সাঁচ:En

অসমীয়া ৱিকিপিডিয়াৰ পৰা

(ইংৰাজী)

ব্যৱহাৰ[সম্পাদনা কৰক]

বহুত ইংৰাজী প্ৰবন্ধ অসমীয়ালৈ অনুবাদ কৰোঁতে ইংৰাজীৰ লিংকবোৰ কেতিয়াবা এনে হ্য় যে

  1. কেতিয়াবা কোনো লিংকৰ বিপৰীতে অসমীয়াত প্ৰবন্ধটো নাথাকে, অথচ থকাটো জৰুৰী আৰু ভৱিষ্যতে কোনোবাই সেইটো অনুবাদ কৰাৰ সম্ভাৱনা আছে। যেনে 'বুনিয়াদী শিক্ষা' (Primary Education)।
  2. কেতিয়াবা ইংৰাজী প্ৰবন্ধটো থাকিলেও অসমীয়া ৱিকিত দি প্ৰাসংগিক বা জৰুৰী নহয় বা ভৱিষ্যতে কোনোবাই অনুবাদ কৰাৰ সম্ভাৱনাও নাই। যেনে 'Tom, Dick and Harry')
  3. অসমীয়াত প্ৰবন্ধটো নাই, কিন্তু ইং লিংকটো অনুবাদ কৰোতে অসমীয়াত অপৰিচিত বা সাধাৰণতে ব্যৱহাৰ নোহোৱা শব্দ এটাৰ সৃষ্টি হয়, অথচ আমাক অসমীয়া ৱিকিত প্ৰবন্ধটো লাগে। এনে হ'লে ভৱিষ্যতে কোনোবাই ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰাৰ সম্ভাৱনা থাকিলেও অসমীয়া শব্দটো অপৰিচিত বাবে ইং ৱিকিত প্ৰবন্ধটো বিচাৰি নাপাই নিজাববীয়াকৈ লিখিব পাৰে। অথচ যদিও ইংৰাজী ৱিকিৰ প্ৰবন্ধটো উচ্চমানৰ আছিল। যেনে "Outflank" -> বহিৰ্বাহু
  4. কেতিয়াবা অসমীয়া ৱিকিত প্ৰবন্ধটো সৰলকৈ থাকিব পাৰে কিন্তু ইং ৱিকিত বিষদকৈ আছে। যেনে ভাৰতৰ ৰাষ্ট্ৰপতি -> President of India

উদাহৰণ[সম্পাদনা কৰক]

সাঁচ:ইং ৱিকি / Template:en -ৰ ব্যৱহাৰ
উদাহৰণ নং (ওপৰৰ) কেনেকৈ লিখিব কেনে দেখা যাব
[[বুনিয়াদী শিক্ষা]] {{en|Primary education}} বুনিয়াদী শিক্ষা (ইংৰাজী: Primary education)
টম ডিক আৰু হেৰী {{en|Tom, Dick and Harry}} টম ডিক আৰু হেৰী (ইংৰাজী: Tom, Dick and Harry)
[[বহিৰ্বাহু]] {{en|Outflank}} বহিৰ্বাহু (ইংৰাজী: Outflank)
[[ভাৰতৰ ৰাষ্ট্ৰপতি]] {{en|President of India}} ভাৰতৰ ৰাষ্ট্ৰপতি (ইংৰাজী: President of India)

লগতে চাওক[সম্পাদনা কৰক]