জাহ্নু হান্সদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাহ্নু হান্সদা
ব্যক্তিগত তথ্যাৱলী
জন্ম ২৪ অক্টোবৰ, ১৯৭৫ (৪৮ বছৰ)
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া আৰ্চাৰী
১ আগষ্ট ২০১৫-ত নবীকৰণ কৰা হৈছে।

জাহ্নু হান্সদা (ইংৰাজী: Jhano Hansdah; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰ (ধনুৰ্বিদ)। তেওঁ ভাৰতৰ জাতীয় দলৰ হৈ খেলে। ২০১৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰিছিল।[1]

“বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ আৰ্চাৰী প্ৰতিযোগিতা”ত ২০১২ চনৰ পৰা ২০১৫ চনলৈ জাহ্নু হান্সদা একেৰাহে তিনিবাৰকৈ চেম্পিয়ন হৈছিল। তেওঁ ১৫০ টাতকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খিতাপ লাভ কৰিছে আৰু টাটানগৰ ৰেলৱে আৰক্ষীৰ পৰিদৰ্শক হিচাপে নিযুক্তি পাইছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]