হাঁহঠুঁটীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাঁহঠুঁটীয়া[1]
জীৱাশ্ম কাল: ৬৬–০ নিযুত বছৰ অন্ত্য ক্ৰিটিছিয়াছৰ পৰা সাম্প্ৰতিক
সংৰক্ষণ স্থিতি

সংকটৰপৰা মুক্ত  (IUCN 3.1)[2] The IUCN lists the platypus on its Red List as Least Concern.[2]
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: ক’ৰডাটা
শ্ৰেণী: স্তন্যপায়ী
বৰ্গ: মন’ট্ৰিমাটা
পৰিয়াল: অৰ্ণিথ’ৰিংকিডি
গণ: অৰ্ণিথ’ৰিংকাছ
১৮০০ ব্লুমেনবাখ, ১৮০০
প্ৰজাতি: অ’ এনিটাছ
বৈজ্ঞানিক নাম
অৰ্ণিথ’ৰিংকাছ এনিটাছ
জৰ্জ ছ’
হাঁহঠুঁটীয়াৰ আবাসস্থল
নীলা- প্ৰাকৃতিক

হাঁহঠুঁটীয়া বা প্লেটিপাছ (বৈজ্ঞানিক নাম: Ornithorhynchus anatinus) মনেট্ৰিমাটা বৰ্গৰ এটি স্তন্যপায়ী প্ৰাণী। এই প্ৰাণীটোয়ে অষ্ট্ৰেলিয়াৰ পূব প্ৰান্ত, টাস্মানিয়া প্ৰদেশ আদিত বাস কৰে।[3]

আন স্তন্যপায়ীৰ বিপৰীতে হাঁহঠুঁটীয়াই কণী পাৰে। হাঁহঠুঁটীয়াৰ বিষয়ে সৰ্বপ্ৰথম ইউৰোপত সবিশেষ প্ৰকাশ পাইছিল।[4]

বৈশিষ্ট্য[সম্পাদনা কৰক]

হাঁহঠুঁটীয়া দেখিবলৈ উদৰ দৰে। এই প্ৰাণীৰ ৰং কপিল। টাস্মেনিয়া, কুইন্সলেণ্ড আদিত বৃহৎ আকাৰৰ প্লাটিপাছ দেখা যায়।[3] প্ৰাপ্তবয়স্ক হাঁহঠুঁটীয়াৰ ওজন প্ৰায় ১ কিলোগ্ৰাম (২ পাউণ্ড)। হাঁহঠুঁটীয়াৰ দীঘ প্ৰায় 30 centimetres (12 in)। নেজ 10 centimetres (4 in)ৰ পৰা 15 centimetres (6 in) লৈ হ’ব পাৰে।[3] মতা হাঁহঠুঁটীয়াই বিহ এৰিব পাৰে,[5] এই বিহে মানুহৰ প্ৰাণ ল’ব নোৱাৰিলেও কুকুৰৰ দৰে প্ৰাণীৰ প্ৰাণ কাঢ়িব পাৰে।

জীৱন প্ৰণালী[সম্পাদনা কৰক]

হাঁহঠুঁটীয়া সাধাৰণতে ৰাতি ওলায় আৰু দিনত জিৰায়। সাৰে থকাৰ সময়ত ই প্ৰায় পানীৰ কাষত থাকে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সাঁচ:MSW3 Monotremata
  2. 2.0 2.1 Lunney, D., Dickman, C., Copely, P., Grant, T., Munks, S., Carrick, F., Serena, M. & Ellis, M. (2008). Ornithorhynchus anatinus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 9 October 2008. D
  3. 3.0 3.1 3.2 "Platypus". Department of Primary Industries and Water, Tasmania Online. http://www.dpiw.tas.gov.au/inter.nsf/WebPages/BHAN-53573T?open। আহৰণ কৰা হৈছে: 2008-12-23. 
  4. Moyal, Ann Mozley (2004). Platypus: the extraordinary story of how a curious creature baffled the world. প্ৰকাশক Baltimore: The Johns Hopkins University Press. ISBN 0-8018-8052-1. http://books.google.com?id=5DkezNMhSTYC&printsec=frontcover. 
  5. "Earning their spurs" (English ভাষাত). Australian Playpus Conservancy. Archived from the original on 2009-09-30. https://web.archive.org/web/20090930085624/http://www.platypus.asn.au/earning_their_spurs.html। আহৰণ কৰা হৈছে: 2009-12-16. 

পঠনযোগ্য গ্ৰন্থ[সম্পাদনা কৰক]

হাঁহঠুঁটীয়া সম্বন্ধিত তথ্যচিত্ৰ[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]