অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়
Emblem of India.svg
ভাৰতৰ প্ৰতীক
সংস্থাৰ ৰূপৰেখা
ক্ষেত্ৰাধিকাৰ ভাৰতভাৰত গণৰাজ্য
মুখ্য কাৰ্যালয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়
ৰাজীৱ গান্ধী ভৱন
নতুন দিল্লী
বাৰ্ষিক বাজেট ৬,৬০২.৮৬ কোটি (৯২৫.৭২ মিলিয়ন ডলাৰ) (2018–19 est.)[1]
দায়বদ্ধ মন্ত্ৰীসকল জ্যোতিৰাদিত্য সিন্ধিয়া, কেবিনেট মন্ত্ৰী
ভি.কে. সিং, ৰাজ্যিক মন্ত্ৰী
সংস্থাৰ কাৰ্যবাহী • প্ৰদীপ সিং খাৰোলা, আইএএছ, অসামৰিক বিমান পৰিবহন সচিব
• বিমলেন্দ্ৰ আনন্দ পাটৱৰ্ধন, যুটীয়া সচিব আৰু বিত্তীয় উপদেষ্টা
• বন্দনা আগৰৱাল, অৰ্থনৈতিক উপদেষ্টা
• হৰপ্ৰীত কে সিং, বিত্তীয় নিয়ন্ত্ৰক
• অজিত সাহা, কাৰিকৰী সঞ্চালক
• ৰাজীৱ জৈন, অতিৰিক্ত সঞ্চালক প্ৰধান
ৱেবছাইট civilaviation.gov.in

ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় হৈছে অসামৰিক বিমান পৰিবহনৰ উন্নয়ন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যসূচী প্ৰস্তুত কৰা আৰু অসামৰিক বিমান পৰিবহনৰ সুশৃংখল বিকাশ আৰু সম্প্ৰসাৰণৰ বাবে আঁচনি প্ৰস্তুত আৰু ৰূপায়ণকৰাৰ বাবে দায়বদ্ধ মন্ত্ৰালয়। ইয়াৰ কাৰ্যকলাপ বিমানবন্দৰৰ সুবিধা, বিমান যান-বাহন সেৱা আৰু বিমানেৰে যাত্ৰী আৰু সামগ্ৰীৰ বাহনৰ তত্বাৱধানলৈকে বিস্তীৰ্ণ। মন্ত্ৰালয়ে বিমান আইন, ১৯৩৪ আৰু বিমান অধিনিয়ম, ১৯৩৭ ৰূপায়ণৰ ব্যৱস্থা কৰে আৰু ৰে'ল সুৰক্ষা আয়োগৰ বাবে প্ৰশাসনিকভাৱে দায়বদ্ধ।

মন্ত্ৰালয়ৰ গঠন[সম্পাদনা কৰক]

মন্ত্ৰালয়টো মাননীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মাননীয় ৰাজ্যিক মন্ত্ৰী ভি.কে. সিংৰ দায়িত্বত আছে। সচিব, এজন আইএএছ বিষয়া, মন্ত্ৰালয়ৰ মুৰব্বী আৰু এজন অতিৰিক্ত সচিব আৰু বিত্তীয় উপদেষ্টা, তিনিজন যুটীয়া সচিব, সঞ্চালক / উপ সচিব / বিত্তীয় নিয়ন্ত্ৰক পৰ্যায়ৰ সাতজন বিষয়া আৰু আণ্ডাৰ চেক্ৰেটেৰী পৰ্যায়ৰ দহজন বিষয়াই সহায় কৰে। ই নতুন দিল্লীৰ চফদৰজং বিমানবন্দৰৰ ৰাজীৱ গান্ধী ভৱনত অৱস্থিত।[2]

মন্ত্ৰালয়ে নিম্নলিখিত সংগঠনবোৰৰ অধীনত আছে:-[সম্পাদনা কৰক]

সঞ্চালকালয়[সম্পাদনা কৰক]

  • অসামৰিক বিমান পৰিবহন সঞ্চালকালয় (ডিজিচিএ)[3]

সংলগ্ন দপ্তৰ সমূহ[সম্পাদনা কৰক]

  • বিমানবন্দৰ অৰ্থনৈতিক নিয়ামক কৰ্তৃপক্ষ (এইআৰএ)
  • অসামৰিক বিমান পৰিবহন সুৰক্ষা ব্যুৰো (বিচিএএছ)[3]
  • ৰে'ল সুৰক্ষা আয়োগ[4] - 1989 চনৰ ৰে'ল আইনৰ নিৰ্দেশঅনুসৰি আয়োগ হৈছে ভাৰতৰ ৰেল সুৰক্ষা কৰ্তৃপক্ষ। সংস্থাটোৱে ৰেল দুৰ্ঘটনাৰ তদন্ত কৰে। [4]
  • বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো (এ.এ.আই.বি.)

স্বায়ত্তশাসিত[সম্পাদনা কৰক]

  • ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উৰণ একাডেমী (আইজিআৰইউএ)[3]

সংবিধিবদ্ধ সংস্থা[সম্পাদনা কৰক]

  • ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ[3]

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ অধিনত[সম্পাদনা কৰক]

  • এয়াৰ ইণ্ডিয়া লিমিটেড (নৰেন্দ্ৰ মোডীৰদ্বাৰাব্যক্তিগতকৰণ -ভাৰতীয় জনতা পাৰ্টি)

অসামৰিক বিমান পৰিবহনৰ মন্ত্ৰী সকল[সম্পাদনা কৰক]

ক্ৰমিক নং নাম প্ৰতিকৃতি কাৰ্য্যকাল প্ৰধানমন্ত্ৰী
জন মাথাই

(পৰিবহন মন্ত্ৰী)

John Mathai.jpg ১৫ আগষ্ট ১৯৪৭ ২২ ছেপ্টেম্বৰ ১৯৪৮ জৱাহৰলাল নেহৰু
এন গোপালস্বামী আয়াংগাৰ

(পৰিবহন আৰু ৰেল মন্ত্ৰী)

Gopalaswamy Ayyangar.jpg ১৭ আগষ্ট ১৯৪৮ ১৩ মে ১৯৫২
লাল বাহাদুৰ শাস্ত্ৰী

(ৰেল আৰু পৰিবহন মন্ত্ৰী)

Lal Bahadur Shastri (cropped).jpg ১৩ মে ১৯৫২ ৭ ডিচেম্বৰ ১৯৫৬
হৰি বিনায়ক পাটাস্কাৰ ৭ ডিচেম্বৰ ১৯৫৬ ১৬ এপ্ৰিল ১৯৫৭
লাল বাহাদুৰ শাস্ত্ৰী

(পৰিবহন আৰু যোগাযোগ মন্ত্ৰী)

Lal Bahadur Shastri (cropped).jpg ১৬ এপ্ৰিল ১৯৫৭ ২৮ মাৰ্চ ১৯৫৮
এছ কে পাটিল

(পৰিবহন আৰু যোগাযোগ মন্ত্ৰী)

২৯ মাৰ্চ ১৯৫৮ ২৮ আগষ্ট ১৯৫৮
পি চুব্বাৰায়ান

(পৰিবহন আৰু যোগাযোগ মন্ত্ৰী)

P Subbarayan 1989 stamp of India.jpg ২ ছেপ্টেম্বৰ ১৯৫৯ ১০ এপ্ৰিল ১৯৬২
জগজীৱন ৰাম

(পৰিবহন আৰু যোগাযোগ মন্ত্ৰী)

Jagjivan Ram 1991 stamp of India.jpg ১০ এপ্ৰিল ১৯৬২ ৩১ আগষ্ট ১৯৬৩
সত্য নাৰায়ণ সিনহা ৯ জুন ১৯৬৪ ১৩ জুন ১৯৬৪ লাল বাহাদুৰ শাস্ত্ৰী
১০ নিত্যানন্দ কানুংগো

(ৰাজ্যিক মন্ত্ৰী হিচাপে)

Nityananda Kanungo.JPG ১৩ জুন ১৯৬৪ ৩১ জুলাই ১৯৬৫
১১ ৰাজ বাহাদুৰ Raj Bahadur 2013 stamp of India.jpg ৩১ জুলাই ১৯৬৫ ২৪ জানুৱাৰী ১৯৬৬
১২ নীলম সঞ্জীৱ ৰেড্ডী

(পৰিবহন, বিমান পৰিবহন, জাহাজ আৰু পৰ্যটন মন্ত্ৰী)

Neelam Sanjiva Reddy.jpg ২৪ জানুৱাৰী ১৯৬৬ ১৬ মাৰ্চ ১৯৬৭ ইন্দিৰা গান্ধী
১৩ কৰণ সিং Dr-Karan-Singh-sept2009.jpg ১৬ মাৰ্চ ১৯৬৭ ৯ নৱেম্বৰ ১৯৭৩
১৪ ৰাজ বাহাদুৰ Raj Bahadur 2013 stamp of India.jpg ৯ নৱেম্বৰ ১৯৭৩ ২২ ডিচেম্বৰ ১৯৭৬
১৫ কোঠা ৰঘুৰামাইয়া ২৩ ডিচেম্বৰ ১৯৭৬ ২৪ মাৰ্চ ১৯৭৭
১৬ পুৰুষোত্তম কৌশিক ২৪ মাৰ্চ ১৯৭৭ ১৫ জুলাই ১৯৭৯ মোৰাৰজী দেশাই
১৭ মহম্মদ শফি কুৰেছি ৩০ জুলাই ১৯৭৯ ১৪ জানুৱাৰী ১৯৮০ চৰণ সিং
১৮ জানকী বল্লভ পাটনায়ক J B Pattnaik, Governor of Assam.jpg ১৪ জানুৱাৰী ১৯৮০ ৭ জুন ১৯৮০ ইন্দিৰা গান্ধী
১৯ অনন্ত প্ৰসাদ শৰ্মা চিত্ৰ:Anant Prasad Sharma Official portrait 1983.jpg ১৯ অক্টোবৰ ১৯৮০ ২ ছেপ্তেম্বৰ ১৯৮২
২০ ভাগৱত ঝা আজাদ Bhagwat Jha Azad.jpg ২ ছেপ্তেম্বৰ ১৯৮২ ১৪ ১৪ ফেব্ৰুৱাৰী ১৯৮৩
২১ খুৰশ্বেদ আলম খান ১৪ ফেব্ৰুৱাৰী ১৯৮৩ ৩১ ডিচেম্বৰ ১৯৮৪
২২ জগদীশ টাইটলাৰ Jagdish Tytler in Mumbai on January 6, 2005.jpg ২২ অক্টোবৰ ১৯৮৬ ১৪ ফেব্ৰুৱাৰী ১৯৮৮ ৰাজীৱ গান্ধী
২৩ মতিলাল ভোৰা Motilal Vora.jpg ১৪ ফেব্ৰুৱাৰী ১৯৮৮[5] ২৫ জুন ১৯৮৮
২৪ শিৱৰাজ পাটিল Shivraj Patil.jpg ২৫ জুন ১৯৮৮ ২ ডিচেম্বৰ ১৯৮৯
২৫ আৰিফ মহম্মদ খান Governor Arif Mohammad Khan.jpg ৬ ডিচেম্বৰ ১৯৮৯ ১০ নৱেম্বৰ ১৯৯০ ভি পি সিং
২৬ হৰমোহন ধাৱান ২১ নৱেম্বৰ ১৯৯০ ২১ জুন ১৯৯১ চন্দ্ৰ শেখৰ
২৭ মাধৱৰাও সিন্ধিয়া Madhavrao Scindia 2005 stamp of India.jpg ২১ জুন ১৯৯১ ৯ জানুৱাৰী ১৯৯৩ পি ভি নৰসিংহ ৰাও
২৮ গুলাম নবী আজাদ Ghulam Nabi Azad-cropped.JPG ৯ জানুৱাৰী ১৯৯৩ ১৫ মে ১৯৬৬
২৯ ভি. ধনঞ্জয়া কুমাৰ Danajaya kumar001.png ১৫ মে ১৯৬৬ ১ জুন ১৯৯৬ অটল বিহাৰী বাজপেয়ী
৩০ চি.এম ইব্ৰাহিম ১ জুন ১৯৯৬ ১৯ মাৰ্চ ১৯৯৮ এইচ ডি দেৱগৌড়া
আই কে গুজৰাল
৩১ অনন্ত কুমাৰ The Leader of Opposition, BThe Union Minister for Chemicals and Fertilizers, Shri Ananthkumar, in New Delhi on January 08, 2015 (cropped).jpg ১৯ মাৰ্চ ১৯৯৮ ১৩ অক্টোবৰ ১৯৯৯ অটল বিহাৰী বাজপেয়ী
৩২ শাৰদ যাদৱ Sharadyadavjdu.jpg ১৩ অক্টোবৰ ১৯৯৯ ৩১ আগষ্ট ২০০১
৩৩ চয়দ শ্বাহনাৱাজ হুছেইন The Union Minister for Textiles Shri Syed Shahnawaz Hussain addressing the Press on the forthcoming mega event for showcasing the expertise and capabilities of Indian Fashion Industry, Textiles and Apparel manufacturing.jpg ১ ছেপ্তেম্বৰ ২০০১ ২৩ মে ২০০৩
৩৪ ৰাজীৱ প্ৰতাপ ৰুডি Rajivrudy.png ২৩ মে ২০০৩ ২২ মে ২০০৪
৩৫ প্ৰফুল পেটেল Praful Patel World Economic Forum 2013.jpg ২৩ মে ২০০৪ ১৮ জানুৱাৰী ২০১১ মনমোহন সিং
৩৬ ভায়ালাৰ ৰবি Vayalar Ravi-crop.jpg ১৯ জানুৱাৰী ২০১১ ১৮ ডিচেম্বৰ ২০১১
৩৭ অজিত সিং Ajit Singh at press conference.jpg ১৮ ডিচেম্বৰ ২০১১ ২৬ মে ২০১৪
৩৮ অশোক গজপতি ৰাজু Shri Ashok Gajapati Raju.jpg ২৬ মে ২০১৪ ৯ মাৰ্চ ২০১৮ নৰেন্দ্ৰ মোডী
৩৯ সুৰেশ প্ৰভু The Union Minister for Commerce & Industry, Shri Suresh Prabhakar Prabhu holding a Press Conference on the 3rd meeting of Council for Trade Development and Promotion, in New Delhi on January 08, 2018.jpg ১০ মাৰ্চ ২০১৮ ৩০ মে ২০১৯
৪০ হৰদীপ সিং পুৰী Shri Hardeep Singh Puri in July 2021.jpg ৩০ মে ২০১৯ ৭ জুলাই ২০২১
৪১ জ্যোতিৰাদিত্য সিন্ধিয়া Shri Jyotiraditya Madhavrao Scindia in July 2021.jpg ৭ জুলাই ২০২১ পদাধিকাৰী

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীসকল[সম্পাদনা কৰক]

ৰাজ্যিক মন্ত্ৰীসকল প্ৰতিকৃতি ৰাজনৈতিক দল কাৰ্য্যকাল
জি.এম সিদ্ধেশ্বৰ ভাৰতীয় জনতা পাৰ্টি ২৬ মে ২০১৪ ৯ নৱেম্বৰ ২০১৪
মহেশ শৰ্মা Mahesh Sharma January 2015.jpg ৯ নৱেম্বৰ ২০১৪ ৫ জুলাই ২০১৬
জয়ন্ত সিনহা JayantSinha.JPG ৫ জুলাই ২০১৬ ৩০ মে ২০১৯
ভি কে সিং General Vijay Kumar Singh.jpg ৭ জুলাই ২০২১ পদাধিকাৰী
  1. "Budget data". www.indiabudget.gov.in. 2019. http://www.indiabudget.gov.in/ub2018-19/eb/sbe95.pdf। আহৰণ কৰা হৈছে: 15 September 2018. 
  2. "Archived copy". http://www.civilaviation.gov.in/MocaEx/faces/orgsetup.jspx। আহৰণ কৰা হৈছে: 1 June 2013. 
  3. 3.0 3.1 3.2 3.3 "Ministry of Civil Aviation." Government of India. Retrieved on 20 February 2012.
  4. "Commission of Railway Safety Archived 29 October 2012 at the Wayback Machine." Ministry of Civil Aviation. Retrieved on 19 February 2012.
  5. "Vayudoot remains Harsh Vardhan's show". India Today. http://indiatoday.intoday.in/story/vayudoot-remains-harsh-vardhans-show/1/323576.html.