সদস্য বাৰ্তা:Aaideo Talkies

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

-অজয় দাস (বাৰ্তা) 17:32, 29 September 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আইদেউ টকীজ[সম্পাদনা কৰক]

ৱিকিপিডিয়াত যোগদান কৰি অৱদান আগবঢ়োৱাৰ বাবে ধন্যবাদ। পিছে আপুনি যোগ কৰা কিছুমান বাক্য বিজ্ঞাপনধৰ্মী হোৱা দেখা গৈছে। ৱিকিপিডিয়াত সাধাৰণতে বিজ্ঞাপনধৰ্মী লিখা দিয়া নহয়। যেনে:"বর্তমান অ্সম মূলুকৰ বোলছবি জগতৰ সর্ববূহত অনুষ্ঠান আইদেউ টকীজ।" এইশাৰী বাক্যৰ সত্যতা প্ৰমাণ কৰিবলৈ তথ্যউৎস উল্লেখ থকা দৰকাৰ। আপোনাৰ হাতত যদি তথ্যউৎস মজুত আছে তেন্তে যোগ কৰিব।-অজয় দাস (বাৰ্তা) 17:32, 29 September 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]