বৰ্গক্ষেত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্গ
Square (geometry).svg
A square is a regular quadrilateral.
Edges and vertices 4
Schläfli symbol {4}
Coxeter–Dynkin diagrams সাঁচ:CDD
Symmetry group Dihedral (D4)
ক্ষেত্ৰফল t2 (with t = edge length)
আন্তঃকোণ (ডিগ্ৰী) 90°
Dual polygon dual polygon of this shape
বৈশিষ্ট convex, cyclic, equilateral, isogonal, isotoxal
Construction of a square using a compass and straightedge.

বৰ্গক্ষেত্ৰ হৈছে চাৰিডাল সমান জোখৰ বাহুৰে আবৰা ৯০ ডিগ্ৰীৰ (সমকোণ) আন্তঃকোণ বিশিষ্ট সমতলীয় ক্ষেত্ৰ।

গাণিতিক ধৰ্ম[সম্পাদনা কৰক]

  • পৰিসীমা  P = 4s
  • কালি বা ক্ষেত্ৰফল  A = s^2
s = এটা বাহুৰ দৈৰ্ঘ্য

অন্যান্য[সম্পাদনা কৰক]

  • কোনো সংখ্যাৰ দ্বিতীয় ঘাতকো (power) বৰ্গ বোলে
  • এটা বৃত্তৰ অন্তস্থ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত বৃত্তটোৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ \pi/\sqrt{2} (প্ৰায় ২.২২) গুন।
  • কোনো বৰ্গক্ষেত্ৰৰ অন্তঃবৃত্তৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ \pi/4 (প্ৰায় ০.৭৯) গুন।
  • সমান পৰিসীমাৰ অন্য চতুৰ্ভুজতকৈ বৰ্গক্ষেত্ৰৰ কালি বেছি।

অ-ইউক্লিডীয় জ্যামিতি[সম্পাদনা কৰক]

অ-ইউক্লিডীয় জ্যামিতিত বৰ্গক্ষেতত্ৰ হৈছে চাৰিডাল বাহুবিশিষ্ট সুসম (সমান আন্তঃকোণ বিশিষ্ট) চতুৰ্ভুজ। গোলকীয় জ্যামিতিত (spherical geometry) চাৰিডাল মহাবৃতাংশৰে (great circle arc) আবৰা সমান আন্তঃকোণ বিশিষ্ট বহুভুজ। অতিগোলকীয় জ্যামিতিত (:en:hyperbolic geometry|hyperbolic geometry]]) বৰ্গক্ষেত্ৰ নাই। Examples:

Square on sphere.svg
Six squares can tile the sphere with 3 squares around each vertex and 120 degree internal angles. This is called a spherical cube. The Schläfli symbol is {4,3}.
Square on plane.svg
Squares can tile the Euclidean plane with 4 around each vertex, with each square having an internal angle of 90 degrees. The Schläfli symbol is {4,4}.
Square on hyperbolic plane.png
Squares can tile the

Hyperbolic plane with 5 around each vertex, with each square having 72 degree internal angles. The Schläfli symbol is {4,5}.

গ্ৰাফ থিয়'ৰি[সম্পাদনা কৰক]

গ্ৰাফ থিয়ৰিত K4 সম্পূৰ্ণ গ্ৰাফ সকলো শীৰ্ষবিন্দু ৰেখাৰে সংযোগ কৰি অংকিত এটা বৰ্গক্ষেত্ৰৰ দ্বাৰা দৰ্শোৱা হয়। এটা সুসম চতুৰ্ফলকৰ সমান্তৰাল প্ৰক্ষেপনকো ইয়াৰ দ্বাৰা সূচাব পাৰি।

Tetrahedron petrie.png
3-simplex (3D)


বহিঃসংযোগ[সম্পাদনা কৰক]