ইউবাণ্টু
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ইউবাণ্টু ১১.১০ (অনেৰিক অচেলট্) |
|
| কোম্পানী / ডেভেলপাৰ | কেননিকেল লিমিটেড / ইউবাণ্টু ফাউণ্ডেচন |
| OS পৰিয়াল | ইউনিক্সৰ দৰে |
| কাৰ্যৱস্থা | বৰ্তমান |
| উৎস মডেল | বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ (ব্যতিক্ৰমৰ সৈতে)[1][2] |
| প্ৰাৰম্ভিক মুক্তি | অক্টোবৰ ২০, ২০০৪ |
| অন্তিম স্থায়ী মুক্তি | ১১.১০ (অনেৰিক অচেলট্) / অক্টোবৰ ১৩, ২০১১[3] |
| উপলভ্য প্ৰাকৃতিক ভাষা | বহুভাষী (৫৫টাতকৈ বেছি) |
| আপডেট পদ্ধতি | ATP (ফ্ৰণ্ট-এণ্ড উপলভ্য) |
| পেকেজ ব্যৱস্থাপক | dpkg (ফ্ৰণ্ট-এণ্ড উপলভ্য) |
| সমর্থিত প্লেটফৰ্ম | i386, AMD64, ARM[4][5] |
| কাৰ্ণেলৰ প্ৰকাৰ | লীনাক্স (মনোলিথিক) |
| ইউজাৰলেণ্ড | GNU |
| অবিকল্পিত ব্যৱহাৰকৰ্তাৰ ইণ্টাৰফেচ | ৪.১০ৰ পৰা ১০.১০লৈ: ন'ম ২.x ১১.০৪: ন'ম ২.xৰ ওপৰত ইউনিটি সেল ১১.১০: ন'ম ৩.xৰ ওপৰত ইউনিটি সেল |
| অনুজ্ঞা-পত্ৰ | মূলতঃ GNU GPL আৰু অন্য বিনামূলীয়া চফ্টৱেৰ বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ / আৰু গৰাকীগত বাইনেৰী ব্লববোৰ[1][2] |
| আধিকাৰিক ৱেবছাইট | www.ubuntu.com |
ইউবাণ্টু (ইংৰাজী ভাষাত: Ubuntu; উচ্চাৰণ:/ʊˈbʊntuː/[6][7] ) হৈছে ডেবিয়ান ডিষ্ট্ৰীবিউশ্যন বা সংকলনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এক কম্পিউটাৰ অপাৰেটিং চিষ্টেম, যাক বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ ৰূপে বিতৰণ কৰা হয়। এই অপাৰেটিং চিষ্টেমটোক দক্ষীণ আফ্ৰিকীয় এক প্ৰচলিত প্ৰবাদ ইউবাণ্টু-ৰ পৰা নামাকৰণ কৰা হৈছে। এই শব্দৰ অৰ্থ হল "অন্যজনৰ বাবে মানৱতা"[8]। ইউবাণ্টুক মূলতঃ ব্যক্তিগত কম্পিউটাৰৰ উদেশ্যে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এক চাৰ্ভাৰ সংকলনো পোৱা যায়।
[সম্পাদনা কৰক] সংস্কৰণ
| সংস্কৰণ | কোড নাম | মুক্তিৰ তাৰিখ | অন্তিম সমৰ্থনৰ তাৰিখ | |
|---|---|---|---|---|
| ডেক্সটপ | চাৰ্ভাৰ | |||
| ৪.১০ | ৱাৰ্টি ৱাৰ্টহগ (Warty Warthog) | অক্টোবৰ ২০, ২০০৪ | এপ্ৰিল ৩০, ২০০৬ | |
| ৫.০৪ | হোয়াৰি হেজহগ (Hoary Hedgehog) | এপ্ৰিল ৮, ২০০৫ | অক্টোবৰ ৩১, ২০০৬ | |
| ৫.১০ | ব্ৰিজি ব্যেজাৰ (Breezy Badger) | অক্টোবৰ ১৩, ২০০৫ | এপ্ৰিল ১৩,২০০৭ | |
| ৬.০৬ LTS | ডাপাৰ ড্ৰেক (Dapper Drake) | জুন ১, ২০০৬ | জুলাই ১৪, ২০০৯ | জুন ১, ২০১১ |
| ৬.১০ | এজি এফ্ট (Edgy Eft) | অক্টোবৰ ২৬, ২০০৬ | এপ্ৰিল ২৫, ২০০৮ | |
| ৭.০৪ | ফেস্টি ফাউন (Feisty Fawn) | এপ্ৰিল ১৯, ২০০৭ | অক্টোবৰ ১৯, ২০০৮ | |
| ৭.১০ | গাস্টি গিবন (Gutsy Gibbon) | অক্টোবৰ ১৮, ২০০৭ | এপ্ৰিল ১৮, ২০০৯ | |
| ৮.০৪ LTS | হাৰ্ডি হেৰণ (Hardy Heron) | এপ্ৰিল ২৪, ২০০৮ | এপ্ৰিল ১২, ২০১১ | এপ্ৰিল ২০১৩ |
| ৮.১০ | ইন্ট্ৰাপিড আইবেক্স (Intrepid Ibex) | অক্টোবৰ ৩০, ২০০৮ | এপ্ৰিল ৩০, ২০১০ | |
| ৯.০৪ | জণ্টি জেকলপ (Jaunty Jackalope) | এপ্ৰিল ২৩, ২০০৯ | অক্টোবৰ ২৩, ২০০৯ | |
| ৯.১০ | কাৰ্মিক কোৱালা (Karmic Koala) | অক্টোবৰ ২৯, ২০০৯ | এপ্ৰিল ৩০, ২০১১ | |
| ১০.০৪ LTS | লুচিড লিংক্স (Lucid Lynx) | এপ্ৰিল ২৯, ২০১০ | এপ্ৰিল ২০১৩ | এপ্ৰিল ২০১৫ |
| ১০.১০ | মেভৰিক মিৰকেট (Maverick Meerkat) | অক্টোবৰ ১০, ২০১০ | এপ্ৰিল ২০১২ | |
| ১১.০৪ | নট্টি নাৰহল (Natty Narwhal) | এপ্ৰিল ২৮, ২০১১ | অক্টোবৰ ২০১২ | |
| ১১.১০ | অনেৰিক অচেলট্ (Oneiric Ocelot) | অক্টোবৰ ১৩, ২০১১ | এপ্ৰিল ২০১৩ | |
| ১২.০৪ LTS | প্ৰিচাইচ পেঙগোলিন (Precise Pangolin) | এপ্ৰিল ২৬, ২০১২ | এপ্ৰিল ২০১৭ | এপ্ৰিল ২০১৭ |
| ৰং | অৰ্থ | |||
| ৰঙা | মুক্তিপ্ৰাপ্ত আৰু সমৰ্থন শেষ হৈছে | |||
| সেউজীয়া | মুক্তিপ্ৰাপ্ত আৰু সমৰ্থন চলি আছে | |||
| নীলা | পৰবৰ্তী মুক্তি | |||
[সম্পাদনা কৰক] ইউবাণ্টুত ব্যৱহৃত বিভিন্ন চফ্টৱেৰৰ সংস্কৰণসমূহ
| কোৰ | ডেক্সটপ | |||||||
|---|---|---|---|---|---|---|---|---|
| সংস্কৰণ | লীনাক্স কাৰ্ণেল | X.Org Server / X.Org | পাইথন | ন'ম | ফায়াৰফক্স | অপেন অফিচ | গিম্প | পিজিন |
| ৪.১০ | ২.৬.৮ | (XFree86 ৪.৩) | ২.৩.৪ | ২.৮ | ০.৯ | ১.১.২ | ২.০.২ | ১.০.০ |
| ৫.০৪ | ২.৬.১০ | (৬.৮.২) | ২.৪.১ | ২.১০ | ১.০.২ | ১.১.৩ | ২.২.২ | ১.১.৪ |
| ৫.১০ | ২.৬.১২ | (৬.৮.২) | ২.৪.২ | ২.১২ | ১.০.৭ | ২.০ বিটা | ২.২.৮ | ১.৫.০ |
| ৬.০৬ | ২.৬.১৫ | ১.০.২ / ৭.০.০ | ২.৪.৩ | ২.১৪ | ১.৫.৩ | ২.০.২ | ২.২.১১ | ১.৫.০ |
| ৬.১০ | ২.৬.১৭ | ১.১.১ / ৭.১.১ | ২.৪.৪ | ২..১৬ | ২.০.০ | ২.০.৪ | ২.২.১৩ | ২.০ বিটা ৩ |
| ৭.০৪ | ২.৬.২০ | ১.২.০ / ৭.২.০ | ২.৫.১ | ২.১৮ | ২.০.৩ | ২.২.০ | ২.২.১৩ | ২.০ বিটা ৬ |
| ৭.১০ | ২.৬.২২ | ১.৩.০ / ৭.২.৫ | ২.৫.১ | ২.২০ | ২.০.৬ | ২.৩.০ | ২.৪.০ আৰচি ৩ | ২.২.১ |
| ৮.০৪ | ২.৬.২৪ | ১.৪.১ / ৭.৩ | ২.৫.২ | ২.২২ | ৩.০ বিটা ৫ | ২.৪.০ | ২.৪.৫ | ২.৪.১ |
| ৮.১০ | ২.৬.২৭ | ১.৫.২ / ৭.৪ | ২.৫.২ | ২.২৪ | ৩.০.৩ | ২.৪.১ | ২.৬.১ | ২.৫.২ |
| ৯.০৪ | ২.৬.২৮ | ১.৬.০ / ৭.৪ | ২.৬.২ | ২.২৬ | ৩.০.৮ | ৩.০.১ | ২.৬.৬ | ২.৫.৫ |
| ৯.১০ | ২.৬.৩১ | ১.৬.৪ / ৭.৪ | ২.৬.৩ | ২.২৮ | ৩.৫.৩ | ৩.১.১ | ২.৬.৭ | ২.৬.২ |
| ১০.০৪ | ২.৬.৩২ (DRM from ২.৬.৩৩) |
১.৭.৬ / ৭.৫ | ২.৬.৫ | ২.৩০ | ৩.৬.৩ | ৩.২.০ | ২.৬.৮ | ২.৬.৬ |
| ১০.১০ | ২.৬.৩৫ | ১.৮.২ / ৭.৫ | ২.৭ | ২.৩১ | ৩.৬.৮ | ৩.২.১ | ২.৬.১০ | ২.৭.৩ |
ভিন্ন বেকগ্ৰাউণ্ডত থকা চফ্টৱেৰসমূহ ইউবাণ্টুৰ অবিকল্পিত (ডিফল্ট) এপ্লিকেচন নহয়।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ 1.0 1.1 "Free Software Foundation Latin America". FSF Latin America. Free Software Foundation. http://fsfla.org/svnwiki/selibre/linux-libre/. Retrieved 4 February 2011.
- ↑ 2.0 2.1 "Kernel/Firmware". Ubuntu Project wiki. https://wiki.ubuntu.com/Kernel/Firmware. Retrieved 1 March 2011.
- ↑ "Ubuntu 11.10 is released". Ubuntu-News. 13 October 2011. http://www.ubuntu-news.net/2011/10/13/ubuntu-11-10-oneiric-ocelot-released/. Retrieved 13 October 2011.
- ↑ "Ubuntu 11.10 will support arm processors to take on red hat". The Inquirer. http://www.theinquirer.net/inquirer/news/2115929/ubuntu-1110-support-arm-chips-fight-red-hat. Retrieved 2011-10-20.
- ↑ "Ubuntu Linux bets on the ARM server". ZDNet. http://www.zdnet.com/blog/open-source/ubuntu-linux-bets-on-the-arm-server/9445. Retrieved 2011-10-20.
- ↑ Nelson Mandela (11 January 2006). The Ubuntu Experience (Nelson Mandela Interview) (Motion picture). http://www.youtube.com/watch?v=ODQ4WiDsEBQ.
- ↑ "About Ubuntu". Ubuntu.com. http://www.ubuntu.com/project/about-ubuntu. Retrieved 2011-05-27.
- ↑ "About the Name". Official Ubuntu Documentation. Canonical. https://help.ubuntu.com/10.10/about-ubuntu/C/about-ubuntu-name.html. Retrieved 8 November 2010.
|
|
||||||||