দীক্ষু শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


দীক্ষু শৰ্মা
জন্ম ১ জুলাই , ১৯৮২
বাসগৃহ গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা গায়ক
সংগীত পৰিচালক
জনা যায় আহ ঐ আহ
দাম্পত্যসঙ্গী বিজেয়িতা পাটগিৰি

দীক্ষু শৰ্মা এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া গীতৰ লগতে হিন্দী আৰু বঙালী গীতটো কণ্ঠদান কৰিছে।