ইটালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইতালীয় প্ৰজাতন্ত্ৰ
ৰাষ্ট্ৰীয় সঙ্গীত
ইল কাণ্ট' দেলি ইটালীয়ানী  
ইতালীয়ানসকলৰ সঙ্গীত

(ফ্ৰাতেল্লি দ'ইটালীয়া হিচাপে পৰিচিত)
ইটালী-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ৰোম
41°54′N 12°29′E / 41.9°N 12.483°E / 41.9; 12.483
ৰাষ্ট্ৰভাষা (সমূহ) ইতালীয়1
চৰকাৰ একাত্মকসংসদীয় প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি জৰ্জ নেপোলিটান'
 -  প্ৰধানমন্ত্ৰী চিলভিঅ' বেৰলুচক'নি (পিডিএল)
গঠন
 -  একত্ৰীকৰণ ১৭ই মাৰ্চ ১৮৬১ 
 -  প্ৰজাতন্ত্ৰ ২ৰা জুন ১৯৪৬ 
ইউৰোপীয় ইউনিয়নে অন্তৰ্ভুক্তি ২৫ মাৰ্চ ১৯৫৭ (প্ৰতিষ্ঠানিক সদস্য)
 -  জলভাগ (%) ২.৪
জনসংখ্যা
 -  এপ্ৰিল ২০১০ আনুমানিক ৬০.৪১৮.৭১১[1] (২৩তম)
 -  অক্টোবৰ, ২০০১ লোকপিয়ল ৫৭,১১০,১৪৪ 
 -  ঘনত্ব ২০০.৫ /বৰ্গকিমি (৫৪তম)
৫১৯.৩ /বৰ্গমাইল
জিডিপি (পিপিপি) ২০১০ আনুমানিক
 -  মুঠ $১,৭৬৬.৮৭ ট্ৰিলিয়ন[2] 
 -  জনমুৰি $২৯,৩৪৭.০৬[2] 
জিডিপি (নামমাত্ৰ) ২০১০ আনুমানিক
 -  মুঠ $২,১২১.১১ ট্ৰিলিয়ন[2] 
 -  জনমুৰি $৩৫,২৩০.৯২[2] 
জিনি সহগ? (২০০৬) ৩২[3] (মধ্যম
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৯৫১ (অনেক উচ্চ) (১৮তম)
মুদ্ৰা ইউৰো () (EUR)
সময় স্থান চি.ই.টি (ইউটিচি+১)
 -  গ্ৰীষ্মকালীন (ডিএছটি) চি.ই.এচ.টি (ইউটিচি+২)
ইণ্টাৰনেট টিএলডি .it
কলিং ক'ড +৩৯
1 French is co-official in the Aosta Valley; German is co-official in Trentino-Alto Adige/Südtirol.
2 Prior to 2002: Italian Lira.
3 The .eu domain is also used, as it is shared with other European Union member states.

ইটালী ( Italia ইটালী‌য়া) ইউৰোপীয় ইউনিয়নৰ অন্তৰ্ভুক্ত , দক্ষিণ মধ্য ইউৰোপৰ এখন একাত্মক সংসদীয় প্ৰজাতন্ত্ৰ। ইটালীত সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰব্যবস্থা প্ৰচলিত। ইয়াক বিশ্বৰ ২৩তম উন্নত দেশ হিচাপে গণ্য কৰা হয় । ইটালীয়ান লোকসকল উন্নত জীৱন-যাপনত অভ্যস্ত, লগতে নমিনেল জিডিপি ও উচ্চ ।ইটালী ইউৰো জ’নৰো অংশ। ইয়াৰ ওপৰিও ইটালী জি৮, জি২০ আৰু নেটোৰ সদস্য । ইটালী ইউৰোপ আৰু লগতে সমগ্ৰ বিশ্বৰে এক উল্লেখযোগ্য এক সামৰিক, সাংস্কৃতিক আৰু কূটনৈতিক শক্তি। উচ্চ শিক্ষাৰ কাঠামো আৰু বিশ্বায়নৰ দিশৰ পৰাও ইটালী বিশ্বৰ ভিতৰতে আগৰণুৱা।

ইতিহাস[সম্পাদনা কৰক]

উৎপত্তি[সম্পাদনা কৰক]

“ইটালীয়া” (Italia) নামৰ উৎপত্তি অনেক ভিন্ন লোকৰ নানান মতবাদ আছে[4] তাৰ মাজত অন্যতম ব্যাখ্যা হ’ল, ইটালীয়া শব্দটো লেটিনঃ ইটালীয়াসাঁচ:Lang-lat ৰ পৰা আহিছে।[5] যাৰ মূল গ্ৰীক শব্দ হ’ল Víteliú; ইয়াৰ অৰ্থ“সৰু পোহনীয়া জন্তুৰ চাৰণভূমি" (cf. Lat vitulus "calf", Umb vitlo "calf").[6] ষাঁড় এটি দক্ষিণ ইটালীয় উপজাতিসমূহৰৰ প্ৰতীক আছিল আৰু গৃহযুদ্ধৰ কালছোৱাত ৰোমান কুকুৰনেছিয়াক প্ৰত্যাহ্বান জনোৱা সাহসী জন্তুটো ইটালীৰ স্বাধীনতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। Gগ্ৰীক ইতিহাসবিদ ডিওনিচিয়াচ অফ হালিকাৰ্চাচে (Dionysius of Halicarnassus)লোককাহিনী অনুসৰি ইটালী শব্দ ইটালুচৰ (Italus) নামৰ পৰা আহিছে বুলি মত পোষণ কৰে[7] আৰু এৰিষ্টটল[8]আৰু থাচিদিদেচেও [[en: Thucydides |(Thucydides)[9] এই মতকে সমৰ্থন কৰে । and Thucydides.

ইটলীয়া শব্দটো আচলতে এতিয়াৰ উত্তৰ ইটালী ভূখণ্ডকহে বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল, চিৰাকচৰ এণ্টিঅ’চাচৰ(Antiochus of Syracuse)মতে ব্ৰাটিয়াম উপদ্বীপৰ উত্তৰ অংশ ( এতিয়াৰ ৰেঝিঅ’ প্ৰদেশৰ কালাব্ৰিয়া আৰু কাটানজাৰ’ আৰু ৱাইব’ ভেলেণ্টিনাৰ কিছু অংশ)। অংশ)।কিন্তু তেতিয়ালৈকে অণ্টাৰিঅ’ আৰু ইটালী প্ৰায় সমাৰ্থক হৈ উঠা বাবে লুচায়ানাকে ধৰি সমগ্ৰ এলেকা বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হৈছিল। Tগ্ৰীক সকলে ইটালীয়া শব্দৰে এই সমগ্ৰ ভু-খণ্ডকে বুজাইছিল যদিও, সম্ৰাট অগষ্টাছৰ ( খ্ৰী. পূ. প্ৰথম শতিকাৰ প্ৰথম ভাগ) দিনতহে এই আল্পচ পৰ্বতলৈকে সমগ্ৰ উপদ্বীপটো ইটালী নামেৰে জনাজাত হয়।[10]

প্ৰাক্‌-ইতিহাস ও প্ৰাচীন ৰোম[সম্পাদনা কৰক]

৭০-৮০ খ্ৰীষ্টাব্দত ৰোমৰ কলচিয়াম স্থাপিত হয়

দুই লাখ বছৰৰ আগৰ পেলিওলিথিক যুগতো (Paleolithic period) সমগ্ৰ ইটালী জুৰি মানৱ সভ্যতাৰ অস্তিত্ব পোৱা যায়।[11] ৰোমানৰ পূৰ্ববৰ্তী ইটালীয় জাতিসমূহ যেনে উম্ব্ৰিয়ান, লেটিন, ভোস্কি, চামনিট, কেলটিক আৰু লিগুইৰ সকল আছিল ইটালীৰ উত্তৰাঞ্চলৰ বাসিন্দা, ইয়াৰ মাজত কেইবাটাও আছিল ইন্দো-ইউৰোপীয় মূলৰ; কিন্তু মূল ঐতিহাসিক গোষ্ঠীসমুহ আছিল ইট্ৰুষ্কান, ইলিমিয়ান ও চিচিলীয় চিকানী আৰু প্ৰাক-ঐতিহাসিক চাৰ্দিনিয়ান গোত্ৰৰ।

খ্ৰীষ্টপূৰ্ব সপ্তদশ শতিকাৰ পৰা একাদশ শতাব্দীৰ মধ্যবৰ্তী কোনো এক কালত মাইচেনিয়ান গ্ৰীকসকলে ইটালীৰ সৈতে সম্পৰ্ক স্থাপন কৰে [12][13][14][15][16][17][18]আৰু খ্ৰীষ্টপূৰ্ব অষ্টম ও সপ্তম শতাব্দীত গ্ৰীকসকলে চিচিলিয়াৰ উপকূলৰ লগতে ও ইটালী উপদ্বীপৰ (Peninsula) দক্ষিণ অংশত মানিয়া গ্ৰেয়েচিয়া নামেৰে এক উপনিবেশ গঢ়ি তোলে। এইয়াৰ লগতে ফোনেচিয়ানবিলাকেও (Phoenicians) চাৰদিনিয়া আৰু চিচিলিয় উপকূলত বসতি স্থাপন কৰে।

আনুমানিক খ্ৰীষ্টপূৰ্ব অষ্টম শতাব্দীত প্ৰাচীন ৰোমত এটি ক্ষুদ্ৰ কৃষি জনগোষ্ঠী গঢ়ি উঠিছিল। উঠিছিল।এই জনগোষ্ঠীয়ে কেই শতাব্দীমানৰ ভিতৰত সমগ্ৰ ভুমধ্য সাগৰীয় অঞ্চল জুৰি এক সাম্ৰাজ্য গঢ়ি তোলে আৰু আদি গ্ৰীক আৰু ৰোমান সংস্কৃতি এই সাম্ৰাজ্যত একীভূত হৈ এক নতুন সভ্যতা গঢ়ি তোলে। এই সভ্যতাৰ কিছু নিদৰ্শন বৰ্তমান পশ্চিমীয়া সভ্যতাৰ আইন, প্ৰশাসন, দৰ্শন, আৰু কলা' ৰ বিভিন্ন ক্ষেত্ৰত বিদ্যমান । লাহে লাহে পতনৰ দিশত আগবাঢ়ি এই সাম্ৰাজ্য চতুৰ্থ শতাব্দীৰ শেষৰ ফালে ৩৯৫ খ্ৰিষ্টাব্দত দুভাগত বিভক্ত হয়ঃ পশ্চিম সভ্যতা (Western Civilisation) আৰু প্ৰাচ্য সভ্যতা (Eastern Civilisation)। পূব ইউৰোপৰ ফ্ৰাঙ্ক (সভ্য উপজাতি), ভেণ্ডল (ধ্বংসকাৰী উপজাতি), হুন, গোথ (বৰ্বৰ উপজাতি) আদিৰ প্ৰকোপত পশ্চিম সভ্যতা অৱশেষত বিলুপ্ত হয়।

মধ্যযুগ[সম্পাদনা কৰক]

ইটালীৰ নেভেল জেক(Naval Jack), ইয়াত চাৰিখন সামুদ্ৰিক প্ৰজাতন্ত্ৰ, ওপৰৰ বাঁওফালৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত ক্ৰমে ভেনিচ, জেনোৱা, পিছা আৰু আমাল্ফিৰ সৈন্যচিহ্ন অঁকা আছে।

ৰোমৰ পতনৰ পিছত জাৰ্মান উপজাতি অষ্ট্ৰ’গ’থ বিলাকে ইটালী অধিকাৰ কৰে, কিন্তু ৬ষ্ঠ শতাব্দীত বাইজেন্টাইন সম্ৰাট ১ম জাষ্টিনিয়ানে অষ্ট্ৰ’গ’থ বিলাকৰ হাতৰ পৰা ইটালী পুনৰোদ্ধাৰ কৰে। । এই শতাব্দীৰ শেষৰ ফালে ল’ম্বাৰ্ড আৰু আন জাৰ্মান উপজাতিবিলাকৰ উপদ্ৰবত বাইজেন্টাইনসকলে ৰেভেন্না আৰু ৰোমৰ মধ্যবৰ্তী অংশৰ লগতে দক্ষিণ ইটালীৰ অন্যান্য অংশৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ১৮৭০ চনলৈকে ইটালীৰ একক ৰাষ্ট্ৰ বুলি পৰিগণিত হোৱাৰ পৰা বঞ্চিত হয়। ল’ম্বাৰ্ডসকলৰ শাসনাধিস্থ উত্তৰ আৰু মধ্য ইটালী ৮ম শতাব্দীৰ শেষ ভাগলৈ চাৰ্লমেগনে ফ্ৰেঙ্ক সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে । এই ফ্ৰেঙ্ক সম্ৰাট সকলে মধ্য ইটালীত পোপ অধীনস্থ প্ৰদেশ কিছুমানৰো সৃষ্টি কৰাত সহায় কৰে, আৰু এই প্ৰদেশসমূহ ৰোমৰ পৰা ৰেভান্নালৈকে প্ৰসাৰিত হৈ পৰে, যদিও পোপে এই কালছোৱাত প্ৰকৃতাৰ্থত কেৱল লেটিয়ামহে (Latium) শাসন কৰিছিল।এই ধৰ্মীয় প্ৰদেশ বিলাকৰ কাৰণে, এই সমগ্ৰ উপদ্বীপটোৰ একীকৰণ কেইবাশতিকাধৰি বাধাপ্ৰাপ্ত হৈ আহিছিল।১৩শ শতিকালৈকে ইটালীৰ ৰাজনীতি জাৰ্মানীৰ পৱিত্ৰ ৰোমান সম্ৰাট (Holy Roman Emperors) আৰু পোপৰ মাজৰ সম্বন্ধৰ ওপৰতে নিৰ্ধাৰিত হৈ আছিল, আৰু ইটালীৰ চহৰ বিলাকে সময়ানুযায়ী সুবিধাজনক স্থিতি অৱলম্বন কৰিছিল। এই কতৃত্বশীল শাসনৰ অভাৱৰ কালছোৱাতে ইটালীত এক নতুন ধৰণৰ অনুষ্ঠানৰ অভ্যুত্থান হয়, যাক “মধ্যযুগীয় সন্মিলন” (medieval commune) বুলি জনা যায়। এই অৰাজকতাৰ সময়ছোৱাত ইটালীৰ চহৰসমূহে নিজে নিজে শান্তি শৃংখলা বজাই ৰখা আৰু সামন্তবাদী সকলক বাধা দিয়াৰ পদক্ষেপ লয়। ১২শ শতিকাত এনে এটা সন্মিলিত দল ল’ম্বাৰ্ড লীগে জাৰ্মান সম্ৰাট ফ্ৰেডেৰিক বাৰ্বাৰোচা (Frederick Barbarossa)ক পৰাস্ত কৰে আৰু ইয়াৰ ফলশ্ৰুতিত মধ্য আৰু উত্তৰ ইটালীৰ প্ৰায়বোৰ চহৰেই স্বায়ত্বশাসনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসংখ্য যুদ্ধই প্ৰায় ধ্বংসস্তুপত পৰিণত কৰিলেও, ইটালীয়ে মধ্য আৰু উত্তৰ প্ৰান্তত তুলনামুলক ভাৱে উন্নত চহৰকেন্দ্ৰিক সভ্যতা বজাই ৰাখিবলৈ সক্ষম হৈছিল। এই কালছোৱাতে ইটালীত কেইবাখনো ‘সমুদ্ৰিক প্ৰজাতন্ত্ৰ’ৰ (Maritime Republics) অভ্যুত্থান হয়, ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’লভেনিচ, জেনোৱা, পিছা আৰু আমাল্ফিধৰ্মযুদ্ধত সৰ্বাত্মকভাৱে জড়িত হোৱাৰ পৰিপ্ৰক্ষিতত এই প্ৰজাতন্ত্ৰ সমুহে প্ৰচুৰ বাণিজ্যিক আৰু ৰাজনৈতিক সুযোগ লাভ কৰে, ভেনিচ আৰু জেনোৱা অনতিপলমে ইউৰোপীয় দেশসমূহৰ প্ৰাচ্য বাণিজ্যৰ মূল ঘাটী ৰূপে পৰিগণিত হয়, আৰু ইটালীয়ে কৃষ্ণ সাগৰ (Black Sea)লৈকে নিজৰ উপনিবেশ স্থাপন কৰে। ইয়াৰ ফলস্বৰূপে এই প্ৰদেশসমূহে বাইজেণ্টাইন সাম্ৰাজ্য আৰু ভূমধ্যসাগৰীৰ ইচলাম দেশসমূহৰ সৈতে হোৱা ব্যৱসায়ৰ সিংহভাগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ফ্লোৰেন্স বাণিজ্য আৰু অৰ্থনৈতিক দিশৰ পৰা সুসংগঠিত চহৰ প্ৰদেশ ৰূপে বিকশিত হৈ পৰে, আৰু পৰবৰ্তী কেইবা শতিকালৈকে ইউৰোপৰ চিল্ক, ঊল, বেংকিং আৰু অলংকাৰ উদ্যোগৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত হয়।

দক্ষিণৰ ফালে, নৱম শতিকালৈ চিচিলি এখন ইচলামিক আমীৰশ্বাহীত পৰিণত হয়। এই আমিৰশ্বাহী ১১ শতিকাৰ শেষত ইটালীয় নৰ্মান সকলে চিচিলকে ধৰি উত্তৰ ইটালীৰ আন ল’ম্বাৰ্ড আৰু বাইজেণ্টাইন প্ৰদেশবিলাক অধিকাৰ নকৰালৈকে বৰ্তি থাকে। এক জটিল ঘটনাক্ৰমৰ মাজেৰ দক্ষিণ ইটালী এখন একত্ৰিত ৰাজ্য হিচাপে সংগঠিত হয়, প্ৰথমে “ হাউচ অফ্‌ অ’হেনষ্টুফেন”(House of Hohenstaufen) অধীনত, তাৰ পাছত “কেপেচিয়ান হাউচ অফ্ এন্জ’”(Capetian House of Anjou), আৰু ১৫শ শতিকাৰ পাছত “হাউচ অফ্ আৰাগনৰ”(house of Aragon) অধীনত। ( অৱশ্যে চিচিলি ১৩শ শতিকাৰ শেষৰ পৰা ১৫শ শতিকালৈকে আৰাগন অধীনস্থ এখন সুকীয়া প্ৰদেশেই আছিল)। চাৰ্ডিনিয়াৰ পূৰ্বৰ বাইজেণ্টাইন প্ৰদেশ বিলাক ‘জিউডিকাটি’ (giudicati), নামেৰে স্বতন্ত্ৰ ৰাজ্যৰূপে বিকশিত হয়, যদিও চাৰ্ডিনিয়া দ্বীপপূঞ্জৰ বেছিভাগ অঞ্চলেই জেনোৱা বা পিছাৰ নিয়ন্ত্ৰণত আছিল।অৱশ্যে ১৫শ শতিকাত আৰাগনসকলে এই অঞ্চল বিলাক নিজৰ হস্তগত কৰে।

Early Modern[সম্পাদনা কৰক]

The Vitruvian man by Leonardo da Vinci, representing the ideal human proportions as described by Roman architect Vitruvius, is a quintessential masterpiece of the Renaissance.

The Black Death pandemic in 1348 left its mark on Italy by killing one third of the population.[19][20] However, the recovery from the disaster of the Black Death led to a resurgence of cities, trade and economy which greatly stimulated the successive phases of Humanism and Renaissance, cultural movements both born in the peninsula, and later spread in Europe.

In the 14th and 15th centuries, Northern and upper Central Italy were divided into a number of warring city-states, the rest of the peninsula being occupied by the larger Papal States and Naples. The strongest among these city-states annexed the surrounding territories giving birth to the Signorie, regional states led by merchant families which founded local dynasties. Dominated by merchant oligarchies, they enjoyed a relative freedom and nurtured academic and artistic advancement. Warfare between the states was common, invasion from outside Italy confined to intermittent sorties of Holy Roman Emperors. These wars were primarily fought by armies of mercenaries known as condottieri, bands of soldiers drawn from around Europe, but especially Germany and Switzerland, led largely by Italian captains.[21]

Decades of fighting eventually saw Florence, Milan and Venice emerge as the dominant players that agreed to the Peace of Lodi in 1454, which saw relative calm brought to the region for the first time in centuries. This peace would hold for the next forty years, and Venice's unquestioned hegemony over the sea also led to unprecedented peace for much of the rest of the 15th century. The Italian Renaissance peaked in the mid-16th century as foreign invasions plunged the region into the turmoil of the Italian Wars. However, the ideas and ideals of the Renaissance endured and even spread into the rest of Europe, setting off the Northern Renaissance, and the English Renaissance.

In the meantime, the discovery of the Americas, the new routes to Asia discovered by the Portuguese and the rise of the Ottoman Empire—all factors which eroded the traditional Italian dominance in trade with the East – started the economic decline of the peninsula.

The triumph of Napoleon at the Battle of Marengo placed Italy under French control and paved him the way to become Emperor.

Following the Italian Wars (1494 to 1559), Italy saw a long period of relative peace, first under Habsburg Spain (1559 to 1713) and then under Habsburg Austria (1713 to 1796). The plague repeatedly returned to haunt Italy throughout the 14th to 17th centuries. In the first half of the 17th century, a plague claimed some 1.7 million victims, or about 14% of Italy’s population.[22] As Spain declined in the 17th century, so did its Italian possessions in Naples, Sicily, Sardinia, and Milan. Southern Italy was impoverished, stagnant, and cut off from the mainstream of events in Europe.[23] Despite that, Italy kept making its contribution to the European culture, giving birth to the Baroque Style.

In the 18th century, as a result of the War of Spanish Succession, Austria replaced Spain as the dominant foreign power, while the House of Savoy emerged as a major regional power expanding to Piedmont and Sardinia. In this century, the ideas of the Enlightenment influenced the Italian rulers, paving the way to reforms which started an economic recovery in northern Italy and Tuscany.

During the Napoleonic Wars, the northern and central parts of the country were invaded and later partly annexed to the Empire and partly reorganized as a new Kingdom of Italy—essentially a client state of the French Empire[24] while the southern half of the peninsula was administered by Joachim Murat, Napoleon's brother-in-law, who was crowned as King of Naples. The 1814 Congress of Vienna restored the situation of the late 18th century, but the ideals of the French Revolution could not be eradicated.

বিদেশী শাসন আৰু নাপোলিয়নিক যুদ্ধ (১৭ -১৯শ শতাব্দী)[সম্পাদনা কৰক]

মাৰেনগো যুদ্ধে নাপোলিয়ন-এৰ বিজয় ইটালীকে ফান্সেৰ নিয়ন্ত্ৰণ কৰে আৰু তেখেতৰ সম্ৰাট হওয়াৰ পথ আস্তৰিকৃত হয়।

আধুনিক সময়ে আৰম্ভৰ দিকে ইটালীৰ ইতিহাস ছিল বিদেশী শাসনঃ ফলশ্ৰুতিতে ইটালীয়ান যুদ্ধ (১৯৪৯ পৰা ১৫৫৯ সাল), ইটালী অপেক্ষাকৃত শান্তি দেখেছিল প্ৰথম স্পেনেৰ হাবসবুৰ্গ (১৫৫৯ পৰা ১৭১৩ সাল) আৰু তাৰপৰ অষ্ট্ৰিয়াৰ হাবসবুৰ্গমহামড়ক ইটালীতে ১৪শ পৰা ১৭শ শতাব্দীতে বাৰংবাৰ উদিত হত। ভেনিসে ১৫৭৫ – ১৫৭৭ চনতৰ প্লেগ ৰোগে ৫০,০০০ লোক শিকাৰ হয় বলে দাবি কৰা হয়।[25] ১৭শ শতাব্দীৰ প্ৰথমাৰ্ধে প্লেগেৰ কাৰণে ১ লক্ষ ৭৩ হাজাৰ লোক শিকাৰ হয় বলে দাবি কৰা হয়েছিল যা সমগ্ৰ ইটালীৰ লোকসংখ্যাৰ ১৪%।[26] মিলানেৰ প্লেগ-এৰ দূৰাবস্থা দেখা দেয় ১৬২৯ পৰা ১৬৩১ চনত। লোম্বাৰ্দিভেনিস বিশেষত মৃত্যুহাৰ ব্যাপক হয়। ১৬৫৬ চনত ৩ লক্ষেৰ মতো নেপলিস্‌ অধিবাসী প্লেগে মাৰা যায়।[27] নাপোলিয়নিক যুদ্ধেৰ সময়, ১৭৯৬ পৰা ১৮১৪ চনতৰ মাজত দেশটিৰ উত্তৰাঞ্চল পুনৰ্গঠন কৰে ইটালীৰ নতুন ৰাজ্য গঠন কৰা হয়, তখন এটি ছিল ফান্স সাম্ৰাজ্যেৰ এটা খৰিদ্দাৰ ৰাষ্ট্ৰ (Client State)। যখন উপদ্বীপটিৰ দক্ষিণাঞ্ছল জোয়াকিম মুৰাত (নেপোলিয়ানেৰ ভগ্নিপতি) , যিনি আছিল নেপ্লিসেৰ ৰাজা (King of Naples)। ১৮শ দশকেৰ শেষেৰ দিকে ভিয়েন্না কংগ্ৰেস (১৮১৪ সাল) পূৰ্বাবস্থা ফিৰিয়ে এনেছিল যা ইটালীৰ একভূতীকৰণেৰ অংশ হিচাপে উপক্ৰমিক আন্দোলনেৰ মধ্য দিয়ে খুব তাড়াতাড়ি বিপৰ্যস্ত হয়েছিল।

ইটালীৰ একীভূতিকৰণ আৰু অসাম্প্ৰদায়িক ইটালী (১৮৬১ – ১৯২২ খ্ৰিষ্টাব্দ)[সম্পাদনা কৰক]

ইটালীৰ জাতীয়তাবাদী ও স্যাভয়েৰ ঘৰেৰ (হাউস অফ স্যাভয়) অনুগত ৰাজতন্ত্ৰবাদীসকলৰ কৰ্ম প্ৰচেষ্টাৰ ফলে সংযুক্ত ইটালী ৰাজ্য সৃষ্টিৰ হয় যা ইটালী উপদ্বীপকে চতুৰ্দিক পৰা ঘিৰে ৰাখে। ১৮৪৮ চনত সমগ্ৰ ইউৰোপ জুড়ে অষ্ট্ৰিয়াতে ঘোষিত ব্যৰ্থ যুদ্ধ মুক্ত বিপ্লবেৰ আলোড়ন বয়ে যায়। জোসেফ গাৰিবালদি দক্ষিণ ইটালীৰ প্ৰজাতন্ত্ৰীকৰণেৰ পক্ষে একীভূতীকৰণেৰ কাজ চালিয়ে যান।[28] যখন উত্তৰ ইটালীৰ পিয়েদমন্ত-সাৰদিনিয়া ৰাজতন্ত্ৰেৰ সৰকাৰ আছিল কামিল্লো বেন্সো, “কন্তে দি কাভোৰ” যাৰ আকাঙ্ক্ষা ছিলো স্বীয় বিধানেৰ এটা সংযুক্ত ইটালীৰ। ইটালীৰ ২য় স্বাধীনতা যুদ্ধেৰ সময় অষ্ট্ৰিয়াৰ সাম্ৰাজ্যকে সাফল্যেৰ সহিত ৩য় নেপোলিয়নকে সৈতে নিয়ে প্ৰতিদ্বন্দ্বীতা কৰে লোম্বাৰ্দি-ভেনেসিয়া মুক্ত কৰে। যাৰ ফলে এক সময় তুৰিন শহৰ হৈছে উঠে এই নতুন ৰাষ্ট্ৰেৰ ৰাজধানী। ১৮৬৫ খ্ৰিষ্টাব্দে ৰাজধানীটি ফ্লোৰেন্সে স্থানান্তৰিত হয়। ১৮৬৬ খ্ৰিষ্টাব্দে ২য় এমানুয়েল প্ৰুসিয়াতে অষ্ট্ৰ-প্ৰুসিয়ান যুদ্ধেৰ সময় ৰাজ্যটি ঢেলে সাজান। অতঃপৰ ইটালীৰ ৩য় স্বাধীনতা যুদ্ধেৰ সঞ্চালনেৰ সময় ভেনিস সংযোজিত হয়। ১৮৭০ খ্ৰিষ্টাব্দে ফান্স-প্ৰুসিয়া যুদ্ধেৰ সময় ফান্সেৰ বিপৰ্যয়েৰ মতো

ৰোম তেখেতৰ অবস্থান পৰা পৰিত্যক্ত হয় ফলে ইটালী তড়িঘড়ি কৰে কৰ্তৃত্ব শূন্যতা পূৰণে সাৰ্বভৌম ফ্ৰান্স পৰা পোপীয় ৰাষ্ট্ৰ দায়িত্ব নেয়া হয়।

অবশেষে ইটালী একীভূত হয় আৰু কিছু সময়েৰ বাবে ইটালীৰ ৰাজধানী ফ্লোৰেন্স পৰা ৰোমে স্থানান্তৰিত কৰা হয়। সৰকাৰ যতদিন ৰাজতন্ত্ৰ সৰকাৰেৰ সংসদীয় পদ্ধতি হয়েছিল লিবাৰেলৰা শাসন কৰেছিল।

ইটালীৰ উত্তাৰাঞ্চল হয়ে উঠে শিল্পায়িত ও আধুনিকীকৰণ, দক্ষিণ ইটালী আৰু উত্তৰেৰ গ্ৰামীণ অঞ্চলসমূহৰ অনুন্নত ও অচল হয়ে যায় আৰু লক্ষাধিক সংখ্যক মানুহ শ্ৰমশিল্পে জড়িত হয়ে পড়ে, কিছু বিদেশ গমন কৰে। ১৮৪৮ খ্ৰিষ্টাব্সকলৰ সাৰদিনিয়াৰ আলবাৰ্টিন সংবিধি ১৮৬১ চনত ইটালীৰ সমগ্ৰ ৰাজ্যে প্ৰণয়ন কৰা হয় যাতে মৌলিক চাহিদাসমূহৰ সমুন্নত ৰেখে নিৰ্বাচনী আইনে ভুমধ্যিকাৰীবিহীন ও অশিক্ষিত সম্প্ৰদায়েৰ ভোটেৰ চাহিদা নিশ্চিত কৰা হয় নি। ১৯১৩ চনত সাৰ্বজনীন নিৰ্বাচনী অধিকাৰ গৃহীত হয়।

ইটালীয়ান সোস্যলিষ্ট পাৰ্টি প্ৰচলিত উদাৰনীতি ও ৰক্ষণশীল প্ৰতিষ্ঠানকে চ্যালেঞ্জ কৰে শক্তি বৃদ্ধি কৰেছিল। ১৯১৩ চনত ইতালীয় সৰ্বোচ্চ বাস্তুত্যাগ (প্ৰবাস গমন) পৌছায়, যখন ৮,৭২,৫৯৮ জন লোক ইটালী ছেড়ে বিদেশে চলে যায়।[29] উনবিংশ শতকেৰ আৰম্ভৰ বিগত ২ দশক, ইটালী সোমালিয়া, ইৰিথ্ৰিয়া আৰু পৰে লিবিয়াডোদেকানিজসকলৰ অধীনস্থ কৰাৰ মধ্য দিয়ে ঔপনিবেছিক শক্তি গড়ে তোলে।[30] ১ম বিশ্ব যুদ্ধেৰ সময়, ইটালী প্ৰথমবাৰেৰ মতো নিৰপেক্ষ ভূমিকা পালন কৰেছিল আৰু কিন্তু ১৯১৫ চনত ট্ৰিটি অব লণ্ডন (লণ্ডনেৰ আপোসনামা) চুক্তিতে স্বাক্ষৰ কৰে আৰু আওষ্ট্ৰ-হাঙ্গৰিয়ান সাম্ৰাজ্য ও সঙ্গে অত্তমান সাম্ৰাজ্য হতে ট্ৰেন্তো, ট্ৰিএস্তে, গোৰিৎজিয়া আৰু গ্ৰাদিস্কা, ইস্ত্ৰিয়া আৰু দক্ষিণাত্য দালমাশিয়া পোৱাৰ অঙ্গীকাৰ লাভ কৰে এন্তান্তে'তে প্ৰবেশ কৰে। যুদ্ধেৰ সময় সাড়ে ৬ লক্ষেৰও বেছি ইতালীয় সৈন্য প্ৰাণ হাৰায়[31] ও সৈতে অৰ্থনীতি ভেঙ্গে যায়। সাইন্ট -জাৰ্মাইন চুক্তি অনুসাৰে , ৰাপাল্লো ও ৰোম, ইটালী ফিউমে (ইতালীয় ভাষায়) হাঙ্গেৰীয় পোতাশ্ৰয় সহ অঙ্গীকাৰকৃত ভূমি লাভ কৰে। কিন্তু জাৰা ছাড়া তখন যুগোস্লাভিয়াৰ অধীনস্থ দালমাশিয়া লাভে ব্যৰ্থ হয়। জাতীয়তাবাদীৰা এই জয়কে “বিকলাঙ্গ” জয় বলে আখ্যায়িত কৰেছিল।

Fascist regime(১৯২২ – ১৯৪৩ সাল )[সম্পাদনা কৰক]

Main articles: Italian Fascism and Military history of Italy during World War II Benito Mussolini and Adolf Hitler in 1940.

The turbulence that followed the devastation of World War I, inspired by the Russian Revolution, led to turmoil and anarchy. The liberal establishment, fearing a socialist revolution, started to endorse the small National Fascist Party, led by Benito Mussolini. In October 1922 the fascists attempted a coup (the "March on Rome"), supported by king Victor Emmanuel III. Over the next few years, Mussolini banned all political parties and curtailed personal liberties, thus forming a dictatorship.

In 1935, Mussolini invaded Ethiopia, resulting in an international alienation and leading to Italy's withdrawal from the League of Nations. Consequently, Italy allied with Nazi Germany and Empire of Japan and strongly supported Franco in the Spanish civil war.

In 1939, Italy occupied Albania, a de facto protectorate for decades, and entered World War II in June 1940 on the side of the Axis powers. Mussolini, wanting a quick victory like Hitler's Blitzkriegs in Poland and France, invaded Greece in October 1940, but was forced to accept a humiliating stalemate after a few months. At the same time, Italy, after initially conquering British Somalia and parts of Egypt, saw an allied counter-attack lead to the loss of all possessions in the Horn of Africa and in North Africa.

Italy was then invaded by the Allies in July 1943, leading to the collapse of the Fascist regime and the fall of Mussolini. In September 1943, Italy surrendered. The country remained a battlefield for the rest of the war, as the allies were moving up from the south as the north was the base for loyalist Italian fascist and German Nazi forces, fought also by the Italian resistance movement. The hostilities ended on 2 May 1945. Nearly half a million Italians (including civilians) died in the conflict,[42] and the Italian economy had been all but destroyed; per capita income in 1944 was at its lowest point since the beginning of the 20th century.[43]

Italian Republic[সম্পাদনা কৰক]

Main article: History of the Italian Republic Alcide De Gasperi, first republican Prime Minister of Italy and one of the Founding Fathers of European Union.

Italy became a republic after a referendum[44] held on 2 June 1946, a day celebrated since as Republic Day. This was also the first time that Italian women were entitled to vote.[45] Victor Emmanuel III's son, Umberto II, was forced to abdicate and exiled. The Republican Constitution was approved on 1 January 1948. Under the Paris Peace Treaties of 1947, most of Venezia Giulia was lost to Yugoslavia and, later, the Free Territory of Trieste was divided between the two states.

Fears in the Italian electorate of a possible Communist takeover proved crucial for the first universal suffrage electoral outcome on 18 April 1948, when the Christian Democrats, under the leadership of Alcide De Gasperi, obtained a landslide victory. Consequently, in 1949 Italy became a member of NATO. The Marshall Plan helped to revive the Italian economy which, until the late 1960s, enjoyed a period of sustained economic growth commonly called the "Economic Miracle". In 1957, Italy was a founding member of the European Economic Community (EEC), which became the European Union (EU) in 1993. In 1957 Italy was among the EEC's six founding members. The country signed the Lisbon Treaty in 2007.

From the late 1960s until the early 1980s, the country experienced the Years of Lead, a period characterized by economic crisis (especially after the 1973 oil crisis), widespread social conflicts and terrorist massacres carried out by opposing extremist groups, with the alleged involvement of US intelligence.[46][47][48] The Years of Lead culminated in the assassination of the Christian Democrat leader Aldo Moro in 1978 and in the Bologna railway station massacre in 1980, where 85 people died; these events had deeply affected the whole country.[citation needed]

In the 1980s, for the first time since 1945, two governments were led by non-Christian-Democrat premiers: one liberal (Giovanni Spadolini) and one socialist (Bettino Craxi); the Christian Democrats remained, however, the main government party. During Craxi's government, the economy recovered and Italy became the world's fifth largest industrial nation, gaining entry into the G7 Group. However, as a result of his spending policies, the Italian national debt skyrocketed during the Craxi era, soon passing 100% of the GDP.

In the early 1990s, Italy faced significant challenges, as voters – disenchanted with political paralysis, massive public debt and the extensive corruption system (known as Tangentopoli) uncovered by the 'Clean Hands' investigation – demanded radical reforms. The scandals involved all major parties, but especially those in the government coalition: the Christian Democrats, who ruled for almost 50 years, underwent a severe crisis and eventually disbanded, splitting up into several factions. The Communists reorganized as a social-democratic force. During the 1990s and the 2000s (decade), centre-right (dominated by media magnate Silvio Berlusconi) and centre-left coalitions alternatively governed the country, which entered a prolonged period of economic stagnation.

ৰাজনীতি[সম্পাদনা কৰক]

Italy has been a unitary parliamentary republic since 2 June 1946, when the monarchy was abolished by a constitutional referendum. The President of the Italian Republic (Presidente della Repubblica), currently Giorgio Napolitano since 2006, is Italy's head of state. The President is elected for a single seven years mandate by the Parliament of Italy in joint session. Italy has a written democratic constitution, resulting from the work of a Constituent Assembly formed by the representatives of all the anti-fascist forces that contributed to the defeat of Nazi and Fascist forces during the Civil War.[64] Government Main article: Politics of Italy

Italy has a parliamentary government based on a proportional voting system. The parliament is perfectly bicameral: the two houses, the Chamber of Deputies (that meets in Palazzo Montecitorio) and the Senate of the Republic (that meets in Palazzo Madama), have the same powers. The Prime Minister, officially President of the Council of Ministers (Presidente del Consiglio dei Ministri), is Italy's head of government. The Prime Minister and the cabinet are appointed by the President of the Republic, but must pass a vote of confidence in Parliament to become in office.

While the office is similar to those in most other parliamentary systems, the Italian prime minister has less authority than some of his counterparts. The prime minister is not authorized to request the dissolution of Parliament or dismiss ministers (that are exclusive prerogatives of the President of the Republic) and must receive a vote of approval from the Council of Ministers—which holds effective executive power—to execute most political activities. Palazzo Montecitorio, seat of the Italian Chamber of Deputies.

After the resignation of Silvio Berlusconi on 12 November 2011, economist Mario Monti has been appointed as a technocratic Prime Minister. The Italy's four major political parties are the People of Freedom, the Democratic Party, the Northern League and the Italy of Values. During the 2008 general elections these four parties won 590 out of 630 seats available in the Chamber of Deputies and 308 out of 315 seats available in the Senate of the Republic.

Most of the remaining seats were won by minor parties that only contest election in one part of Italy, like the South Tyrolean People's Party and the Movement for Autonomies. However, during the last 3 years, a so called "Third Pole" emerged, merging the Christian Democrats of UDC with some dissident MPs coming from Mr. Berlusconi's cabinet.

A peculiarity of the Italian Parliament is the representation given to Italian citizens permanently living abroad (about 3.6 million people): 12 Deputies and 6 Senators elected in four distinct overseas constituencies. In addition, the Italian Senate is characterized also by a small number of senators for life, appointed by the President "for outstanding patriotic merits in the social, scientific, artistic or literary field". Former Presidents of the Republic are ex officio life senators. Law and criminal justice Main articles: Judiciary of Italy and Law enforcement in Italy The Supreme Court of Cassation.

The Italian judicial system is based on Roman law modified by the Napoleonic code and later statutes. The Supreme Court of Cassation is the highest court in Italy for both criminal and civil appeal cases. The Constitutional Court of Italy (Corte Costituzionale) rules on the conformity of laws with the constitution and is a post–World War II innovation. Since their appearance in the middle of the 19th century, Italian organized crime and criminal organizations have infiltrated the social and economic life of many regions in Southern Italy, the most notorious of which being the Sicilian Mafia, which would later expand into some foreign countries including the United States. The Mafia receipts may reach 9%[65][66] of Italy's GDP.[67]

A 2009 report identified 610 comuni which have a strong Mafia presence, where 13 million Italians live and 14.6% of the Italian GDP is produced.[68][69] The Calabrian 'Ndrangheta, nowadays probably the most powerful crime syndicate of Italy, accounts alone for 3% of the country's GDP.[70] However, at 0.013 per 1,000 people, Italy has only the 47th highest murder rate[71] (in a group of 62 countries) and the 43rd highest number of rapes per 1,000 people in the world (in a group of 65 countries), relatively low figures among developed countries. Foreign relations Main article: Foreign relations of Italy US President Barack Obama and Giorgio Napolitano in Rome.

Italy is a founding member of the European Community, now the European Union (EU), and of the North Atlantic Treaty Organization (NATO). Italy was admitted to the United Nations in 1955, and it is a member and strong supporter of a wide number of international organizations, such as the Organisation for Economic Co-operation and Development (OECD), the General Agreement on Tariffs and Trade/World Trade Organization (GATT/WTO), the Organization for Security and Co-operation in Europe (OSCE), the Council of Europe, and the Central European Initiative. Its recent turns in the rotating presidency of international organisations include the Conference for Security and Co-operation in Europe (CSCE), the forerunner of the OSCE, in 1994; G8; and the EU in 2009 and from July to December 2003.

Italy strongly supports multilateral international politics, endorsing the United Nations and its international security activities. Italy deployed troops in support of UN peacekeeping missions in Somalia, Mozambique, and East Timor and provides support for NATO and UN operations in Bosnia, Kosovo and Albania. Italy deployed over 2,000 troops in Afghanistan in support of Operation Enduring Freedom (OEF) from February 2003. Italy still supports international efforts to reconstruct and stabilize Iraq, but it has withdrawn its military contingent of some 3,200 troops as of November 2006, maintaining only humanitarian operators and other civilian personnel. In August 2006 Italy deployed about 2,450 troops in Lebanon for the United Nations' peacekeeping mission UNIFIL.[72] Military Main article: Italian Armed Forces The new Italian aircraft carrier Cavour (550) (MM Cavour).

The Italian Army, Navy, Air Force and Gendarmerie collectively form the Italian armed forces, under the command of the Supreme Defence Council, presided over by the President of the Italian Republic. From 2005, military service is entirely voluntary.[73] In 2010, the Italian military had 293,202 personnel on active duty,[74] of which 114,778 in the national gendarmerie.[75] Total Italian military spending in 2010 ranked tenth in the world, standing at $35.8 billion, equal to 1.7% of national GDP. As part of NATO's nuclear sharing strategy Italy also hosts 90 United States nuclear bombs, located in the Ghedi and Aviano air bases.[76]

The Italian Army is the national ground defense force, numbering 109,703 in 2008. Its best-known combat vehicles are the Dardo infantry fighting vehicle, the Centauro tank destroyer and the Ariete tank, and among its aircraft the Mangusta attack helicopter, recently deployed in UN missions. It also has at its disposal a large number of Leopard 1 and M113 armored vehicles. A Eurofighter Typhoon operated by the Italian Air Force.

The Italian Navy in 2008 had 35,200 active personnel with 85 commissioned ships and 123 aircraft.[77] It is now equipping itself with a bigger aircraft carrier, (the Cavour), new destroyers, submarines and multipurpose frigates. In modern times the Italian Navy, being a member of the NATO, has taken part in many coalition peacekeeping operations around the world.

The Italian Air Force in 2008 had a strength of 43,882 and operated 585 aircraft, including 219 combat jets and 114 helicopters. As a stopgap and as replacement for leased Tornado ADV interceptors, the AMI has leased 30 F-16A Block 15 ADF and four F-16B Block 10 Fighting Falcons, with an option for more. The coming years also will see the introduction of 121 EF2000 Eurofighter Typhoons, replacing the leased F-16 Fighting Falcons. Further updates are foreseen in the Tornado IDS/IDT and AMX fleets. A transport capability is guaranteed by a fleet of 22 C-130Js and Aeritalia G.222s of which 12 are being replaced with the newly developed G.222 variant called the C-27J Spartan.

An autonomous corps of the military, the Carabinieri are the gendarmerie and military police of Italy, policing the military and civilian population alongside Italy's other police forces. While the different branches of the Carabinieri report to separate ministries for each of their individual functions, the corps reports to the Ministry of Internal Affairs when maintaining public order and security.[78]

প্ৰশাসনিক অঞ্চলসমূহ[সম্পাদনা কৰক]

ভূগোল[সম্পাদনা কৰক]

জনসংখ্যা[সম্পাদনা কৰক]

hgghnbbjhlhhjnbvklhjkhnlujhjhkjnjnhjgvjhbjhhljknkjhnknjknjkmnm

সংস্কৃতি[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. (ইটালিয়ান) "Monthly demographic balance: January–April 2010". Istat. 15 September 2010. http://www.istat.it/salastampa/comunicati/non_calendario/20100915_00/testointegrale20100915.pdf। আহৰণ কৰা হৈছে: 19 September 2010. 
  2. 2.0 2.1 2.2 2.3 "World Economic Outlook Database, April 2010". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2010/01/weodata/weorept.aspx?sy=2007&ey=2010&scsm=1&ssd=1&sort=country&ds=.&br=1&c=136&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=54&pr.y=1। আহৰণ কৰা হৈছে: 21 April 2010. 
  3. "Distribution of family income - Gini index". CIA - The World Factbook. https://www.cia.gov/library/publications/the-world-factbook/geos/it.html। আহৰণ কৰা হৈছে: 9 July 2010. 
  4. Alberto Manco, Italia. Disegno storico-linguistico, 2009, Napoli, L'Orientale, ISBN 978-88-95044-62-0
  5. OLD, p. 974: "first syll. naturally short (cf. Quint.Inst.1.5.18), and so scanned in Lucil.825, but in dactylic verse lengthened metri gratia."
  6. J.P. Mallory and D.Q. Adams, Encyclopedia of Indo-European Culture (London: Fitzroy and Dearborn, 1997), 24.
  7. Dionysius of Halicarnassus, Roman Antiquities, 1.35, on LacusCurtius
  8. Aristotle, Politics, 7.1329b, on Perseus
  9. Thucydides, The Peloponnesian War, 6.2.4, on Perseus
  10. Pallottino, M., History of Earliest Italy, trans. Ryle, M & Soper, K. in Jerome Lectures, Seventeenth Series, p. 50
  11. Kluwer Academic/Plenum Publishers 2001, ch. 2. ISBN 0-306-46463-2.
  12. The Mycenaeans and Italy: the archaeological and archaeometric ceramic evidence, University of Glasgow, Department of Archaeology
  13. Emilio Peruzzi, Mycenaeans in early Latium, (Incunabula Graeca 75), Edizioni dell'Ateneo & Bizzarri, Roma, 1980
  14. Lord William Taylour, Mycenaean Pottery in Italy and Adjacent Areas (Cambridge 1958)
  15. Gert Jan van Wijngaarden, Use and Appreciation of Mycenaean Pottery in the Levant, Cyprus and Italy (1600-1200 B.C.): The Significance of Context, Amsterdam Archaeological Studies, Amsterdam University Press, 2001
  16. Andrea Vianello, Late Bronze Age Mycenaean and Italic Products in the West Mediterranean: A Social and Economic Analysis, (British Archaeological Reports International Series), British Archaeological Reports
  17. Miriam S. Balmuth, Robert J. Rowland, Studies in Sardinian archaeology, University of Michigan Press, 1984
  18. Bryan Feuer, Mycenaean civilization: an annotated bibliography through 2002, McFarland & Company; Rev Sub edition (2 March 2004)
  19. Stéphane Barry and Norbert Gualde, "The Biggest Epidemics of History" (La plus grande épidémie de l'histoire), in L'Histoire n° 310, June 2006, pp. 45–46
  20. "Plague[সংযোগবিহীন উৎস]". Brown University.
  21. Jensen 1992, p. 64.
  22. Karl Julius Beloch, Bevölkerungsgeschichte Italiens, volume 3, pp. 359–360.
  23. Thomas James Dandelet, John A. Marino (2007). Spain in Italy: politics, society, and religion 1500–1700. প্ৰকাশক Leiden: Koninklijke Brill. ISBN 978-90-04-15429-2. 
  24. Napoleon Bonaparte, "The Economy of the Empire in Italy: Instructions from Napoleon to Eugène, Viceroy of Italy," Exploring the European Past: Texts & Images, Second Edition, ed. Timothy E. Gregory (Mason: Thomson, 2007), 65–66.
  25. প্লেগ ইতিহাস, Texas Department of State Health Services
  26. কাৰ্ল জুলিয়াস বেলোচ, Bevölkerungsgeschichte Italiens, ভলিউম ৩, পৃঃ ৩৫৯ - ৩৬০।
  27. "১৬০০ শতকেৰ নেপলিস(Naples in the 1600s)". Faculty.ed.umuc.edu. http://faculty.ed.umuc.edu/~jmatthew/naples/goldenage.htm। আহৰণ কৰা হৈছে: 3 November 2008. 
  28. (ম্যাক স্মিথ, দেনিস (১৯৯৭). আধুনিক ইটালী; ৰাজনৈতিক ইতিহাস. Ann Arbor: The University of Michigan Press. ISBN 0-472-10895-6, p. 15.
  29. Monticelli, Giuseppe Lucrezio (Summer, 1967). "Italian Emigration: Basic Characteristic and Trends with Special Reference to the Last Twenty Years.". International Migration Review (The Center for Migration Studies of New York, Inc.) খণ্ড 1 (3, Special issue, The Italian Experience in Emigration): 10–24. doi:10.2307/3002737. ISSN 01979183. 
  30. (Bosworth (2005), pp. 49.)
  31. Mortara, G (1925). La Salute pubblica in Italia durante e dopo la Guerra. প্ৰকাশক New Haven: Yale University Press. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

দেশেৰ প্ৰোফাইল
সাধাৰণ
সৰকাৰ
জনগণ প্ৰতিষ্ঠান