অ'ক চৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Great Auk
A large, stuffed bird with a black back, white belly, heavy bill, and white eye patch stands, amongst display cases and an orange wall.
Specimen no. 8 and replica egg in Kelvingrove, Glasgow
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Charadriiformes
পৰিয়াল: Alcidae
গণ: Pinguinus
Bonnaterre, 1791
প্ৰজাতি: P. impennis
বৈজ্ঞানিক নাম
Pinguinus impennis
(Linnaeus, 1758)
A map showing the range of the Great Auk, with the coasts of North America and Europe forming two boundaries, a line stretching from New England to northern Portugal the southern boundary, and the northern boundary wrapping around the southern shore of Greenland.
Approximate range (in blue) with known breeding sites indicated by yellow marks[2][3]
সমাৰ্থক
  • Alca impennis Linnaeus, 1758
  • Plautus impennis Brünnich, 1772
  • Pingouin impennis Buffon, 1817
  • Alca borealis Forster, 1817
  • Chenalopex impennis Vieillot, 1818
  • Alca major Boie, 1822
  • Mataeoptera impennis Gloger, 1842

অ'ক চৰাই বা great auk (Pinguinus impennis) এবিধ বিলুপ্ত সামুদ্ৰিক চৰাইস্কাণ্ডিনেভিয়া, স্পেইন, গ্ৰীণলেণ্ড আদি ঠাইক সামৰি উত্তৰ আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উপকুল অঞ্চলত এসময়ত পৰ্যাপ্ত পৰিমাণে অ'ক চৰাই আছিল। কিন্তু সুস্বাদু মাংস আৰু কণীৰ অধিকাৰী হোৱা বাবে মানুহৰ নৃশংসতাৰ ফলত এইবিধ চৰাই কমি আহিবলৈ ধৰিলে। জোঙা বহল ঠোঁট থকা অ'ক চৰাইৰ পাখি দুখন আপেক্ষিকভাৱে সৰু আছিল। হাঁহৰ দৰে লগখোৱা ভৰিৰ পতা থকা অ'ক চৰাই দেখাত পেংগুইনৰ দৰে।ইহঁতে ঠেং দুটাৰ ওপৰতে থিয় হৈ খোজ কাঢ়িব পাৰে| ১৮৫২ চনত কানাডাৰ ওচৰৰ নিউফাউণ্ডলেণ্ড দ্বীপত পোৱা অকলশৰীয়া অ'ক চৰাইটোকে পৃথিৱীৰ শেষ অ'ক চৰাই বুলি ঠাৱৰ কৰা হৈছে। এইবিধ চৰাই ৬০ হাজাৰতকৈ অধিক বছৰ পৃথিৱীত জীয়াই আছিল[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Pinguinus impennis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003305। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Grieve, Symington (1885). The Great Auk, or Garefowl: Its history, archaeology, and remains. Thomas C. Jack, London. http://www.archive.org/details/cihm_06624. 
  3. Parkin, Thomas (1894). The Great Auk, or Garefowl. J.E. Budd, Printer. http://www.archive.org/details/cu31924000574222। আহৰণ কৰা হৈছে: 2010-05-14. 
  4. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰকাশক: ?, পৃষ্ঠা নং: ? , আহৰণ কৰা তাৰিখ: ?