অশান্ত ইলেকট্ৰন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অশান্ত ইলেকট্ৰন  
লেখক সৌৰভ কুমাৰ চলিহা
প্ৰচ্ছদ শিল্পী কামাখ্যা দত্ত
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় গল্প
প্ৰকাৰ গল্পপুথি
প্ৰকাশক বৰুৱা বুক এজেন্সি, গুৱাহাটী
প্ৰকাশ অক্টোবৰ , ১৯৬২

অশান্ত ইলেকট্ৰন হৈছে সৌৰভ কুমাৰ চলিহাৰ এখন জনপ্ৰিয় গল্পপুথি। ১৯৬২ চনত প্ৰথম প্ৰকাশ পোৱা গল্প সংকলখন চলিহাই তেখেতৰ ভাগিন, গণিতজ্ঞ জ্যোতিপ্ৰসাদ মেধিলৈ উৎসৰ্গা কৰিছে।[1]

গল্পসমূহ[সম্পাদনা কৰক]

অশান্ত ইলেকট্ৰন গল্পসংকলখনত মুঠ ছয়টা গল্প আছে ।

  • অশান্ত ইলেকট্ৰন
  • জ্যামিতি
  • বাৰ্‌কাৰ'ল
  • বাসন্তিকা
  • কেন্দ্ৰাভিমুখ
  • ধ্ৰুবক

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ডেকা,প্ৰিয়াংকুশ. "ড° জ্যোতি প্ৰসাদ মেধি : এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ". gonitsora. https://as.gonitsora.com/jyoti-prasad-medhi/। আহৰণ কৰা হৈছে: 2 July 2020.