সাঁচ:আজিৰ আপুনি জানেনে-১৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাণীকান্ত কাকতি
  • ...যে বাণীকান্ত কাকতি ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী পাইছিল?
  • ...যে ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) গঢ় লৈ উঠিছিল?