ফ'নন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাধাৰণ অবস্থাত স্ফটিকৰ মাজেৰে অনুকম্পনৰ হ্ৰাস-বৃদ্ধি

ফ'নন(ইংৰাজী: Phonon) হৈছে শব্দ-তৰঙ্গশক্তিকোৱাণ্টাৰ নাম। ইয়াৰ মান হৈছে , য'ত হৈছে প্লাংকৰ ধ্ৰুবক (Planck's constant) আৰু হৈছে এই শব্দ-তৰঙ্গৰ কম্পনাঙ্ক। ই এক আলোক কোৱাণ্টা ফ'টনৰ দৰে। তাপীয় তৰঙ্গসমূহৰ (হ্ৰস্ব শব্দ-তৰঙ্গ) সহায়ত পদাৰ্থৰ পৰা ইলেকট্ৰন আৰু অন্যান্য মৌলিক কণিকা সমূহক বিক্ষিপ্ত কৰাৰ ক্ষেত্ৰত ফ'ননে ভূমিকা গ্ৰহণ কৰে।