ললিত কুমাৰ দলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ললিত কুমাৰ দলে
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি
সমষ্টি লখিমপুৰ লোকসভা সমষ্টি
লোকসভাৰ সাংসদ
ঢকুৱাখনা (জনজাতি)
অসম বিধানসভাৰ বিধায়ক
কাৰ্যকাল
১৯৬২ – ১৯৬৭
বন বিভাগৰ উপ মন্ত্ৰী(অসম)
জনজাতি পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী(অসম)
ব্যক্তিগত তথ্য
জন্ম ২৫ মে', ১৯২৭
মৃত্যু ১৬ মাৰ্চ, ১৯৮৬
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী এমিলি দলে
সন্তান ৪ কন্যা, ৩ পুত্ৰ
শিক্ষানুষ্ঠান কটন কলেজ
পেচা ৰাজনীতিক

ললিত কুমাৰ দলে (২৫ মে' ১৯২৭- ১৬ মাৰ্চ ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ অসমৰ নেতা আছিল[উদ্ধৃতিৰ প্ৰয়োজন]। অসমৰ মিছিঙ সম্প্ৰদায়ৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা তেওঁৱেই প্ৰথম ব্যক্তি আছিল। তেওঁ ১৯৭২ আৰু ১৯৮০ চনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল। মিছিং সম্প্ৰদায়ৰ সৰ্বাগ্ৰগণ্য নেতা হিচাপে ললিত কুমাৰ দলে পৰিচিত। জীৱন কালত অসমৰ জনসাধাৰণৰ প্ৰতি নিস্বাৰ্থ আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে তেওঁ বহুল ভাৱে জনপ্ৰিয় আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]