ভাৰতীয় নাগৰিকত্ব আইন
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ | |
|---|---|
| An Act to provide for acquisition and determination of Indian citizenship. | |
| ভাষ্য | Act No. 57 of 1955 |
| গৃহীত কৰে | ভাৰতৰ সংসদ |
| কাৰ্যকৰী হোৱা তাৰিখ | ৩০ ডিচেম্বৰ ১৯৫৫ |
| Amendments | |
| The Citizenship (Amendment) Act, 1986, the Citizenship (Amendment) Act, 1992, the Citizenship (Amendment) Act, 2003, and the Citizenship (Amendment) Act, 2005 | |
| Summary | |
| Along with the Constitution of India, the Citizenship Act, 1955 is the exhaustive law relating to citizenship in India. | |
ভাৰতীয় সংবিধানৰ বিধান অনুযায়ী ব্যৱস্থাৰূপে গ্ৰহণ কৰা হৈছে । ১৯৫০ চনৰ নাগৰিকত্ব আইন অনুযায়ী এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব, যদিহে-
- জন্মসূত্ৰে, ১৯৫০ চনৰ ২৬ জানুৱাৰী বা তাৰ পিছত ভাৰতত জন্ম হয়।
- দ্বিতীয়তে, উত্তৰাধিকাৰীসূত্ৰে অৰ্থাত পিতৃ বা মাতৃ ভাৰতীয় নাগৰিক হ’লে। এই ক্ষেত্ৰত ভাৰতৰ জন্ম ভাৰতৰ বাহিৰত হ’লেও তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ।
- পাচঁ বছৰ বা তাৰ অধিক ভাৰতত বাস কৰিলে নাগৰিকত্ব সম্বন্ধীয় বিধি-ব্যৱস্থাৰ জৰিয়তে তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে অবেদন কৰিব পাৰে (১৯৮৬ চনৰ ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি ) ।
- স্বাভাৱিকৰণৰ মাধ্যমত – কোনো বিদেশীয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিক হিচাপে নিজকে দাবি কৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন জনালে নাগৰিকত্ব লাভ কৰিব পাৰে ।
- কোনো নতুন অঞ্চল ভাৰতৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত অন্তৰ্ভুক্ত হ’লে সেই অঞ্চলৰ বাসিন্দাসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰে ।
নাগৰিকত্ব হেৰুৱাব পৰা কাৰণসমূহ হ’ল-
- দুখন দেশৰ নাগৰিকত্ব থাকিলে কোনো ব্যক্তিয়ে স্বচ্ছাই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিব লাগে।
- বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে ভাৰতৰ নাগৰিকত্ব হেৰুৱাব লগাত পৰে।
- জালিয়াতিৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিলে সেয়া হেৰুৱাব লগীয়া হয়।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- Overseas Citizenship of India (OCI) - Indian Ministry of Home Affairs
- Extracts from the Citizenship Act 1955 - Indian Ministry of Home Affairs
- Constitutional provisions - Indian Citizenship
- Pdf versions of the Citizenship Act 1955 and Citizenship Rules 1956
- OCI Card
- South China Morning Post of 25 September 2006, highlighting the plight of Indian ethnic minority BN(O)s in Limbo in Hong Kong
- South China Morning Post of 23 October 2006, criticising failure to properly process British citizenship applications of Indian-origin ethnic minority British nationals in Hong Kong
- Dual Nationality - US Embassy, New Delhi
- Indian Tourist Visa