মুছলমান

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
Men praying at Babur Gardens in 2010.jpg

ইছলাম ধৰ্মাৱলম্বী লোকসকলক মুছলিম বা মুছলমান (আৰবী: مسلم‎, ইংৰাজী: Muslim or Moslem)[1] বুলি কোৱা হয়। মুছলমান হোৱৰ প্ৰাথমিক যোগ্যতা হৈছে আল্লাৰ (ইছলাম ধৰ্মৰ ভগৱান) ওপৰত আস্থা আৰু সমৰ্পন। তেওঁলোকে তেওঁলোকৰ ধৰ্মগ্ৰন্থ কোৰাণৰ নিৰ্ধাৰিত নিয়ম (হাদিথ) মতে জীৱন নিৰ্বাহ কৰে।


[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. thefreedictionary.com: muslim

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত