সমললৈ যাওক

তাপ সঞ্চালন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
শক্তিৰ এক অন্যতম প্ৰকাৰ হ'ল তাপ শক্তি। উষ্ণতা বিভেদৰ ফলস্বৰূপে উচ্চ উষ্ণতা সম্পন্ন অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপ শক্তিৰ পৰিবহণকে '''তাপ সঞ্চালন''' বোলা হয়।
[[শক্তি]]ৰ এক অন্যতম প্ৰকাৰ হ'ল [[তাপ শক্তি]]। উষ্ণতা বিভেদৰ ফলস্বৰূপে উচ্চ উষ্ণতা সম্পন্ন অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপ শক্তিৰ পৰিবহণকে '''তাপ সঞ্চালন''' বোলা হয়।
[[File:Melting icecubes.gif|thumb|গলিব ধৰা বৰফৰ টুকুৰা]]


==তাপ সঞ্চালনৰ পদ্ধতি==
==তাপ সঞ্চালনৰ পদ্ধতি==
তাপ শক্তি তিনিটা পদ্ধতিৰে সঞ্চালন হয়
তাপ শক্তি তিনিটা পদ্ধতিৰে সঞ্চালন হয়
* পৰিবহণ ([[:en:Thermal conduction|Conduction]])
* পৰিবহণ ([[:en:Thermal conduction|Conduction]])
* পৰিচলণ ([[:en:Convective heat transfer|Convection]])
* পৰিচলন ([[:en:Convective heat transfer|Convection]])
* বিকিৰণ ([[:en:Thermal radiation|Radiation]])
* বিকিৰণ ([[:en:Thermal radiation|Radiation]])


==পৰিবহণ==
==পৰিবহণ==
{{Main|:en:Thermal conduction}}
{{Main|:en:Thermal conduction}}
পৰিবহণ তাপ সঞ্চালন প্ৰক্ৰিয়াত কোনো পদাৰ্থৰ অন্তৰ্ভুক্ত উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ বা উচ্চ উষ্ণতাৰ কোনো এক পদাৰ্থৰ সংস্পৰ্ষত থকা নিম্ন উষ্ণতাৰ পদাৰ্থলৈ অণুবোৰৰ কোনোধৰণৰ স্থান পৰিবৰ্তন নোহোৱাকৈয়ে তাপৰ পৰিবহণ হয়। পৰিবহণ প্ৰক্ৰিয়াৰে তাপ সষ্ণালনৰ বাবে কঠিন মাধ্যমৰ প্ৰয়োজন। এই পদ্ধতিত পদাৰ্থৰ বেছি উষ্ণতাৰ অণুবোৰে তাপ গ্ৰহণ কৰি স্পন্দিত হ’বলৈ ধৰে। এই স্পন্দনৰ জড়িয়তে পদাৰ্থৰ উত্তপ্ত অণুবোৰে তাৰ পাৰ্শ্ববৰ্তী শীতল অণুবোৰক তাপ প্ৰদান কৰে। ধাতৱীয় পদাৰ্থৰ মাজেদি হোৱা তাপ পৰিবহণত মুক্ত ইলেকট্ৰণবোৰে অৰিহণা যোগায়। ধাতুৰ তাপ পৰিবাহী গুণ মুক্ত ইলেকট্ৰণৰ ঘনত্বৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। মুক্ত ইলেকট্ৰণৰ সংখ্যা বৃদ্ধি হ’লে ধাতুৰ তাপ পৰিবাহিতাও বৃদ্ধি হয়।
পৰিবহণ তাপ সঞ্চালন প্ৰক্ৰিয়াত কোনো পদাৰ্থৰ অন্তৰ্ভুক্ত উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ বা উচ্চ উষ্ণতাৰ কোনো এক পদাৰ্থৰ সংস্পৰ্শত থকা নিম্ন উষ্ণতাৰ পদাৰ্থলৈ অণুবোৰৰ কোনোধৰণৰ স্থান পৰিবৰ্তন নোহোৱাকৈয়ে তাপৰ পৰিবহণ হয়। পৰিবহণ প্ৰক্ৰিয়াৰে তাপ সষ্ণালনৰ বাবে কঠিন মাধ্যমৰ প্ৰয়োজন। এই পদ্ধতিত পদাৰ্থৰ বেছি উষ্ণতাৰ অণুবোৰে তাপ গ্ৰহণ কৰি স্পন্দিত হ’বলৈ ধৰে। এই স্পন্দনৰ জৰিয়তে পদাৰ্থৰ উত্তপ্ত অণুবোৰে তাৰ পাৰ্শ্ববৰ্তী শীতল অণুবোৰক তাপ প্ৰদান কৰে। ধাতৱীয় পদাৰ্থৰ মাজেদি হোৱা তাপ পৰিবহণত মুক্ত ইলেকট্ৰণবোৰে অৰিহণা যোগায়। ধাতুৰ তাপ পৰিবাহী গুণ মুক্ত ইলেকট্ৰণৰ ঘনত্বৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। মুক্ত [[ইলেকট্ৰণ]]ৰ সংখ্যা বৃদ্ধি হ’লে ধাতুৰ তাপ পৰিবাহিতাও বৃদ্ধি হয়।
উদাহৰণস্বৰূপে, লোৰ দণ্ড এডালৰ এটা মূৰ জুইত সোমোৱালে আনটো মূৰলৈ পৰিবহণ পদ্ধতিৰে তাপৰ সঞ্চালন হয়।
উদাহৰণস্বৰূপে, লোৰ দণ্ড এডালৰ এটা মূৰ জুইত সোমোৱালে আনটো মূৰলৈ পৰিবহণ পদ্ধতিৰে তাপৰ সঞ্চালন হয়।


==পৰিচলণ==
==পৰিচলণ==
{{Main|:en:Convective heat transfer}}
{{Main|:en:Convective heat transfer}}
এই পদ্ধতিৰে তাপ সঞ্চালনত তৰল পদাৰ্থৰ অণুবোৰৰ চলাচলৰ জড়িয়তে উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপৰ পৰিচলণ হয়। তৰল পদাৰ্থৰ উষ্ণতা বৃদ্ধি হ’লে ঘনত্ব কমে। সেয়েহে উষ্ণতা বঢ়াৰ লগে লগে কম ঘনত্বৰ তৰল ওপৰলৈ গতি কৰে আৰু ওপৰৰ বেছি ঘনত্বৰ তৰল তললৈ আহিবলৈ ধৰে। এনেদৰে চক্ৰীয় গতিৰে গোটেই তৰল পদাৰ্থখিনিৰ মাজেৰে তাপৰ পৰিচলন হয়। উদাহৰণস্বৰূপে, এটা পাত্ৰত পানী লৈ তাপ প্ৰয়োগ কৰিলে পৰিচলণ প্ৰক্ৰিয়াৰে পানীখিনিৰ উষ্ণতা বৃদ্ধি হয়।
এই পদ্ধতিৰে তাপ সঞ্চালনত তৰল পদাৰ্থৰ অণুবোৰৰ চলাচলৰ জৰিয়তে উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপৰ পৰিচলন হয়। তৰল পদাৰ্থৰ উষ্ণতা বৃদ্ধি হ’লে ঘনত্ব কমে। সেয়েহে উষ্ণতা বঢ়াৰ লগে লগে কম ঘনত্বৰ তৰল ওপৰলৈ গতি কৰে আৰু ওপৰৰ বেছি ঘনত্বৰ তৰল তললৈ আহিবলৈ ধৰে। এনেদৰে চক্ৰীয় গতিৰে গোটেই তৰল পদাৰ্থখিনিৰ মাজেৰে [[তাপ]]ৰ পৰিচলন হয়। উদাহৰণস্বৰূপে, এটা পাত্ৰত পানী লৈ তাপ প্ৰয়োগ কৰিলে পৰিচলন প্ৰক্ৰিয়াৰে পানীখিনিৰ উষ্ণতা বৃদ্ধি হয়।


==বিকিৰণ==
==বিকিৰণ==
{{Main|:en:Thermal radiation}}
{{Main|:en:Thermal radiation}}
বিকিৰণ পদ্ধতিৰে তাপ সঞ্চালনৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয়। সকলো উচ্চ উষ্ণতাৰ পদাৰ্থয়ে পাৰ্শ্বৱৰ্তী এলেকালৈ তাপৰ বিকিৰণ ঘটায়। তৰিৎচৌম্বকীয় তৰংৰ জড়িয়তে এই পদ্ধতিত তাপৰ সঞ্চালন হয়। উদাহৰণস্বৰূপে, সূৰ্য্যৰ পৰা অহা তাপ শক্তি বিকিৰণ প্ৰক্ৰিয়াৰ জড়িয়তে আমি অনুভৱ কৰোঁ।
বিকিৰণ পদ্ধতিৰে তাপ সঞ্চালনৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয়। সকলো উচ্চ উষ্ণতাৰ পদাৰ্থয়ে পাৰ্শ্বৱৰ্তী এলেকালৈ তাপৰ বিকিৰণ ঘটায়। তৰিৎচৌম্বকীয় তৰংৰ জৰিয়তে এই পদ্ধতিত তাপৰ সঞ্চালন হয়। উদাহৰণস্বৰূপে, সূৰ্য্যৰ পৰা অহা তাপ শক্তি বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আমি অনুভৱ কৰোঁ।
<ref> R.K.Rajput,Heat and Mass Transfer</ref>
<ref> R.K.Rajput,Heat and Mass Transfer</ref>


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{reflist}}
{{reflist}}

==বাহ্যিক সংযোগ==
*[https://www.thermalfluidscentral.org/encyclopedia/index.php/Main_Page Thermal-FluidsPedia] - An online thermal fluids encyclopedia.
*[http://hyperphysics.phy-astr.gsu.edu/hbase/thermo/heatra.html Hyperphysics Article on Heat Transfer] - Overview
*[http://www.icax.co.uk/thermalbank.html Interseasonal Heat Transfer] - a practical example of how heat transfer is used to heat buildings without burning fossil fuels.
*[http://www.msm.cam.ac.uk/phase-trans/2007/HT/heat_transfer.html Aspects of Heat Transfer, Cambridge University]
*[https://www.thermalfluidscentral.org/ Thermal-Fluids Central]
*[http://energy.concord.org/energy2d/ Energy2D: Interactive Heat Transfer Simulations for Everyone]


[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]
[[শ্ৰেণী:কাৰিকৰী অভিযান্ত্ৰিকী]]

09:38, 9 April 2015ৰ সংস্কৰণ

শক্তিৰ এক অন্যতম প্ৰকাৰ হ'ল তাপ শক্তি। উষ্ণতা বিভেদৰ ফলস্বৰূপে উচ্চ উষ্ণতা সম্পন্ন অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপ শক্তিৰ পৰিবহণকে তাপ সঞ্চালন বোলা হয়।

গলিব ধৰা বৰফৰ টুকুৰা

তাপ সঞ্চালনৰ পদ্ধতি

তাপ শক্তি তিনিটা পদ্ধতিৰে সঞ্চালন হয়

পৰিবহণ

পৰিবহণ তাপ সঞ্চালন প্ৰক্ৰিয়াত কোনো পদাৰ্থৰ অন্তৰ্ভুক্ত উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ বা উচ্চ উষ্ণতাৰ কোনো এক পদাৰ্থৰ সংস্পৰ্শত থকা নিম্ন উষ্ণতাৰ পদাৰ্থলৈ অণুবোৰৰ কোনোধৰণৰ স্থান পৰিবৰ্তন নোহোৱাকৈয়ে তাপৰ পৰিবহণ হয়। পৰিবহণ প্ৰক্ৰিয়াৰে তাপ সষ্ণালনৰ বাবে কঠিন মাধ্যমৰ প্ৰয়োজন। এই পদ্ধতিত পদাৰ্থৰ বেছি উষ্ণতাৰ অণুবোৰে তাপ গ্ৰহণ কৰি স্পন্দিত হ’বলৈ ধৰে। এই স্পন্দনৰ জৰিয়তে পদাৰ্থৰ উত্তপ্ত অণুবোৰে তাৰ পাৰ্শ্ববৰ্তী শীতল অণুবোৰক তাপ প্ৰদান কৰে। ধাতৱীয় পদাৰ্থৰ মাজেদি হোৱা তাপ পৰিবহণত মুক্ত ইলেকট্ৰণবোৰে অৰিহণা যোগায়। ধাতুৰ তাপ পৰিবাহী গুণ মুক্ত ইলেকট্ৰণৰ ঘনত্বৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। মুক্ত ইলেকট্ৰণৰ সংখ্যা বৃদ্ধি হ’লে ধাতুৰ তাপ পৰিবাহিতাও বৃদ্ধি হয়। উদাহৰণস্বৰূপে, লোৰ দণ্ড এডালৰ এটা মূৰ জুইত সোমোৱালে আনটো মূৰলৈ পৰিবহণ পদ্ধতিৰে তাপৰ সঞ্চালন হয়।

পৰিচলণ

এই পদ্ধতিৰে তাপ সঞ্চালনত তৰল পদাৰ্থৰ অণুবোৰৰ চলাচলৰ জৰিয়তে উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপৰ পৰিচলন হয়। তৰল পদাৰ্থৰ উষ্ণতা বৃদ্ধি হ’লে ঘনত্ব কমে। সেয়েহে উষ্ণতা বঢ়াৰ লগে লগে কম ঘনত্বৰ তৰল ওপৰলৈ গতি কৰে আৰু ওপৰৰ বেছি ঘনত্বৰ তৰল তললৈ আহিবলৈ ধৰে। এনেদৰে চক্ৰীয় গতিৰে গোটেই তৰল পদাৰ্থখিনিৰ মাজেৰে তাপৰ পৰিচলন হয়। উদাহৰণস্বৰূপে, এটা পাত্ৰত পানী লৈ তাপ প্ৰয়োগ কৰিলে পৰিচলন প্ৰক্ৰিয়াৰে পানীখিনিৰ উষ্ণতা বৃদ্ধি হয়।

বিকিৰণ

বিকিৰণ পদ্ধতিৰে তাপ সঞ্চালনৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয়। সকলো উচ্চ উষ্ণতাৰ পদাৰ্থয়ে পাৰ্শ্বৱৰ্তী এলেকালৈ তাপৰ বিকিৰণ ঘটায়। তৰিৎচৌম্বকীয় তৰংৰ জৰিয়তে এই পদ্ধতিত তাপৰ সঞ্চালন হয়। উদাহৰণস্বৰূপে, সূৰ্য্যৰ পৰা অহা তাপ শক্তি বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আমি অনুভৱ কৰোঁ। [1]

তথ্য সংগ্ৰহ

  1. R.K.Rajput,Heat and Mass Transfer

বাহ্যিক সংযোগ