সদস্য বাৰ্তা:Karishma paul

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নতুন প্ৰবন্ধ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত লিখাৰ আগ্ৰহৰ বাবে ধন্যবাদ। কিন্তু আপোনাৰ শেহতীয়া লেখাবোৰত দেখা গৈছে যে, আপুনি পূৰ্ৱৰে পৰা উপলব্ধ বিষয়ৰ প্ৰবন্ধ ৰচনা কৰিছে। তদুপৰি আপোনাৰ লেখাৰ শিৰোনাম তথা যুক্তাক্ষৰ কিছুমানত ‘ৰ’ৰ সলনি ‘র’ ব্যৱহাৰ হোৱা দেখা গৈছে। আপুনি ইচ্ছা কৰিলে এই তালিকাখনত থকা বিষয়সমূহৰ (ৰঙা লিংকত থকা) প্ৰবন্ধ লিখিব পাৰে। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 13:43, 15 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]