লক্ষীমপুৰ বালিকা মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লক্ষীমপুৰ বালিকা মহাবিদ্যালয় (ইংৰাজী: Lakhimpur Girls' College) লক্ষীমপুৰ বালিকা মহাবিদ্যালয় ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন মহাবিদ্যালয় ।

বিভাগ সমূহ[সম্পাদনা কৰক]

  1. অসমীয়া বিভাগ
  2. হিন্দী
  3. বুৰঞ্জী