মেন বুকাৰ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুকাৰ বঁটা
বিৱৰণ ইংৰাজী উপন্যাস
স্থান কমনৱেলথ দেশসমূহ আৰু আয়াৰলেণ্ড
প্ৰথম পুৰস্কাৰ প্ৰদান ১৯৬৮
ৱেবচাইট themanbookerprize.com

‘বুকাৰ বঁটা’ বা "মেন বুকাৰ বঁটা" (ইংৰাজী: Man Booker Prize) ১৯৬৮ চনত প্ৰতিস্থা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ পৰা প্ৰদান কৰা হয়। কমনৱেলথ দেশসমূহ, আয়াৰলেণ্ড বা জিম্বাৱৱেৰ নিবাসী কোনো লেখকৰ ইংৰাজীত লিখা উপন্যাসক এই বঁটা প্ৰদান কৰা হয়[1] । মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয়। এই বঁটাৰ বাবে উপন্যাসসমূহ বৃটেইনৰ প্ৰকাশকে প্ৰকাশ কৰা হ’ব লাগে আৰু লগতে আৰু কিছুমান চৰ্ত থাকে। এই বঁটাত প্ৰদান কৰা ধনৰ পৰিমান ৫০,০০০ বৃটিছ পাউণ্ড। চূড়ান্ত তালিকালৈ নিৰ্বাচিত উপন্যাসৰ লেখকসকলক ২,৫০০ বৃটিছ পাউণ্ডকৈ প্ৰদান কৰা হয়।[2]

বুকাৰ বিজয়ী উপন্যাসসমূহ আৰু ঔপন্যাসিকসকল[সম্পাদনা কৰক]

বছৰ বঁটা বিজয়ী সকল উপন্যাসৰ নাম ৰাষ্ট্ৰ
১৯৬৯ পি এইচ্. নিউবাই ছামথিং টু এন্সাৰ ফৰ  ইংলেণ্ড
১৯৭০ বাৰ্নিচ্ ৰুবেনছ্ দ্যা ইলেকটেড মেম্বাৰ  ইংলেণ্ড
১৯৭১ ভি. এছ. নাইপল ইন এ ফ্ৰী ষ্টেট  ট্ৰিনিদাদ আৰু ট'বেগ'‎/ ইংলেণ্ড
১৯৭২ জন বাৰ্গাৰ জি  ইংলেণ্ড
১৯৭৩ জে. জি. ফাৰেৰেল দ্যা ছ্যীজ অব্ কৃষ্ণাপুৰ  ইংলেণ্ড
১৯৭৪ নাডিন গাৰ্ডিমাৰ

ষ্টেনলী মিডলটন

দ্যা কনজাৰভেছনিষ্ট

হলিডে’

 দক্ষিণ আফ্ৰিকা
 ইংলেণ্ড
১৯৭৫ ৰুথ প্ৰৱেৰ ঝাবভালা হিট এণ্ডডাষ্ট  ইংলেণ্ড/ জাৰ্মানী
১৯৭৬ ডেভিড ষ্ট’ৰী ছেভিল  ইংলেণ্ড
১৯৭৭ প’ল স্কট ষ্টেয়ীং অন  ইংলেণ্ড
১৯৭৮ আইৰিছ মাৰ্ডক দ্যা ছী, দ্যা ছী  ইংলেণ্ড
১৯৭৯ পেনেল’প ফিটজাৰেল্ড অফশ্বোৰ  ইংলেণ্ড
১৯৮০ উইলিয়াম গল্ডিং ৰাটছ অব্ পেছেজ  ইংলেণ্ড
১৯৮১ ছালমান ৰুশ্বডি মিডনাইটছ চিলড্ৰেন  ভাৰত
১৯৮২ টমাছ কেনিয়ালী ছিল্ডলাৰ্ছ্ আৰ্ক্ পুণঃনিৰ্দেশ সাঁচ:Country data Australia
১৯৮৩ জে. এম. কয়েৎজে লাইফ এণ্ড টাইমছ অব্ মাইকেল কে  দক্ষিণ আফ্ৰিকা/পুণঃনিৰ্দেশ সাঁচ:Country data Australia
১৯৮৪ অনিতা ব্ৰুকনাৰ হোটেল ডু লাক  ইংলেণ্ড
১৯৮৫ কেৰি হাম দ্যা ব’ন পিপুল পুণঃনিৰ্দেশ সাঁচ:Country data New Zealand
১৯৮৬ কিংছলী এমিজ দ্যা অল্ড ডেভিলছ্  ইংলেণ্ড
১৯৮৭ পেনেলপ লাইভলী মুন টাইগাৰ  ইংলেণ্ড
১৯৮৮ পিটাৰ কেৰী অস্কাৰ এণ্ড লুচিণ্ডা পুণঃনিৰ্দেশ সাঁচ:Country data Australia
১৯৮৯ কাজুঅ’ইছিগুৰু দ্যা ৰিমেইনছ অব্ দ্যা ডে  ইংলেণ্ড/ জাপান
১৯৯০ এ. এছ. ব্যাট পজেছন  ইংলেণ্ড
১৯৯১ বেন ওকৰি দ্যা ফেমিছড ৰ’ড  নাইজেৰিয়া
১৯৯২ মাইকেল অ’ণ্ডাটজে

বেৰী আনছৱৰ্থ

দ্যা ইংলিছ পেছেণ্ট

ছেক্ৰেড হাংগাৰ

পুণঃনিৰ্দেশ সাঁচ:Country data Canada/ শ্ৰীলংকা
 ইংলেণ্ড
১৯৯৩ ৰ’ড্ৰি ডয়াল পেড্ডি ক্লাৰ্ক হা হা হা  আয়াৰলেণ্ড
১৯৯৪ জেমছ্ কেলমান হাউ লেট ইট ৱাজ, হাউ লেট  ইংলেণ্ড
১৯৯৫ পেট বাৰ্কাৰ দ্যা ঘষ্ট ৰ’ড  ইংলেণ্ড
১৯৯৬ গ্ৰাহাম ছুইফট্ লাষ্ট অৰ্ডাৰ্ছ  ইংলেণ্ড
১৯৯৭ অৰুন্ধতী ৰয় দ্যা গড্ অব্ স্মল থিংছ্  ভাৰত
১৯৯৮ ইয়ান মেকএৱান আমষ্টাৰডাম  ইংলেণ্ড
১৯৯৯ জে. এম. কয়েৎজে ডিছগ্ৰেচ  দক্ষিণ আফ্ৰিকা/পুণঃনিৰ্দেশ সাঁচ:Country data Australia
২০০০ মাৰ্গাৰেট এটউড দ্যা ব্লাইণ্ড এছাছিন পুণঃনিৰ্দেশ সাঁচ:Country data Canada
২০০১ পিটাৰ কেৰী ট্ৰু হিষ্ট’ৰী অব্ দ্যা কেলী গেং পুণঃনিৰ্দেশ সাঁচ:Country data Australia
২০০২ য়ান মাৰ্টেল লাইফ অব্ পি পুণঃনিৰ্দেশ সাঁচ:Country data Canada
২০০৩ ডি. বি. চি. পিয়েৰি ভাৰ্নন গড্ লিটিল পুণঃনিৰ্দেশ সাঁচ:Country data Australia/ মেক্সিকো
২০০৪ এলান হলিঙহাৰ্ষ্ট দা লাইন অফ বিউটি  ইংলেণ্ড
২০০৫ জন বেনভিল্লে দা চি  আয়াৰলেণ্ড
২০০৬ কিৰণ দেসাই দা ইনহেৰিটেঞ্চ অফ ল'ছ  ভাৰত
২০০৭ এন এনৰাইট দা গেদাৰিঙ  ইংলেণ্ড
২০০৮ অৰবিন্দ অডিগ' দা হোৱাইট টাইগাৰ  ভাৰত
২০০৯ হিলাৰী মণ্টেল ৱল্ফ হ'ল  ইংলেণ্ড
২০১০ হৱাৰ্ড জেকবচন দা ফিঙ্কলাৰ কুৱেশ্বন  ইংলেণ্ড
২০১১ জুলিয়ান বাৰ্ণছ দা ছেঞ্চ অফ এন এডিটিঙ  ইংলেণ্ড
২০১২ হিলাৰী মণ্টেল ব্ৰিং আপ দ্যা বডিচ  ইংলেণ্ড
২০১৩ এলেনৰ কেটন দ্য লুমিনেৰিজ পুণঃনিৰ্দেশ সাঁচ:Country data New Zealand

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Booker Prize: rules". bookerprize.com. http://www.themanbookerprize.com/prize/about/rules-and-entry। আহৰণ কৰা হৈছে: 3 September 2009. 
  2. বুকাৰ বঁটা, বিপুলজ্যোতি শইকীয়া, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪

বাহ্যিক সংযোগ[সম্পাদনা কৰক]