অপৰাজিতা
অৱয়ব
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
অপৰাজিতা (Clitoria ternatea) | |
---|---|
নীলা অপৰাজিতা | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
উপপৰিয়াল: | Faboideae |
গোত্ৰ: | Cicereae |
গণ: | Clitoria |
প্ৰজাতি: | C. ternatea |
বৈজ্ঞানিক নাম | |
Clitoria ternatea L. |
অপৰাজিতা (বৈজ্ঞানিক নাম: Clitoria ternatea) (সংস্কৃত: श्वेतां, विष्णूक्रांता, शंखपुष्पी)হৈছে Fabaceae প্ৰজাতিৰ এবিধ ফুল। গাঢ় নীলা ৰঙৰ ফুল, কিন্তু তলৰ ফালে (আৰু ভিতৰত) বগা, কেতিয়াবা কিছু হালধীয়া আভা যুক্ত হয়। বগা ৰঙৰ অপৰাজিতা ফুলো আছে।
প্ৰচলিত নাম
[সম্পাদনা কৰক]বিভিন্ন ভাষাত অপৰাজিতাৰ নামবোৰ হৈছে:
- ইংৰাজী: Butterfly pea, blue pea vine, mussel-shell climber, pigeon wings
- হিন্দী: অপৰাজিতা (अपराजिता)
- বঙালী ভাষাত: অপৰাজিতা
- কন্নড়: নাগৰ হেডি
- মালয় ভাষা: বুঙ্গা তেলাংগ Bunga telang
- মালয়ালম ভাষা: ശംഖുപുഷ്പം, সঙ্খপুস্পম
- মাৰাঠি ভাষা: गोकर्ण, গোকৰ্ণ
- ধিভেয়ি ভাষা: কুলহাধিৰিমা (Kulhadhirimaa)
- পৰ্তুগীজ: ফুলা ক্ৰিকুৱা Fula criqua
- সংস্কৃতি ভাষা: শংখপুষ্পী (शंखपुष्पी), অপৰাজিতা (अपराजिता), সুকৰ্ণিকা, অৰ্ধকৰ্ণী, গিৰিকৰ্ণিকা (गिरिकर्णिका), সুপুষ্পী (सुपुष्पी), মোহনাশিনী (मोह्नाशिनी), বিশদোষঘ্নী (विषदोषघ्नी), স্বেতনামা (श्वेतनामा)., বিষ্ণুক্ৰান্তা (विष्णुक्रांता), অশ্বখুৰা (अश्वखुरा)}
- তামিল ভাষা: সাঙ্গু পু (Sangu pu)
- থাই: ดอกอัญขัญ (ডক আঞ্চান)
চিত্ৰসম্ভাৰ
[সম্পাদনা কৰক]বহিঃসংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত অপৰাজিতা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- "Plant of the Week—Clitoria ternatea". ২১ এপ্ৰিল ২০১৯. Archived from the original on 2007-08-09. https://web.archive.org/web/20070809062953/http://www.plantoftheweek.org/week043.shtml। আহৰণ কৰা হৈছে: 2019-04-21.
- "Clitoria ternatea". Tropical Forages. ২১ এপ্ৰিল ২০১৯. http://www.tropicalforages.info/key/Forages/Media/Html/Clitoria_ternatea.htm.