অশান্ত ইলেকট্ৰন
অৱয়ব
অশান্ত ইলেকট্ৰন | |
---|---|
লেখক | সৌৰভ কুমাৰ চলিহা |
প্ৰচ্ছদ শিল্পী | কামাখ্যা দত্ত |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | গল্প |
প্ৰকাৰ | গল্পপুথি |
প্ৰকাশক | বৰুৱা বুক এজেন্সি, গুৱাহাটী |
প্ৰকাশ | অক্টোবৰ , ১৯৬২ |
অশান্ত ইলেকট্ৰন হৈছে সৌৰভ কুমাৰ চলিহাৰ এখন জনপ্ৰিয় গল্পপুথি। ১৯৬২ চনত প্ৰথম প্ৰকাশ পোৱা গল্প সংকলখন চলিহাই তেখেতৰ ভাগিন, গণিতজ্ঞ জ্যোতিপ্ৰসাদ মেধিলৈ উৎসৰ্গা কৰিছে।[1]
গল্পসমূহ
[সম্পাদনা কৰক]অশান্ত ইলেকট্ৰন গল্পসংকলখনত মুঠ ছয়টা গল্প আছে ।
- অশান্ত ইলেকট্ৰন
- জ্যামিতি
- বাৰ্কাৰ'ল
- বাসন্তিকা
- কেন্দ্ৰাভিমুখ
- ধ্ৰুবক
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ ডেকা,প্ৰিয়াংকুশ. "ড° জ্যোতি প্ৰসাদ মেধি : এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ". gonitsora. https://as.gonitsora.com/jyoti-prasad-medhi/। আহৰণ কৰা হৈছে: 2 July 2020.