সাঁচ:স্বাগতম

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
(সাঁচ:Welcome ৰ পৰা পুনঃনিৰ্দেশিত)
Wikipedia-logo-v2-as.svg
Assamese Jaapi.png
নমস্কাৰ, {{{নাম}}},

অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম!

অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছোঁ। আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী:

ৱিকিপিডিয়াৰ বিষয়ে অলপ
প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব?
সম্পাদনাৰ থুলমুল আভাষ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ৱিকিপিডিয়াৰ পঞ্চশীল নীতি
ৱিকিপিডিয়া কি নহয়

ইয়াৰ উপৰিও ফেচবুক-অত আমাৰ 👍Assamese Wikipedia Community বুলি এটা আলোচনা গোট আছে। বিকিপিডিয়ান সকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে।

আশা কৰোঁ সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব।

[সম্পাদনা] [কেছ পৰিষ্কাৰ কৰক] সাঁচ নথিকৰণ

নতুন সদস্যক স্বাগতম জনাওক

পুৰণি সদস্যসকললৈ অনুৰোধ: অনুগ্ৰহ কৰি নতুন সদস্যসকলে যোগদান কৰাৰ লগে লগে তেখেতৰ বাৰ্তা পৃষ্ঠাত তলৰ template টো প্ৰথমতেই সমুৱাই দিয়ে যেন:

{{স্বাগতম|নাম=অমুক}}

যেনে:

{{স্বাগতম|নাম=শ্রী চাবোন চন্দ্র চৌডা খাৰ}} 

তেতিয়া এনে দেখা যাব লাগে:

Wikipedia-logo-v2-as.svg
Assamese Jaapi.png
নমস্কাৰ, শ্রী চাবোন চন্দ্র চৌডা খাৰ,

অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম!

অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছোঁ। আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী:

ৱিকিপিডিয়াৰ বিষয়ে অলপ
প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব?
সম্পাদনাৰ থুলমুল আভাষ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ৱিকিপিডিয়াৰ পঞ্চশীল নীতি
ৱিকিপিডিয়া কি নহয়

ইয়াৰ উপৰিও ফেচবুক-অত আমাৰ 👍Assamese Wikipedia Community বুলি এটা আলোচনা গোট আছে। বিকিপিডিয়ান সকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে।

আশা কৰোঁ সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব।

লগতে ব্যক্তিগত একলম লিখি দিলে ভাল। একাধিক সদস্যই এনে ব্যক্তিগত বাৰ্তা দিলে সোণত সুৱগা চৰিব। (পাচত লিখাসকলে টেম্‌প্লেটটো আকৌ নিদিয়ে যেন।)

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি