হিন্দী ভাষা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
(হিন্দী ৰ পৰা পুনঃনিৰ্দেশিত)
হিন্দী
हिन्दी, हिंदी
কোৱা হয় ভাৰত
অঞ্চল দক্ষিণ এছিয়া
স্থানীয় ভাষিক মাতৃভাষী ৪৮ কোটি; মুঠ ৮০ কোটি
ভাষা পৰিয়াল
ইন্দো ইউৰোপীয়ান
লিপি দেৱনাগৰী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা ভাৰত
নিয়মাধীন হয় কেন্দ্ৰীয় হিন্দী নিৰ্দেশালয় ৱেবছাইটl
ভাষা সংকেত
ISO 639-1 hi
ISO 639-2 hin
ISO 639-3 hin

হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা । ভাৰতৰ ওপৰিও নেপাল, মৰিচাচত এই ভাষা প্ৰচলিত । আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েচিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে ।


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত