ৰাষ্ট্ৰসংঘ
|
ৰাষ্ট্ৰসংঘ
United Nations الأمم المتحدة 联合国 Organisation des Nations unies Организация Объединённых Наций Organización de las Naciones Unidas |
||||||
|---|---|---|---|---|---|---|
|
|
||||||
|
ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমুহক সামৰি এখন মানচিত্ৰ[1]
|
||||||
| ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় | নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ | |||||
| ৰাষ্ট্ৰসংঘৰ স্বীকৃতি প্ৰাপ্ত ভাষা | আৰবী চীনা ইংৰাজী ফৰাচী ৰাছিয়ান স্পেনিছ |
|||||
| সদস্যপদ | ১৯৩ খন সদস্য ৰাষ্ট্ৰ | |||||
| নেতাসকল | ||||||
| - | ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান | বেন কি মুন | ||||
| - | ৰাষ্ট্ৰসংঘৰ উপ্-সচিবপ্ৰধান | আচা ৰ'জ মিগিৰো | ||||
| - | ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভাপতি | নাছিৰ আব্দুল আজিজ আল্-নাছেৰ | ||||
| - | ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি | চুচান ৰাইচ | ||||
| প্ৰতিস্থা | ||||||
| - | ৰাষ্ট্ৰসংঘৰ চুক্তিপত্ৰ স্বাক্ষৰ কৰা হ্য় | ২৬ জুন ১৯৪৫ চন | ||||
| - | চুক্তিপত্ৰ কাৰ্যকৰী হয় | ২৪ নবেম্বৰ ১৯৪৫ | ||||
| Website UN.org |
||||||
ৰাষ্ট্ৰসংঘ এক আন্তৰ্জাতিক সংগঠন আৰু ইয়াৰ মুল লক্ষ্যসমুহ হ'ল আন্তৰ্জাতিক আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। ২য় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিস্থা কৰা হয়। ই ইয়াৰ পুৰ্বসুৰী জাতিসংঘৰ (League of Nations) স্থান দখল কৰে। ৰাষ্ট্ৰসংঘৰ আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ ইয়াৰ অধীনত কেইবাটাও সংগঠন আছে।
ৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰ ১৯৩ খন। ইয়াৰ প্ৰধান ৬টা অংশ হৈছে সাধাৰণ সভা, সুৰক্ষা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, সচিবালয়, আন্তৰ্জাতিক ন্যায়ালয় আৰু ট্ৰাষ্টী পৰিষদ (বৰ্তমান নিস্ক্ৰিয়) । ইয়াৰ বাদেও বিশ্ব স্বাস্থ্য সংস্থা (WHO), বিশ্ব খাদ্য কাৰ্যসূচী (WFP), য়ুনিচেফ আদিৰ নাম উল্লেখযোগ্য। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ দায়িত্বশীল পদবী হ'ল সচিবপ্ৰধান। দক্ষিণ কোৰিয়াৰ বেন কি মুন এই পদত ২০০৭ৰ পৰা আছে।
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে। ইয়াৰ বাদেও জেনেভা, নাইৰোবি আৰু ভিয়েনাত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় আছে। ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰা অৰ্থসাহাৰ্য্য লাভ কৰে। ৬টা ভাষাত ইয়াৰ কাম কাজ সমূহ কৰা হয় – আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰাছিয়ান আৰু স্পেনিছ ।[2]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "The World Today" (PDF). http://www.un.org/Depts/Cartographic/map/profile/world00.pdf। আহৰণ কৰা হৈছে: 18 June 2009. "The designations employed and the presentation of material on this map do not imply the expression of any opinion whatsoever on the part of the Secretariat of the United Nations concerning the legal status of any country"
- ↑ "General Assembly of the United Nations – Rules of Procedure". UN Department for General Assembly. http://www.un.org/en/ga/about/ropga/lang.shtml। আহৰণ কৰা হৈছে: 15 December 2010.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘ৰা্ষ্ট্ৰসংঘ’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- প্ৰতিষ্ঠনিক ৱেবছাইটসমূহ
- United Nations official homepage
- United Nations Systems of Organizations
- About the United Nations
- Global Issues on the UN Agenda
- High-level Panel on United Nations Systemwide Coherence
- Journal of the United Nations: Programme of meetings and agenda.
- The United Nations Regional Information Centre (UNRIC)
- Greening the Blue: The United Nations' approach to managing its own sustainability performance
- UN Chronicle Magazine
- UN Organisation Chart
- UN Works
- United Nations Charter–Charter text
- United Nations Security Council Resolutions
- United Nations Volunteers
- United Nations Webcasts
- Universal Declaration of Human Rights
- World Map of UN websites and locations