভ কৰিছে।[1]
ইয়াৰ স্মাৰকটোও পদ্ম বিভূষণ আৰু পদ্মভূষণ থকা স্মাৰকটোৰ দৰেই৷ ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়৷ আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে৷ পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।
[সম্পাদনা কৰক] পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা
|
|
|
| অসামৰিক |
|
আন্তৰ্জাতিক
|
|
|
|
জাতীয়
|
|
|
|
ক্ষেত্ৰভিত্তিক
|
|
সাহিত্য
|
|
|
|
চলচ্চিত্ৰ
|
|
|
|
অনান্য কলা
|
|
|
|
ক্ৰীড়াভিত্তিক
|
|
|
|
|
|
| সামৰিক |
|
যুদ্ধসংক্ৰান্তীয়
|
|
|
|
শান্তিসংক্ৰান্তীয়
|
|
|
|
বিশেষ সেৱা
|
|
|
|
অনান্য
|
|
|
|