অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
অৱয়ব
(অসমৰ মুখ্যমন্ত্ৰীৰ পৰা পুনঃনিৰ্দেশিত)
এইখন তালিকা ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত ৰাজ্য অসমৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত প্ৰস্তুত কৰি তৈয়াৰ কৰা হৈছে।
মুখ্যমন্ত্ৰীসকল
[সম্পাদনা কৰক]গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী
চৈয়দা আনোৱাৰা টাইমূৰ, অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী
তৰুণ গগৈ, অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী আৰু সৰ্বাধিক সময়ৰ বাবে কাৰ্য্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী
সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী
| নং. | নাম | কাৰ্যকাল আৰম্ভ - সমাপ্তি[1] | দল[টোকা 1] | কাৰ্যকাল | ||
|---|---|---|---|---|---|---|
| ১ | গোপীনাথ বৰদলৈ
(১৮৯০-১৯৫০) |
১১ ফেব্ৰুৱাৰী ১৯৪৬ | ৬ আগষ্ট ১৯৫০ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৬৩৮ দিন | |
| ২ | বিষ্ণুৰাম মেধি
(১৮৮৮-১৯৮১)
|
৯ আগষ্ট ১৯৫০ | ২৭ ডিচেম্বৰ ১৯৫৭ | ১৬৯৮ দিন | ||
| ৩ | বিমলা প্ৰসাদ চলিহা
(১৯১২-১৯৭১)
|
২৮ ডিচেম্বৰ ১৯৫৭ | ৬ নৱেম্বৰ ১৯৭০ | ৪৬৯৬ দিন | ||
| ৪ | মহেন্দ্ৰ মোহন চৌধুৰী
(১৯০৯-১৯৮২)
|
১১ নৱেম্বৰ ১৯৭০ | ৩০ জানুৱাৰী ১৯৭২ | ৪৬৬ দিন | ||
| ৫ | শৰৎ চন্দ্ৰ সিংহ
(১৯১৪-২০০৫)
|
৩১ জানুৱাৰী ১৯৭২ | ১২ মাৰ্চ ১৯৭৮ | ২২৩২ দিন | ||
| ৬ | গোলাপ বৰবৰা
(১৯২৫-২০০৬)
|
১২ মাৰ্চ ১৯৭৮ | ৪ ছেপ্টেম্বৰ ১৯৭৯ | জনতা পাৰ্টি | ৫৪২ দিন | |
| ৭ | যোগেন্দ্ৰ নাথ হাজৰিকা
(১৯২৪-১৯৯৮)
|
৯ ছেপ্টেম্বৰ ১৯৭৯ | ১১ ডিচেম্বৰ ১৯৭৯ | ৯৪ দিন | ||
| – | খালি[টোকা 2] (ৰাষ্ট্ৰপতিৰ শাসন) |
১২ ডিচেম্বৰ ১৯৭৯ | ৫ ডিচেম্বৰ ১৯৮০ | প্ৰযোজ্য নহয় | ৩৫৯ দিন | |
| ৮ | চৈয়দা আনোৱাৰা টাইমূৰ
(১৯৩৬-২০২০)
|
৬ ডিচেম্বৰ ১৯৮০ | ৩০ জুন ১৯৮১ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২০৭ দিন | |
| – | খালি[টোকা 2] (ৰাষ্ট্ৰপতিৰ শাসন) |
৩০ জুন ১৯৮১ | ১৩ জানুৱাৰী ১৯৮২ | প্ৰযোজ্য নহয় | ১৯৭ দিন | |
| ৯ | কেশৱ চন্দ্ৰ গগৈ
(১৯২৫-১৯৯৮)
|
১৩ জানুৱাৰী ১৯৮২ | ১৯ মাৰ্চ ১৯৮২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৬ দিন | |
| – | খালি[টোকা 2] (ৰাষ্ট্ৰপতিৰ শাসন) |
১৯ মাৰ্চ ১৯৮২ | ২৭ ফেব্ৰুৱাৰী ১৯৮৩ | প্ৰযোজ্য নহয় | ৩৪৫ দিন | |
| ১০ | হিতেশ্বৰ শইকীয়া
(১৯৩৪-১৯৯৬)
|
২৭ ফেব্ৰুৱাৰী ১৯৮৩ | ২৩ ডিচেম্বৰ ১৯৮৫ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০৩১ দিন | |
| ১১ | প্ৰফুল্ল কুমাৰ মহন্ত
(১৯৫২-)
|
২৪ ডিচেম্বৰ ১৯৮৫ | ২৮ নৱেম্বৰ ১৯৯০ | অসম গণ পৰিষদ | ১৭৯৯ দিন | |
| – | খালি[টোকা 2] (ৰাষ্ট্ৰপতিৰ শাসন) |
২৮ নৱেম্বৰ ১৯৯০ | ৩০ জুন ১৯৯১ | প্ৰযোজ্য নহয় | ২১৪ দিন | |
| (১০) | হিতেশ্বৰ শইকীয়া [দ্বিতীয়বাৰ]
(১৯৩৪-১৯৯৬)
|
৩০ জুন ১৯৯১ | ২২ এপ্ৰিল ১৯৯৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৭৫৭ দিন [মুঠ ২৭৮৮ দিন] | |
| ১২ | ভূমিধৰ বৰ্মন
(১৯৩১-২০২১)
|
২২ এপ্ৰিল ১৯৯৬ | ১৪ মে' ১৯৯৬ | ২৩ দিন | ||
| (১১) | প্ৰফুল্ল কুমাৰ মহন্ত [দ্বিতীয়বাৰ]
(১৯৫২-)
|
১৫ মে' ১৯৯৬ | ১৭ মে' ২০০১ | অসম গণ পৰিষদ | ১৮২৯ দিন [মুঠ ৩৬২৮ দিন] | |
| ১৩ | তৰুণ গগৈ
(১৯৩৪-২০২০)
|
১৭ মে' ২০০১ | ২৪ মে' ২০১৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫৪৮৫ দিন | |
| ১৪ | সৰ্বানন্দ সোণোৱাল
(১৯৬২-)
|
২৪ মে' ২০১৬ | ১০ মে' ২০২১ | ভাৰতীয় জনতা পাৰ্টি | ১৮১২ দিন | |
| ১৫ | হিমন্ত বিশ্ব শৰ্মা
(১৯৬৯-)
|
১০ মে' ২০২১ | বৰ্তমান | ভাৰতীয় জনতা পাৰ্টি | ১৮২৯ দিন | |
টাইমলাইন
[সম্পাদনা কৰক]
টোকা
[সম্পাদনা কৰক]- ↑ This column only names the chief minister's party. The state government he heads may be a complex coalition of several parties and independents; these are not listed here.
- 1 2 3 4 When President's rule is in force in a state, its council of ministers stands dissolved. The office of chief minister thus lies vacant. At times, the legislative assembly also stands dissolved.[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Chief Ministers Archived 16 January 2014 at the Wayback Machine from the Assam Assembly website
- ↑ Amberish K. Diwanji. "A dummy's guide to President's rule". Rediff.com. 15 March 2005. Retrieved on 3 March 2013.
