চাবুৱা (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাবুৱা বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১২১ হৈছে চাবুৱা বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] চাবুৱা তিনিচুকীয়া জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিৰ এখন। লখিমপুৰ লোকসভা সমষ্টিৰ আন সাতটা বিধানসভা সমষ্টি হ'ল, তিনিচুকীয়া জিলাৰ ডুমডুমা, শদিয়া, লখিমপুৰ জিলানাওবৈচা, লখিমপুৰ, ঢকুৱাখানা আৰু ধেমাজী জিলাধেমাজী আৰু জোনাই

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]