সমললৈ যাওক

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
সম্পূৰ্ণ নাম অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব
উপনাম বিদ্যুৎ পৰিষদ
সংক্ষিপ্ত নাম এ এছ ই‌ বি এছচি
প্ৰতিষ্ঠা ১৯৭৫; ৫১ বছৰ  আগতে (1975)
খেলপথাৰ নেহৰু ষ্টেডিয়াম
(আসন: ১৫,০০০)
গৰাকী অসম শক্তি বিতৰণ কোম্পানী লিমিটেড
অসম বিদ্যুৎ সংবহন নিগম লিমিটেড
অসম শক্তি উৎপাদন নিগম লিমিটেড
মুখ্য প্ৰশিক্ষক গণেশ ৰায়
লীগ গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ
ঘৰুৱা খেলসমূহত
পোচাকৰ ৰং
বাহিৰা খেলসমূহত
পোচাকৰ ৰং

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব, বা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছচি, (চমুকৈ এ এছ ই‌ বি এছচি নামেৰে পৰিচিত) হৈছে অসমগুৱাহাটীৰ এটি অন্যতম আগশাৰীৰ ফুটবল ক্লাব। এই ক্লাবে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ. শ্বিল্ড, স্বাধীনতা দিৱস কাপ ইত্যাদি অসমৰ বৃহৎ প্ৰতিযোগিতা সমূহত নিয়মীয়াকৈ অংশগ্ৰহণ কৰে।

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ জিএছএ ছুপাৰ ডিভিজন ফুটবল লীগৰ সৰ্বাধিক খিতাপ দখলকাৰী ক্লাব।[1] ১৯৭৫ চনত স্থাপিত এই ফুটবল ক্লাবে ৰাষ্ট্ৰীয় ফুটবল লীগ ২, পূৰ্বৰ ভাৰতীয় ফুটবল প্ৰণালীৰ দ্বিতীয় স্তৰ প্ৰতিযোগিতাটো অংশগ্ৰহণ কৰিছিল।[2] ক্লাবটোৰ স্বত্বাধিকাৰী হৈছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অধীনৰ তিনিটা কোম্পানী - অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL), অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (AEGCL) আৰু অসম শক্তি উৎপাদন নিগম লিমিটেড (APGCL)।

খেলপথাৰ

[সম্পাদনা কৰক]

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছ চিয়ে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামক ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে।

বৰ্তমান দল

[সম্পাদনা কৰক]

Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.

নং. স্থান খেলুৱৈ
1 ভাৰত গ’লকীপাৰ দাওগা ব্ৰহ্ম
2 ভাৰত ডিফেণ্ডাৰ মিত্ৰদেৱ স্বৰ্গীয়াৰী
5 ভাৰত ডিফেণ্ডাৰ বিশ্বনাথ কৰ্মকাৰ
12 ভাৰত ডিফেণ্ডাৰ হিতেশ্বৰ হাজোৱাৰী
16 ভাৰত ডিফেণ্ডাৰ ৰঘূনাথ বড়ো
9 ভাৰত মিড ফিল্ডাৰ সঞ্জয় বড়ো
14 ভাৰত মিড ফিল্ডাৰ বিশাল কুমাৰ সোণাৰ
15 ভাৰত ফৰৱাৰ্ড কৰ্ম নাৰ্জাৰী
17 ভাৰত ফৰৱাৰ্ড সুজালাৎ ব্ৰহ্ম
নং স্থান খেলুৱৈ
10 ভাৰত ফৰৱাৰ্ড জে ব্ৰহ্ম
31 ভাৰত গ’লকীপাৰ বিশাল চাহু
4 ভাৰত ডিফেণ্ডাৰ আশীষ লাংঠাছা
6 ভাৰত ডিফেণ্ডাৰ বিপ্লৱ কুণ্ডু
20 ভাৰত ফৰৱাৰ্ড নিকোদিম নাৰ্জাৰী
22 ভাৰত ডিফেণ্ডাৰ হেমন্ত ব্ৰহ্ম
25 ভাৰত ফৰৱাৰ্ড ধবেশ দৈমাৰী
19 ভাৰত ফৰৱাৰ্ড অম্লান গগৈ
7 ভাৰত মিড ফিল্ডাৰ ত্ৰিদেৱ বড়ো
ভাৰত ফৰৱাৰ্ড জিজ্ঞাস ডেকা

সফলতা সমূহ

[সম্পাদনা কৰক]
  • অসম ক্লাব চেম্পিয়নশ্বিপ
1 বিজয়ী (২) ২০০৪, ২০০৬[3]
2 ৰাণাৰ্ছ আপ (৪): ২০০১, ২০০২, ২০০৩, ২০০৭
  • জিএছএ ছুপাৰ ডিভিজন ফুটবল লীগ
1 বিজয়ী (১২)[1][4] [5]
বিজয়ী (৫):[6] ১৯৮৮, ২০০৬, ২০০৯, ২০১৪, ২০২১
2 ৰাণাৰ্ছ আপ (৪): ১৯৯৯, ২০০২, ২০০৮, ২০১৯
  • এ.টি.পি.এ. শ্বিল্ড
বিজয়ী (৫):[7] ২০০০, ২০০১, ২০০৬, ২০১১, ২০২২[8]
2 ৰাণাৰ্ছ আপ (৩): ২০০৪, ২০০৮, ২০১৯
  • স্বাধীনতা দিৱস কাপ
বিজয়ী (৪): ১৯৮৬, ১৯৯৫, ২০১৫, ২০২১[9]
2 ৰাণাৰ্ছ আপ (১): ২০১৬
  • বদৌচা কাপ
2 ৰাণাৰ্ছ আপ (২): ২০১৬, ২০২০
  • এন এন ভট্টাচাৰ্য্য নক-আউট ফুটবল প্ৰতিযোগিতা
বিজয়ী (১): ২০১৫[10]
2 ৰাণাৰ্ছ আপ (১): ২০১৪
  • অম্বা মেধি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা
বিজয়ী (১): ২০০২[11]
  • নৰোৰাম বৰ্মন সোঁৱৰণী ট্ৰফী
বিজয়ী (১): ২০১০[12]

পৃষ্ঠপোষক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "ASEBSC retain GSA Super League Title". sentinelassam.com. http://www.sentinelassam.com/news/asebsc-retain-gsa-super-league-title/.html আহৰণ কৰা হৈছে: 27 September 2018.[সংযোগবিহীন উৎস]
  2. "ASEB hope to make round two-N-E leg of national football league in Shillong". telegraphindia.com. https://www.telegraphindia.com/north-east/aseb-hope-to-make-round-two-n-e-leg-of-national-football-league-in-shillong/cid/835999 আহৰণ কৰা হৈছে: 25 August 2021.
  3. "List of Winners/Runners-Up of the Assam Club Football Championship:". indianfootball.de. http://www.indianfootball.de/data/afl.html আহৰণ কৰা হৈছে: 28 August 2021.
  4. "List of Champions of the Guwahati Super Division". indianfootball.de. http://www.indianfootball.de/data/gufl.html আহৰণ কৰা হৈছে: 28 August 2021.
  5. "Guwahati (GSA) Super Division League". www.theawayend.co. https://theawayend.co/guwahati-gsa-super-division-league/ আহৰণ কৰা হৈছে: 13 November 2022.
  6. "List of Winners/Runners-Up of the Bordoloi Trophy". indianfootball.de. http://www.indianfootball.de/data/bordoloitrophy.html আহৰণ কৰা হৈছে: 3 December 2016.
  7. "List of Winners/Runners-Up of the ATPA Shield". indianfootball.de. http://www.indianfootball.de/data/atpashield.html আহৰণ কৰা হৈছে: 3 December 2016.
  8. "Assam State Electricity Board Sports Club (ASEBSC) win ATPA Shield at Jorhat". sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/local-sports/assam-state-electricity-board-sports-club-asebsc-win-atpa-shield-at-jorhat-587033 আহৰণ কৰা হৈছে: 11 April 2022.
  9. "ASEBSC win Independence Cup title defeating Kerala United Football Club". Sentinel Assamsentinelassam.com. 11 December 2021. https://www.sentinelassam.com/north-east-india-news/local-sports/asebsc-win-independence-cup-title-defeating-kerala-united-football-club-567369 আহৰণ কৰা হৈছে: 12 December 2021.
  10. "Powermen pip police to title". telegraph india.com. https://www.telegraphindia.com/north-east/powermen-pip-police-to-title/cid/1393139 আহৰণ কৰা হৈছে: 31 August 2022.
  11. "List of Winners/Runners-Up of the Amba Medhi Cup:". indianfootball.de. http://www.indianfootball.de/data/ambamedhicup.html আহৰণ কৰা হৈছে: 5 September 2022.
  12. "ASEB lift Naroram Barman trophy". assamtribune.com. https://assamtribune.com/aseb-lift-naroram-barman-trophy আহৰণ কৰা হৈছে: 5 September 2022.