বাৰ্তা:আমি অসমীয়া
নিৰপেক্ষতা বজাই ৰখাৰ স্বাৰ্থত প্ৰবন্ধটোৰ কিছু অংশ বাদ দিয়া হৈছে। কৰ্মদলৰ সম্পূৰ্ণ তালিকা দিব লাগেনে নালাগে সেই বিষয়ে অলপ খোকোজা আছে। — গীতাৰ্থ বৰদলৈ (talk) 17:44, 5 ডিচেম্বৰ 2013 (UTC)
- কৰ্মদলৰ তালিকা দিয়াৰ প্ৰয়োজন মইও দেখা নাই। প্রভাকৰ শৰ্মা নেওগ (talk) 17:41, 12 নৱেম্বৰ 2014 (UTC)