অসমীয়া শিশু আলোচনীসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসমীয়া শিশু আলোচনী সমূহৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰাক স্বাধীনতা কাল[সম্পাদনা কৰক]

ক্ৰমিক নং আলোচনী সম্পাদক প্ৰথম প্ৰকাশ
ল'ৰা বন্ধু কৰুণাভিৰাম বৰুৱা ১৮৮৮
অকণ হেমকান্ত গোস্বামী ১৯১৫
অকণ হেমকান্ত গোস্বামী ১৯২৩
অৰুণ মহাদেৱ শৰ্মা ১৯২৭
আমাৰ দেশ তুলসী নাৰায়ণ শৰ্মা ১৯৩১
পখিলা হৰেন্দ্ৰ নাথ শৰ্মা ১৯৩৩
ন-জোন নীলমণি ফুকন ১৯৩৪

৫০-৭০ দশক[সম্পাদনা কৰক]

ক্ৰমিক নং আলোচনী সম্পাদক প্ৰথম প্ৰকাশ
অকণ বিৰিঞ্চি কুমাৰ বৰুৱা ১৯৪৮
কাঁচি জোন এম ইব্ৰাহিম আলি ১৯৫১
দীপক গৌৰীকান্ত তালুকদাৰ ১৯৫৪
জোনবাই নৱকান্ত বৰুৱা ১৯৬১
বিজ্ঞান জেউতি মিনধৰ বৰঠাকুৰ ১৯৬১
মইনা জাহিদ চৌধুৰী ১৯৬২
ন-জেউতি হলধৰ শৰ্মা ১৯৬৫
আমাৰ ঘৰ জগত চেতিয়া ১৯৬৫
নতুন বেলি জন্‌ছ মহলীয়া ১৯৬৭
১০ বাল্য জেউতি ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰী ১৯৬৮
১১ ভাইটী-ভনীটি দেবযানী চলিহা ১৯৬৮
১২ ৰ'দালী সুৰেশ চন্দ্ৰ ৰাজখোৱা ১৯৬৮
১৩ আকাশ প্ৰীতি বৰুৱা ১৯৭১
১৪ কাকলি ৰুচিনাথ শৰ্মা, অশ্বিনী কুমাৰ শৰ্মা ১৯৭২
১৫ চান্দমামা বি. নাগি ৰেড্ডী ১৯৭৬
১৬ কিশোৰ পৰেশ চন্দ্ৰ বৰুৱা ১৯৭৬
১৭ ৰূপবন দীপক দত্ত, বুবুল বৰদলৈ ১৯৭৬
১৮ সেউজী হেম বৰা ১৯৭৭
১৯ কণিকা অৰুণ শৰ্মা ১৯৭৭
২০ সেউজী অৰুণ শৰ্মা ১৯৭৭
২১ জোন-তৰা নগেন বৰা ১৯৭৭
২২ চেমনীয়া বাণী ভূঞা ১৯৭৭
২৩ মইনা সূৰ্য্যকুমাৰ ভূঞা ১৯৭৯
২৪ ৰুণজুন বদন বৰুৱা ১৯৭৯
২৫ ফুলকপি ৰহিমা হক ১৯৭৯

৮০-৯০ দশক[সম্পাদনা কৰক]

ক্ৰমিক নং আলোচনী সম্পাদক প্ৰথম প্ৰকাশ
সঁফুৰা ভবেন্দ্ৰ নাথ শইকীয়া ১৯৮৩
লুইত কমিক্‌ছ মানবেন্দ্ৰ কুমাৰ বৰুৱা ১৯৮৩
মৌচাক শান্তনু তামূলী ১৯৮৪
দৃষ্টি ড॰ দীনেশ চন্দ্ৰ গোস্বামী ১৯৮৪
টিংকল অনন্ত পাই ১৯৮৪
কণ কণ ৰঞ্জু হাজৰিকা ১৯৮৫
ঐক্যন শান্তনু কৌশিক বৰুৱা ১৯৮৭
অমৰ চিত্ৰ কথা আনন্ত পাই ১৯৮৭
মইনা ভাগ্যলক্ষ্মী মহন্ত ১৯৮৭
১০ মুকুতা মুমুদ গোস্বামী ১৯৮৭
১১ ফুল নলিনীপ্ৰভা ডেকা ১৯৮৭
১২ বিজ্ঞান সঁফুৰা কুল ৰঞ্জন ডেকা ১৯৮৭
১৩ ৰং বিৰং লাৱণ্য গোস্বামী ১৯৮৮
১৪ ত্ৰিনয়ন ৰমেন শইকীয়া ১৯৮৮
১৫ নতুন আৱিষ্কাৰ শান্তনু তামূলী ১৯৮৮
১৬ সুৰুয গকুল বৰপূজাৰী ১৯৮৯
১৭ চন্দ্ৰমা ঊষা ডেকা ১৯৮৯
১৮ জ্ঞানকোষ কুমাৰ নিৰঞ্জন ১৯৮৯
১৯ জ্ঞান-বিজ্ঞান দীনেশ বৈশ্য ১৯৯০
২০ ৰ'দালি পূৰ্ণিমা কোঁৱৰ ১৯৯০
২১ ফুলনি বুবুল চন্দ্ৰ ডেকা ১৯৯০
২২ জ্ঞনোদয় শৰৎ ৰাজখোৱা ১৯৯০
২৩ মৌ-কোঁহ বেদান্ত কুমাৰ বৰা ১৯৯০
২৪ কিশোৰ হোমেন বৰগোহাঞি ১৯৯০
২৫ পখিলা মৃণাল কটকী ১৯৯১
২৬ সন্ধানী দিগন্ত কুমাৰ বৰা ১৯৯৩
২৭ শিশু অণিমা চুতীয়া ১৯৯৪
২৮ আজৰি পৰৰ ধেমালি ভবেন কুমৰ বৰা ১৯৯৪
২৯ মইনা অতুল বৰা ১৯৯৪
৩০ ৰ'দালি দীপক নাথ ১৯৯৪
৩১ অকণিৰ অগ্ৰদুত ৰমেন শইকীয়া ১৯৯৫
৩২ ময়ূৰ অংকুৰণ দত্ত, মুজাহিদ আলি, দীনেশ গোস্বামী ১৯৯৫
৩৩ আমাৰ সাৰথি নগেন বৰা ১৯৯৬
৩৪ জিজ্ঞাস কুলেন্দু পাঠক ১৯৯৭(?)
৩৫ জ্ঞানম দুলাল মিশ্ৰ ১৯৯৮

২১ শতিকা[সম্পাদনা কৰক]

ক্ৰমিক নং আলোচনী সম্পাদক প্ৰথম প্ৰকাশ
ছাত্ৰ সাৰথি শিৱনাথ বৰ্মন ২০০২
ৰংমন ২০০৫
জ্ঞানকোষ দুলাল মিশ্ৰ ২০০৭

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • "অসম ইয়াৰবুক ২০১৫", শৰাইঘাট প্ৰকাশন