এক দীৱানা থা
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| এক দীৱানা থা | |
|---|---|
| পৰিচালক | গৌতম মেনন |
| প্ৰযোজক | গৌতম মেনন ৰেশমা ঘাটলা ভেংকট সোমাসুন্দৰম |
| চিত্ৰনাট্য | জাভেদ আখটাৰ |
| কাহিনী | গৌতম মেনন |
| অভিনয়ত | প্ৰতিক বাব্বৰ এমি জেকছনক মনু ঝষি |
| সংগীত পৰিচালক | এ আৰ ৰহমান |
| চিত্ৰগ্ৰহণকাৰী | এম এচ প্ৰভু |
| সম্পাদনা | এন্ঠোনী গোঞ্জালভেজ |
| ষ্টুডিঅ’ | ফক্স ষ্টাৰ ষ্টোডিঅ'চ্ ফটন কথাচ |
| মুক্তি | জানুৱাৰী ২০১২ |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
এক দীৱানা থা (হিন্দী: एक दीवाना था) হৈছে ২০১২ চনৰ জানুৱাৰী মাহত মুক্তি পাব লগা এখন হিন্দী ভাষাৰ ৰোমান্টীক চলচ্চিত্ৰ৷ গৌতম মেনন পৰিচালিত ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰে প্ৰতিক বাব্বৰ আৰু এমি জেকছনকে৷ এই ছবিখন গৌতম মেননৰ দ্বাৰাই পৰিচালিত তামিল ভাষাৰ ছবি ভিন্নইথাণ্ডি ভৰুভায়াৰ পুনৰনিৰ্মাণ৷[1]
সূচী |
ছবিখনৰ কাহিনী[সম্পাদনা কৰক]
অভিনয়ত[সম্পাদনা কৰক]
- প্ৰতিক বাব্বৰ (শচিন)
- এমি জেকছনক
- মনু ঝষি
- শচিন খেৰকাৰ
- ৰমেশ চিপ্পি (বিশেষ এভুমুকি)
অন্য ভাষাৰ সংস্কৰণৰ সৈতে চৰিত্ৰসমূহৰ তুলনা[সম্পাদনা কৰক]
| ভিন্নইথাণ্ডি ভৰুভায়া (তামিল) |
য়ে মায়া ছেসাবে (তেলেগু) |
এক দীৱানা থা (হিন্দী) |
| সিলামবৰসন ৰাজেন্দৰ | নাগা চৈতন্য | প্ৰতিক বাব্বৰ |
| তৃষা কৃষ্ণন | সামান্ঠা ৰূঠ প্ৰভু | এমি জেকছনক |
| গনেশ জনাৰ্দন | কৃষ্ণুডু | মনু ঝষি |
নিৰ্মাণ কাহিনী[সম্পাদনা কৰক]
চিত্ৰগ্ৰহন[সম্পাদনা কৰক]
ফলাফল[সম্পাদনা কৰক]
সংগীত[সম্পাদনা কৰক]
ভিন্নইথাণ্ডি ভৰুভায়াৰ দৰেই এক দীৱানা থা-ও সংগীত পৰিচালনা কৰিছে এ আৰ ৰহমানে। তামিল গীতবোৰৰ হিন্দী সংস্কৰণৰ লগতে এই ছবিখনত জাভেদ আখটাৰ ৰচিত দুটা অতিৰিক্ত গীত সংযোগ কৰা হৈছে।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Another Gautham Menon Film in Hindi – Ek Deewana Tha". BollySpice.com. http://bollyspice.com/32522/another-gautham-menon-film-in-hindi-ek-deewana-tha। আহৰণ কৰা হৈছে: November 20, 2011.