বাৰ্তা:দেওধনী নৃত্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:37, 11 জুন 2012 (UTC)

চিত্ৰ প্ৰসংগ[সম্পাদনা কৰক]

Bishnu da মই জনাত বা দেখাত অকল ছোৱালী মানুহে দেওধনী নাছ নচা দেখিছো| হয়তো কিছুদিন পিছত মই ফটোও যোগান ধৰিব পাৰিম| মাত্ৰ মোক অলপ সময় লাগিব। কিন্তু মোৰ প্ৰবন্ধটোৰ ওচৰত পুৰুষৰ ফটো দিয়া আছে| (ভবিতা দাস) (ফেচবুক বাৰ্তা)
ম‍ই নাজানো সেই বিষয়ে| ছবিকেইখন ৱিকিত আছিল বাবে প্ৰবন্ধৰ সৈতে লগ লগাই দিলো| সময় লওক কথা নাই| কিবা অসুবিধা হ’লে জনাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:37, 13 জুন 2012 (UTC)
ছবিদুখনত পুৰুষে নচাহে আছিল। সেয়া সম্ভৱতঃ ভুল। সদ্যহতে আঁতৰাই থৈছোঁ। — গীতাৰ্থ বৰদলৈ (talk) 05:26, 19 এপ্ৰিল 2013 (UTC)