ৰামাস্বামী পৰমেশ্বৰন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেজৰ
ৰামাস্বামী পৰমেশ্বৰন
পিভিচি
জন্ম ১৩ ছেপ্টেম্বৰ, ১৯৪৬
বম্বে, বম্বে ৰাজ্য, ব্ৰিটিছ ভাৰত
মৃত্যু ২৫ নৱেম্বৰ, ১৯৮৭ (৪১ বছৰ)
শ্ৰীলংকা
আনুগত্য ভাৰত ভাৰতীয় গণৰাজ্য
চাকৰি/শাখা ভাৰতীয় সেনা
চাকৰিৰ কাৰ্যকাল ১৯৭২-১৯৮৭
পদমৰ্যদা মেজৰ
চাৰ্ভিছ নাম্বাৰ এছ এছ-২৫৫৭৩ (শ্বৰ্ট-চাৰ্ভিচ কমিছন)[1]
আইচি-৩২৯০৭ (ৰেগুলাৰ কমিচন)
ইউনিট মহাৰ ৰেজিমেণ্ট
আইপিকেএফৰ সৈতে সংযুক্ত
যুদ্ধ-বিগ্ৰহ শ্ৰীলংকাৰ গৃহযুদ্ধ
অপাৰেচন পৱন
পুৰস্কাৰ পৰম বীৰ চক্ৰ

মেজৰ ৰামাস্বামী পৰমেশ্বৰন (ইংৰাজী: Ramaswamy Parameshwaran), পিভিচি (১৩ ছেপ্টেম্বৰ ১৯৪৬, মুম্বাই – ২৫ নৱেম্বৰ ১৯৮৭, শ্ৰীলংকা) ভাৰতীয় সেনাবাহিনীৰ এগৰাকী বিষয়া আছিল।[2][3] তেওঁ ব্যতিক্ৰমী সাহস, নেতৃত্ব প্ৰদৰ্শন কৰিছিল আৰু শ্ৰীলংকাত হোৱা অপাৰেচন পৱনৰ সময়ত কৰা পৰম ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰম বীৰ চক্ৰেৰে সন্মানিত কৰা হৈছিল।[4][5] সতীৰ্থসকলৰ মাজত তেওঁ "পেৰী চাহাব" নামেৰে পৰিচিত আছিল।[6][7]

প্ৰাথমিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৪৬ চনৰ ১৩ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত শ্ৰী কে এছ ৰামাস্বামীৰ ঔৰষত আৰু শ্ৰীমতী জানকীৰ গৰ্ভত মেজৰ পৰমেশ্বৰনে জন্মগ্ৰহণ কৰিছিল।[8] মুম্বাইৰ এখন হাইস্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৬৩ চনত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯৬৮ চনত SIES কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[9]

সামৰিক পদক্ষেপ[সম্পাদনা কৰক]

পৰম বীৰ চক্ৰৰ উদ্ধৃতি[সম্পাদনা কৰক]

আইপিকেএফ স্মৃতিসৌধৰ ত্ৰুটি[সম্পাদনা কৰক]

উত্তৰাধিকাৰ[সম্পাদনা কৰক]

মেজৰ ৰামাস্বামী পৰমেশ্বৰনৰ স্মৃতিত আৰু ভাৰতীয় সামৰিক বাহিনীলৈ তেওঁৰ ব্যতিক্ৰমী অৱদানৰ প্ৰতি সন্মান জনাই চেন্নাইৰ এটা গৃহ নিৰ্মাণ প্ৰকল্পক তেওঁৰ সন্মানত "পৰমেশ্বৰ পুৰম" নামেৰে নামকৰণ কৰা হয়।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; SSC নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. "National War Memorial - Ramaswamy Parameswaran". National War Memorial. https://nationalwarmemorial.gov.in/param-yoddhas/details/20। আহৰণ কৰা হৈছে: 2023-09-16. 
  3. "Honourpoint - Major Ramaswamy Parameswaran PVC". Honourpoint. https://www.honourpoint.in/profile/major-ramaswamy-parameswaran-pvc/। আহৰণ কৰা হৈছে: 2023-09-16. 
  4. "Memorial to Major Ramaswamy Parameswaran to Come Up at His Ancestral Town". Times of India. https://m.timesofindia.com/city/kochi/memorial-to-major-ramaswamy-parameswaran-to-come-up-at-his-ancestral-town/articleshow/98328080.cms। আহৰণ কৰা হৈছে: 2023-09-16. 
  5. "The Undeterred Hero from the Indian Peacekeeping Force - Major Ramaswamy Parameswaran". Biocon Blog. https://bioconblog.com/2020/08/14/the-undeterred-hero-from-the-indian-peacekeeping-force-major-ramaswamy-parameswaran/। আহৰণ কৰা হৈছে: 2023-09-16. 
  6. "Birthday of Ramaswamy Parameshwaran". Mode India. https://modeindia.co.in/special_days/birthday-of-ramaswamy-parameshwaran/। আহৰণ কৰা হৈছে: 2023-09-16. 
  7. "The Better India - Major Parmeswaran". The Better India. https://www.thebetterindia.com/128397/param-vir-chakra-major-parmeswaran/। আহৰণ কৰা হৈছে: 2023-09-16. 
  8. "Thank You Indian Army - Ramaswamy Parameswaran". Thank You Indian Army. https://www.thankyouindianarmy.com/ramaswamy-parameswaran/। আহৰণ কৰা হৈছে: 2023-09-16. 
  9. "Bharat Mata Mandir - Major Ramaswamy Parameshwaran". Bharat Mata Mandir. Archived from the original on 2023-09-22. https://web.archive.org/web/20230922180358/https://bharatmatamandir.in/major-ramaswamy-parameshwaran/। আহৰণ কৰা হৈছে: 2023-09-16. 
  10. "Amazon - Param Vir Chakra: Ramaswamy Parameswaran". Amazon. https://www.amazon.in/Param-Vir-Chakra-Ramaswamy-Parameswaran/dp/9351941795। আহৰণ কৰা হৈছে: 2023-09-16. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]