জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাস (ইংৰাজী: Biological classification) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়৷ তেৱেই পোনপ্ৰথমে বৈজ্ঞানিক ভাৱে জীৱৰ শ্ৰেণীবিভাগ কৰিছিল৷ চাৰ্লছ ডাৰউইনৰ সাধাৰণ পূৰ্বপুৰুষ (Principle of common descent)ৰ তত্বৰ স’তে খাপ খোৱাকৈ লিনিয়াছৰ এই শ্ৰেণীবিভাজন পদ্ধতিক পৰৱৰ্তী কালত বিভিন্নভাবে সংশোধন কৰা হৈছে৷ বৰ্তমানৰ শ্ৰেণীবিভাজনত ডি.এন.এ. চিকুৱেন্স (DNA sequences) ব্যৱহাৰে এই পদ্ধতিৰ শুদ্ধতা অধিক বৃদ্ধি কৰিছে ৷
শ্ৰেণীবিন্যাস বিদ্যাৰ ধাৰাক্ৰম [সম্পাদনা কৰক]
- ডোমেইন বা সম্ৰাজ্য
- মহাপৰ্ব (উদ্ভিদবিজ্ঞানত মহাবিভাগ)
- পৰ্ব (উদ্ভিদবিজ্ঞানত বিভাগ)
- উপপৰ্ব (উপবিভাগ)
- ইনফ্ৰাপৰ্ব (ইনফ্ৰাবিভাগ)
- উপপৰ্ব (উপবিভাগ)
- পৰ্ব (উদ্ভিদবিজ্ঞানত বিভাগ)
- মহাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
- কোহৰ্ট (উদ্ভিদবিজ্ঞান)
- উপকোহৰ্ট (উদ্ভিদবিজ্ঞান)
- ইনফ্ৰাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
- উপকোহৰ্ট (উদ্ভিদবিজ্ঞান)
- কোহৰ্ট (উদ্ভিদবিজ্ঞান)
- মহাশ্ৰেণী
- মহাবিভাগ (প্ৰাণীবিজ্ঞান)
- বিভাগ (প্ৰাণীবিজ্ঞান)
- উপবিভাগ (প্ৰাণীবিজ্ঞান)
- ইনফ্ৰাবিভাগ (প্ৰাণীবিজ্ঞান)
- উপবিভাগ (প্ৰাণীবিজ্ঞান)
- বিভাগ (প্ৰাণীবিজ্ঞান)
- মহালিজন (প্ৰাণীবিজ্ঞান)
- লিজন (প্ৰাণীবিজ্ঞান)
- উপলিজন (প্ৰাণীবিজ্ঞান)
- ইনফ্ৰালিজন (প্ৰাণীবিজ্ঞান)
- উপলিজন (প্ৰাণীবিজ্ঞান)
- লিজন (প্ৰাণীবিজ্ঞান)
- মহাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
- কোহৰ্ট (প্ৰাণীবিজ্ঞান)
- উপকোহৰ্ট (প্ৰাণীবিজ্ঞান)
- ইনফ্ৰাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
- উপকোহৰ্ট (প্ৰাণীবিজ্ঞান)
- কোহৰ্ট (প্ৰাণীবিজ্ঞান)
- গিগাবৰ্গ (প্ৰাণীবিজ্ঞান)
- মেগানবৰ্গ বা মেগাবৰ্গ (প্ৰাণীবিজ্ঞান)
- অনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
- উপঅনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
- গিগাপৰিয়াল (প্ৰাণীবিজ্ঞান)
- মহাগোত্ৰ
- গণ
- উপগণ
- অনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
- উপঅনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
- চিৰিজ (উদ্ভিদবিজ্ঞান)
- উপচিৰিজ (উদ্ভিদবিজ্ঞান)
- চিৰিজ (উদ্ভিদবিজ্ঞান)
- উপঅনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
- অনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
- উপগণ
- মহাপ্ৰজাতি বা প্ৰজাতিশ্ৰেণী