বৰদলৈ ট্ৰফী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বৰদলৈ ট্ৰফী
আৰম্ভণি 1952; 67 years ago (1952)
স্থান  ভাৰত
বৰ্তমান বিজয়ী(সমূহ) অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
সকলোতকৈ সফল দল(সমূহ) মোহন বাগান এথলেটিক ক্লাব(৭ বাৰ খিতাপ)
২০১৬ বৰদলৈ ট্ৰফী

বৰদলৈ ট্ৰফী অথবা ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ভাৰতৰ এক ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতা প্ৰতি বছৰে গুৱাহাটীত অনুষ্ঠিত হয়। [1] [2]প্ৰতিযোগিতাখন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ স্মৃতিত নামাকৰণ কৰা হৈছে। বৰদলৈ ট্ৰফীত ভাৰতৰ উপৰিও বাংলাদেশ, নেপাল আৰু থাইলেণ্ডৰ দলেও অংশগ্ৰহণ কৰিছে। বাংলাদেশৰ আবাহনী লিমিটেডে ২০১০ চনত এই ট্ৰফীৰ খিতাপ অৰ্জন কৰিছিল।[3] কলকাতাৰ মোহন বাগান এথলেটিক ক্লাবে সৰ্বাধিক ৭ বাৰ বৰদলৈ ট্ৰফীৰ খিতাপ অৰ্জন কৰিছে।

বিজয়ী দল সমূহ[সম্পাদনা কৰক]

বৰদলৈ ট্ৰফীৰ ফাইনেলৰ তালিকা
চন বিজয়ী স্ক'ৰ ৰাণাৰ্ছ-আপ
১৯৫২ ৰেলৱে স্পোৰ্ট্ছ ক্লাব, পাণ্ডু ?-? ইউনিয়ন স্পোৰ্টিং ক্লাব, নগা
১৯৫৩ মহাৰাণা এথলেটিক ক্লাব, গুৱাহাটী ?-? শ্বিলং গেৰীছন
১৯৫৪ গুৱাহাটী টাউন ক্লাব ?-? শিলছৰ ইণ্ডিয়া ক্লাব
১৯৫৫ ষ্টেট ট্ৰেন্ছপ'ৰ্ট এছ'ছিয়েছন, শ্বিলং ?-? ঠেঙালবাৰী ক্লাব, যোৰহাট
১৯৫৬ গুৱাহাটী টাউন ক্লাব ?-? যুগ্ম বিজয়ী) ষ্টেট ট্ৰেন্ছপ'ৰ্ট এছ'ছিয়েছন, শ্বিলং
১৯৫৭ জলপাইগুড়ি টি চি, পশ্চিমবঙ্গ ?-? গুৱাহাটী টাউন ক্লাব
১৯৫৮ ছাউডাৰ্ণ ৰেলৱে ইনষ্টিটিউট ?-? মহাৰাণা এথলেটিক ক্লাব, গুৱাহাটী
১৯৫৯ স্পোৰ্টিং ইউনিয়ন ক্লাব, গুৱাহাটী ?-? চিটি কলেজ অ'ল্ড বয়জ এফ চি
১৯৬০ অসম পুলিছ এ চি, দেৰগাঁও ?-? আসাম ৰাইফল্স
১৯৬১ মাইচ'ৰ ডিষ্ট্ৰিক্ট কমিটি ?-? আসাম ৰাইফল্স
১৯৬২ লীডাৰ্ছ এফ চি, জলন্ধৰ ?-? হাওৰা ইউনিয়ন, কলিকতা
১৯৬৩ গুৱাহাটী টাউন ক্লাব ০-০ (যুগ্ম বিজয়ী) লীডাৰ্ছ এফ চি, জলন্ধৰ
১৯৬৪ আসাম ৰাইফল্স ?-? জলপাইগুড়ি টি চি, পশ্চিমবঙ্গ
১৯৬৫ আৰয়ান ক্লাব, কলিকতা ?-? মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা
১৯৬৬ আৰয়ান ক্লাব, কলিকতা ?-? মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা
১৯৬৭ পূব ৰেলৱে এছ চি ?-? ইচ্ছাপুৰ ৰাইফল ফেক্টৰী, কলিকতা
১৯৬৮ ইষ্ট বেংগল ফুটবল ক্লাব ১-০ পূব ৰেলৱে এছ চি
১৯৬৯ মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা ?-? ইষ্ট বেংগল ফুটবল ক্লাব
১৯৭০ মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা ?-? খিদিৰপুৰ স্পোৰ্টিং ইউনিয়ন
১৯৭১ অসম পুলিছ এ চি, দেৰগাঁও ?-? মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা
১৯৭২ ইষ্ট বেংগল ফুটবল ক্লাব ?-? ঢাকা একাদশ
১৯৭৩ ইষ্ট বেংগল ফুটবল ক্লাব ?-? লীডাৰ্ছ এফ চি, জলন্ধৰ
১৯৭৪ মোহন বাগান এথলেটিক ক্লাব ২-২,৫-0 ভাস্কো স্পোৰ্টছ ক্লাব
১৯৭৫ মোহন বাগান এথলেটিক ক্লাব ?-? পঞ্জাব একাদশ
১৯৭৬ মোহন বাগান এথলেটিক ক্লাব ৩-০ গোৱা একাদশ
১৯৭৭ মোহন বাগান এথলেটিক ক্লাব ?-? মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা
১৯৭৮ ইষ্ট বেংগল ফুটবল ক্লাব ৪-২ বেংকক প'ৰ্ট অথ'ৰিটি
১৯৭৯ বেংকক প'ৰ্ট অথ'ৰিটি ?-? অইল ইণ্ডিয়া লিমিটেড এফ চি
১৯৮০ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল
১৯৮১ অসম পুলিছ এ চি ?-? ডেম্পো স্পোৰ্টছ ক্লাব
১৯৮২ ডেম্পো স্পোৰ্টছ ক্লাব ১-০ আসাম ৰাইফল্স
১৯৮৩ ডেম্পো স্পোৰ্টছ ক্লাব ১-০ মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা
১৯৮৪ মোহন বাগান এথলেটিক ক্লাব ?-? মাফতলাল এছ, বোম্বাই
১৯৮৫ মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা ?-? ছালগাওকাৰ স্পোৰ্টছ ক্লাব
১৯৮৬ মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা ৩-০ পঞ্জাব ৰাজ্যিক বিদ্যুৎ পৰিষদ
১৯৮৭ খিদিৰপুৰ স্পোৰ্টিং ইউনিয়ন ?-? আসাম ৰাইফল্স
১৯৮৮ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ?-? অসম পুলিছ
১৯৮৯ এছটেঘলাল এফ চি, তেহৰান ?-? ঢাকা মহমেদান স্পোৰ্টিং ক্লাব
১৯৯০ অইল ইণ্ডিয়া লিমিটেড এফ চি ?-? শ্বিলং একাদশ
১৯৯১ মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা ১-০ ইষ্ট বেংগল ফুটবল ক্লাব
১৯৯২ ইষ্ট বেংগল ফুটবল ক্লাব ১-০ আবাহনী ক্ৰীড়াচক্ৰ, ঢাকা
১৯৯৩ বেংকক প'ৰ্ট অথ'ৰিটি ?-? মোহন বাগান এথলেটিক ক্লাব
১৯৯৪ পঞ্জাব পুলিছ ?-? মিজোৰাম একাদশ
১৯৯৫ অসম পুলিছ এ চি ?-? উইলিয়ামছন মেগৰ একাডেমী
১৯৯৬ মোহন বাগান এথলেটিক ক্লাব ২-১ ইষ্ট বেংগল ফুটবল ক্লাব
১৯৯৭ অসম পুলিছ এ চি ১-১,৫-৪ [pen] মিজোৰাম অlইজল একাদশ
১৯৯৮ নৰবাখৰ ক্লাব ১০-১ টি.আৰ.এ.ইউ., ইম্ফল
১৯৯৯ অসাম ৰেজিমেন্টেল চেন্টাৰ ২-১ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
২০০০ টাটা ফুটবল একাডেমী ১-১,৪-৩ [pen] ২য় অসম বিশেষ সংৰক্ষিত বাহিনী
২০০১ মোহন বাগান এথলেটিক ক্লাব ৪-০ ৰাজ প্ৰাচা এছ চি, বেংকক
২০০২ অসাম ৰেজিমেন্টেল চেন্টাৰ ১-০ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
২০০৩ অসাম ৰেজিমেন্টেল চেন্টাৰ ৩-০ অইল ইণ্ডিয়া লিমিটেড এফ চি
২০০৪ ব্ৰাডাৰ্ছ ইউনিয়ন, ঢাকা ০-০,১-০ [aet] শ্বিলং একাদশ
২০০৫ অসাম ৰেজিমেন্টেল চেন্টাৰ ২-২,৫-৩ [pen] ছেইল
২০০৬ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ১-০ অসাম ৰেজিমেন্টেল চেন্টাৰ
২০০৭ প'ৰ্ট অথ'ৰিটি অফ থাইলেণ্ড ৩-০ অ.এন.জি.চি., মুম্বাই
২০০৮ অইল ইণ্ডিয়া লিমিটেড এফ চি ০-০,৩-০ [aet] অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
২০০৯ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ৩-২ নাগালেণ্ড পুলিছ
২০১০ আবাহনী লিমিটেড, ঢাকা ৩-০ থ্ৰী ষ্টাৰ ক্লাব, নেপাল
২০১১ ৰয়েল ৱাহিংদহ এফ চি ২-১ লাংছিং এফ চি
২০১২ অইল ইণ্ডিয়া লিমিটেড এফ চি ৪-১ আসাম ৰাইফল্স
২০১৩ ভৱানীপুৰ এফ চি ১-০ আইজল এফ চি
২০১৪ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ২-২,৪-২[pen] গ্ৰীণ ভেলী এফ চি
২০১৫ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল
২০১৬ থ্ৰী ষ্টাৰ ক্লাব ২-১ ইষ্ট বেংগল ফুটবল ক্লাব

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

[4]