অইল ইণ্ডিয়া এফ চি
সম্পূৰ্ণ নাম | অইল ইণ্ডিয়া ফুটবল ক্লাব দুলীয়াজান | ||
---|---|---|---|
প্ৰতিষ্ঠা | ১৯৬৪ চন | ||
খেলপথাৰ | নেহৰু ময়দান, দুলীয়াজান, অসম (আসন: ১০,০০০) | ||
মুখ্য প্ৰশিক্ষক | সুব্ৰত ভট্টাচাৰ্য্য | ||
লীগ | গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ | ||
|
অইল ইণ্ডিয়া ফুটবল ক্লাব অসমৰ দুলীয়াজানস্থিত এক আগশাৰীৰ প্ৰখ্যাত ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।[1]অইল ইণ্ডিয়া এফ চিয়ে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ. শ্বিল্ড, স্বাধীনতা দিৱস কাপ, বদৌচা কাপ ইত্যাদি অসমৰ বৃহৎ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰে। পূৰ্বতে ক্লাবটোৱে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আই-লীগ দ্বিতীয় ডিভিজন আৰু ৰাজ্যৰ প্ৰথম ডিভিজন অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিছিল। [2]
ইতিহাস
[সম্পাদনা কৰক]অইল ইণ্ডিয়া এফ চি ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে উজনি অসমৰ দুলীয়াজানত গঠন কৰে। এই ফুটবল ক্লাবে আই-লীগ দ্বিতীয় ডিভিজন, পূৰ্বৰ ভাৰতীয় ফুটবল প্ৰণালীৰ দ্বিতীয় স্তৰ প্ৰতিযোগিতাৰ প্ৰথম তিনিটা সংস্কৰণত অংশগ্ৰহণ কৰিছিল।[3] ক্লাবটোক অসম তথা উত্তৰ-পূবৰ ভিতৰতে শীৰ্ষ পৰ্যায়ৰ ক্লাব হিচাপে বিবেচিত কৰা হয়।[1]
খেলপথাৰ
[সম্পাদনা কৰক]দুলীয়াজানৰ ১০,০০০ দৰ্শকৰ ক্ষমতা সম্পন্ন নেহৰু ময়দানক অইল ইণ্ডিয়া এফ চিয়ে নিজৰ ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে।
লীগ
[সম্পাদনা কৰক]অইল ইণ্ডিয়া এফ চিয়ে আই-লীগ দ্বিতীয় ডিভিজনৰ প্ৰথম তিনিটা সংস্কৰণত অংশগ্ৰহণ কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হোৱাত ব্যৰ্থ হয়। ক্লাবটোৱে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ২০১১-১২ সংস্কৰণৰ খিতাপ অৰ্জন কৰিছিল। ক্লাবটো অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপৰ বৰ্তমানৰ চেম্পিয়ন।[1]
খেলুৱৈ আৰু ষ্টাফ
[সম্পাদনা কৰক]বৰ্তমান দল
[সম্পাদনা কৰক]Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.
|
|
সফলতা সমূহ
[সম্পাদনা কৰক]লীগ
[সম্পাদনা কৰক]- অসম ক্লাব চেম্পিয়নশ্বিপ
- বিজয়ী: ২০০২, ২০০৩, ২০০৭[4]
- ৰাণাৰ্ছ আপ (৩): ১৯৯৭, ২০০৪, ২০০৬
কাপ
[সম্পাদনা কৰক]- বিজয়ী: (৪) ১৯৯০, ২০০৮, ২০১২, ২০১৯, ২০২৩[5]
- ৰাণাৰ্ছ আপ: (৪) ১৯৭৯, ২০০৩, ২০১৮, ২০২১
- এ.টি.পি.এ. শ্বিল্ড
- বিজয়ী: (৬)[6] ১৯৯৮, ১৯৯৯, ২০০৩, ২০০৪, ২০১৬, ২০১৭
- ৰাণাৰ্ছ আপ: (৩) ২০০০, ২০০৭, ২০২২
- স্বাধীনতা দিৱস কাপ
- বিজয়ী (৮)[7] ১৯৭৬, ১৯৭৭, ১৯৯৪, ২০০৪, ২০০৫, ২০১৬, ২০২২, ২০২৩[8]
- ৰাণাৰ্ছ আপ: (৬) ১৯৭৯, ১৯৯০, ২০০২, ২০০৩, ২০০৮-০৯, ২০১৩
- বদৌচা কাপ
- কলিংগ কাপ ফুটবল প্ৰতিযোগিতা
- পেট্ৰ'লিয়াম স্প'ৰ্টছ প্ৰমোচন ব'ৰ্ড ইণ্টাৰ ইউনিট ফুটবল প্ৰতিযোগিতা
- বড়োলেণ্ড মাৰ্টায়াৰ্চ গ'ল্ড কাপ
- ৰাণাৰ্ছ আপ: ২০১৮
- বড়োলেণ্ড গেলেণ্টচ্ গ'ল্ড কাপ
- বিজয়ী: ২০১৭[11]
- অম্বা মেধি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা
- বিজয়ী (১): ২০০১[12]
- ৰাণাৰ্ছ আপ: (১) ২০০৮
- স্বৰ্গদেও সৰ্বানন্দ সিংহ সোঁৱৰণী ট্ৰফী
- বিজয়ী:২০১০[13], ২০২১
- নৰোৰাম বৰ্মন সোঁৱৰণী ট্ৰফী
পৃষ্ঠপোষক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 All India Football Federation
- ↑ "Assam State Premier League". www.forum.indianfootballnetwork.com. Archived from the original on 11 April 2023. https://web.archive.org/web/20230411135203/https://forum.indianfootballnetwork.com/discussion/694/assam-state-premier-league। আহৰণ কৰা হৈছে: 24 April 2023.
- ↑ ":::: The Aiff ::::". Archived from the original on 2011-10-04. https://web.archive.org/web/20111004031900/http://the-aiff.com/pages/news/index.php?N_Id=1192। আহৰণ কৰা হৈছে: 2010-02-26.
- ↑ "List of Winners/Runners-Up of the Assam Club Football Championship:". indianfootball.de. Archived from the original on 26 October 2020. https://web.archive.org/web/20201026052624/http://www.indianfootball.de/data/afl.html। আহৰণ কৰা হৈছে: 28 August 2021.
- ↑ "OIL wins Bordoloi Trophy football tournament". thenewsmill.com. 5 April 2023. https://thenewsmill.com/2023/04/oil-wins-bordoloi-trophy-football-tournament/.
- ↑ "List of Winners/Runners-up of the ATPA Shield". indianfootball.de. http://www.indianfootball.de/data/atpashield.html। আহৰণ কৰা হৈছে: 2 December 2016.
- ↑ "List of Winners/Runners-up of the Independence Day Cup". indianfootball.de. http://www.indianfootball.de/data/independencedaycup.html। আহৰণ কৰা হৈছে: 19 August 2021.
- ↑ "স্বাধীনতা দিৱস কাপ ফুটবলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক হৰুৱাই অ’ইল ইণ্ডিয়া এফ চি চেম্পিয়ন". asomiyapratidin.in. https://www.asomiyapratidin.in/assam/nagaon/oil-india-fc-champions-defeat-assam-state-electricity-board। আহৰণ কৰা হৈছে: ১৪ নবেম্বৰ ২০২৩.
- ↑ "Oil India FC clinch Bodousa Cup". assamtribune.com. https://assamtribune.com/oil-india-fc-clinch-bodousa-cup। আহৰণ কৰা হৈছে: 4 December 2021.
- ↑ "Oil India Duliajan emerge champs". telegraphindia.com. https://www.telegraphindia.com/north-east/oil-india-duliajan-emerge-champs/cid/1393059। আহৰণ কৰা হৈছে: 4 December 2021.
- ↑ "Oil India FC lift Bodoland Gallants Gold Cup trophy". sentinelassam.com. https://www.sentinelassam.com/news/oil-india-fc-lift-bodoland-gallants-gold-cup-trophy/। আহৰণ কৰা হৈছে: 7 September 2022.
- ↑ "List of Winners/Runners-Up of the Amba Medhi Cup:". indianfootball.de. Archived from the original on 23 October 2020. https://web.archive.org/web/20201023092151/http://www.indianfootball.de/data/ambamedhicup.html। আহৰণ কৰা হৈছে: 5 September 2022.
- ↑ "Oil India emerge champions". assamtribune.com. https://assamtribune.com/oil-india-emerge-champions। আহৰণ কৰা হৈছে: 9 September 2022.
- ↑ "OIL NEWS". oil-india.com. https://www.oil-india.com/Document/Publication/OIL_News_Vol_43_No_6.pdf। আহৰণ কৰা হৈছে: 26 October 2022.
- ↑ "Naroram Barman Football Tournament : দুবছৰৰ মূৰত নৰোৰাম বৰ্মন সোঁৱৰণী প্ৰাইজমানী ফুটবল খেলৰ ফাইনেল, চেম্পিয়ন অইল ইণ্ডিয়া দুলীয়াজান". assam.news18.com. https://assam.news18.com/news/sports/oil-india-duliajan-champion-in-naroram-barman-football-tournament-at-nalbari-kailash-gb-249105.html। আহৰণ কৰা হৈছে: 6 September 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অইল ইণ্ডিয়া লিমিটেডৰ আনুষ্ঠানিক ৱেবছাইট
- অইল ইণ্ডিয়া এফ চি চ'কাৰৱেত
- অইল ইণ্ডিয়া এফ চি ফেচবুকত
- অইল ইণ্ডিয়া এফ চি গ্লোবেল স্প'ৰ্টছ্ আৰকাইভত