বুকাৰ বঁটা
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| বুকাৰ বঁটা | |
|---|---|
| বিৱৰণ | ইংৰাজী উপন্যাস |
| স্থান | কমনৱেলথ দেশসমূহ আৰু আয়াৰলেণ্ড |
| প্ৰথম পুৰস্কাৰ প্ৰদান | ১৯৬৮ |
| ৱেবচাইট | themanbookerprize.com |
‘বুকাৰ বঁটা’ বা "মেন বুকাৰ বঁটা" (ইংৰাজী: Man Booker Prize) ১৯৬৮ চনত প্ৰতিস্থা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ পৰা প্ৰদান কৰা হয়। কমনৱেলথ দেশসমূহ, আয়াৰলেণ্ড বা জিম্বাৱৱেৰ নিবাসী কোনো লেখকৰ ইংৰাজীত লিখা উপন্যাসক এই বঁটা প্ৰদান কৰা হয়[1] । মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয়। এই বঁটাৰ বাবে উপন্যাসসমূহ বৃটেইনৰ প্ৰকাশকে প্ৰকাশ কৰা হ’ব লাগে আৰু লগতে আৰু কিছুমান চৰ্ত থাকে। এই বঁটাত প্ৰদান কৰা ধনৰ পৰিমান ৫০,০০০ বৃটিছ পাউণ্ড। চূড়ান্ত তালিকালৈ নিৰ্বাচিত উপন্যাসৰ লেখকসকলক ২,৫০০ বৃটিছ পাউণ্ডকৈ প্ৰদান কৰা হয়।[2]
বুকাৰ বিজয়ী উপন্যাসসমূহ আৰু ঔপন্যাসিকসকল[সম্পাদনা কৰক]
| বছৰ | বঁটা বিজয়ী সকল | উপন্যাসৰ নাম | ৰাষ্ট্ৰ |
|---|---|---|---|
| ১৯৬৯ | পি এইচ্. নিউবাই | ছামথিং টু এন্সাৰ ফৰ | |
| ১৯৭০ | বাৰ্নিচ্ ৰুবেনছ্ | দ্যা ইলেকটেড মেম্বাৰ | |
| ১৯৭১ | ভি. এছ. নাইপল | ইন এ ফ্ৰী ষ্টেট | |
| ১৯৭২ | জন বাৰ্গাৰ | জি | |
| ১৯৭৩ | জে. জি. ফাৰেৰেল | দ্যা ছ্যীজ অব্ কৃষ্ণাপুৰ | |
| ১৯৭৪ | নাডিন গাৰ্ডিমাৰ
ষ্টেনলী মিডলটন |
দ্যা কনজাৰভেছনিষ্ট
হলিডে’ |
|
| ১৯৭৫ | ৰুথ প্ৰৱেৰ ঝাবভালা | হিট এণ্ডডাষ্ট | |
| ১৯৭৬ | ডেভিড ষ্ট’ৰী | ছেভিল | |
| ১৯৭৭ | প’ল স্কট | ষ্টেয়ীং অন | |
| ১৯৭৮ | আইৰিছ মাৰ্ডক | দ্যা ছী, দ্যা ছী | |
| ১৯৭৯ | পেনেল’প ফিটজাৰেল্ড | অফশ্বোৰ | |
| ১৯৮০ | উইলিয়াম গল্ডিং | ৰাটছ অব্ পেছেজ | |
| ১৯৮১ | ছালমান ৰুশ্বডি | মিডনাইটছ চিলড্ৰেন | |
| ১৯৮২ | টমাছ কেনিয়ালী | ছিল্ডলাৰ্ছ্ আৰ্ক্ | |
| ১৯৮৩ | জে. এম. কয়েৎজে | লাইফ এণ্ড টাইমছ অব্ মাইকেল কে | |
| ১৯৮৪ | অনিতা ব্ৰুকনাৰ | হোটেল ডু লাক | |
| ১৯৮৫ | কেৰি হাম | দ্যা ব’ন পিপুল | |
| ১৯৮৬ | কিংছলী এমিজ | দ্যা অল্ড ডেভিলছ্ | |
| ১৯৮৭ | পেনেলপ লাইভলী | মুন টাইগাৰ | |
| ১৯৮৮ | পিটাৰ কেৰী | অস্কাৰ এণ্ড লুচিণ্ডা | |
| ১৯৮৯ | কাজুঅ’ইছিগুৰু | দ্যা ৰিমেইনছ অব্ দ্যা ডে | |
| ১৯৯০ | এ. এছ. ব্যাট | পজেছন | |
| ১৯৯১ | বেন ওকৰি | দ্যা ফেমিছড ৰ’ড | |
| ১৯৯২ | মাইকেল অ’ণ্ডাটজে
বেৰী আনছৱৰ্থ |
দ্যা ইংলিছ পেছেণ্ট
ছেক্ৰেড হাংগাৰ |
|
| ১৯৯৩ | ৰ’ড্ৰি ডয়াল | পেড্ডি ক্লাৰ্ক হা হা হা | |
| ১৯৯৪ | জেমছ্ কেলমান | হাউ লেট ইট ৱাজ, হাউ লেট | |
| ১৯৯৫ | পেট বাৰ্কাৰ | দ্যা ঘষ্ট ৰ’ড | |
| ১৯৯৬ | গ্ৰাহাম ছুইফট্ | লাষ্ট অৰ্ডাৰ্ছ | |
| ১৯৯৭ | অৰুন্ধতী ৰয় | দ্যা গড্ অব্ স্মল থিংছ্ | |
| ১৯৯৮ | ইয়ান মেকএৱান | আমষ্টাৰডাম | |
| ১৯৯৯ | জে. এম. কয়েৎজে | ডিছগ্ৰেচ | |
| ২০০০ | মাৰ্গাৰেট এটউড | দ্যা ব্লাইণ্ড এছাছিন | |
| ২০০১ | পিটাৰ কেৰী | ট্ৰু হিষ্ট’ৰী অব্ দ্যা কেলী গেং | |
| ২০০২ | য়ান মাৰ্টেল | লাইফ অব্ পি | |
| ২০০৩ | ডি. বি. চি. পিয়েৰি | ভাৰ্নন গড্ লিটিল | |
| ২০০৪ | এলান হলিঙহাৰ্ষ্ট | দা লাইন অফ বিউটি | |
| ২০০৫ | জন বেনভিল্লে | দা চি | |
| ২০০৬ | কিৰণ দেসাই | দা ইনহেৰিটেঞ্চ অফ ল'ছ | |
| ২০০৭ | এন এনৰাইট | দা গেদাৰিঙ | |
| ২০০৮ | অৰবিন্দ অডিগ' | দা হোৱাইট টাইগাৰ | |
| ২০০৯ | হিলাৰী মণ্টেল | ৱল্ফ হ'ল | |
| ২০১০ | হৱাৰ্ড জেকবচন | দা ফিঙ্কলাৰ কুৱেশ্বন | |
| ২০১১ | জুলিয়ান বাৰ্ণছ | দা ছেঞ্চ অফ এন এডিটিঙ | |
| ২০১২ | হিলাৰী মণ্টেল | ব্ৰিং আপ দ্যা বডিচ |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Booker Prize: rules". bookerprize.com. http://www.themanbookerprize.com/prize/about/rules-and-entry। আহৰণ কৰা হৈছে: 3 September 2009.
- ↑ বুকাৰ বঁটা, বিপুলজ্যোতি শইকীয়া, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘বুকাৰ বঁটা’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আনুষ্ঠানিক ৱেবছাইট
- The Booker Prize Archive at Oxford Brookes University
- A primer on the Man Booker Prize and critical review of literature