সমললৈ যাওক

আণ্ড্ৰে পউল গুলেইম গিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আঁন্দ্ৰে প’ল গিয়োম জিদৰ পৰা পুনঃনিৰ্দেশিত)
১৮৯৩ চনত গিদ

আণ্ড্ৰে পউল গুলেইম গিদ (ইংৰাজী: André Paul Guillaume Gide; ২২ নৱেম্বৰ, ১৮৬৯ – ১৯ ফেব্ৰুৱাৰী, ১৯৫১) এজন ফৰাচী সাহিত্যিক আছিল। ১৯৪৭ চনত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে। লেখক জীৱনৰ আৰম্ভণিতে গিদ প্ৰতীকতাবাদী আন্দোলনৰ সৈতে জড়িত আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ মধ্যবৰ্তী সময়ত তেওঁ সাম্ৰাজ্যবাদবিৰোধী মতবাদৰ প্ৰবক্তা হৈ উঠে।

গিদ তেওঁৰ কথাসাহিত্য আৰু আত্মজীৱনীমূলক ৰচনাসমূহৰ বাবে সুপ্ৰসিদ্ধ। তেওঁ তেওঁৰ মুক্তচিন্তা আৰু সংকীৰ্ণ সামাজিক নৈতিকতাৰ পক্ষপাতীত্ব তেওঁৰ দুই বিপৰীতমুখী চৰিত্ৰক জনসমাজত তুলি ধৰে। গিদৰ ৰচনা সমূহৰ মাজত দেখা যায় স্বাধীনতাৰ অভ্যন্তৰীণ তদন্ত আৰু নৈতিকতা তথা শুদ্ধতাবাদীৰ ক্ষমতায়ণ। এইধৰণেই তেওঁ আগুৱাই যায় তেওঁৰ বৌদ্ধিক সততা লাভৰ উদ্দেশ্যত। তেওঁৰ আত্ম-উন্মোচনকাৰী ৰচনাসমূহ তেওঁৰে আত্মানুসন্ধান, নিজৰ যৌন প্ৰকৃতিৰ স্বৰূপ অনুসন্ধান কৰি কাৰো মূল্যবোধক আঘাত কৰা নাই। তেওঁৰ ৰাজনৈতিক ক্ৰিয়াকলাপো একেই প্ৰকৃতিৰ। কাৰণ, ১৯৯৩ চনত চোভিয়েত ৰাছিয়া ভ্ৰমণৰ সময়ত তেওঁ কমিউনিজমক অস্বীকাৰ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৮৬৯ চনৰ ২২ নৱেম্বৰত পেৰিচৰ এক মধ্যবিত্ত প্ৰ’টেষ্টাণ্ট পৰিয়ালত গিদৰ জন্ম। তেওঁৰ দেউতাক জ্যাঁ পল গুইলাউমে গিদ পেৰিচ বিশ্ববিদ্যালয়ৰ আইনৰ অধ্যপক আছিল। ১৮৮০ চনত তেখেতৰ মৃত্যু হয়। তেওঁৰ মাতৃৰ নাম জুলিয়েট মাৰিয়া ৰনডিউক্স। তেওঁৰ পিতামহৰ পৰিয়ালে ইটালীৰপৰা ১৬ শতকৰ শেষৰ ফালে প্ৰটেষ্টাণ্টবাদলৈ ধৰ্মান্তৰিত হৈ ফ্ৰান্সলৈ গুচি আহে।

ৰচনা তালিকা (আংশিক)

[সম্পাদনা কৰক]
  • Les cahiers d'André Walter – 1891
  • Le traité du Narcisse – 1891
  • Les poésies d'André Walter – 1892
  • Le voyage d'Urien – 1893
  • La tentative amoureuse – 1893
  • Paludes – 1895
  • Réflexions sur quelques points de littérature – 1897
  • Les nourritures terrestres – 1897 (translated as The Fruits of the Earth)
  • Feuilles de route 1895–1896 – 1897
  • El Hadj
  • Le Prométhée mal enchaîné – 1899
  • Philoctète – 1899
  • Lettres à Angèle – 1900
  • De l'influence en littérature – 1900
  • Le roi Candaule – 1901
  • Les limites de l'art – 1901
  • L'immoraliste – 1902 (translated by Richard Howard as The Immoralist)
  • Saül – 1903
  • De l'importance du public – 1903
  • Prétextes – 1903
  • Amyntas – 1906
  • Le retour de l'enfant prodigue – 1907
  • Dostoïevsky d'après sa correspondence – 1908
  • La porte étroite – 1909 (translated as Strait Is the Gate)
  • Oscar Wilde – 1910
  • Nouveaux prétextes – 1911
  • Charles-Louis-Philippe – 1911
  • C. R. D. N. – 1911
  • Isabelle – 1911
  • Bethsabé – 1912
  • Souvenirs de la Cour d'Assises – 1914
  • Les caves du Vatican – 1914 (translated as Lafcadio's Adventures and The Vatican Cellars)
  • La marche Turque – 1914
  • La symphonie pastorale – 1919
  • Corydon – 1920
  • Numquid et tu . . .? – 1922
  • Dostoïevsky – 1923
  • Incidences – 1924
  • Caractères – 1925
  • Les faux-monnayeurs – 1925 (translated as The Counterfeiters – 1927)
  • Si le grain ne meurt – 1926 (translated as If It Die)
  • Le journal des faux-monnayeurs – 1926
  • Dindiki – 1927
  • Voyage au Congo – 1927
  • Le retour de Tchad – 1928
  • L'école des femmes – 1929
  • Essai sur Montaigne – 1929
  • Un esprit non prévenu – 1929
  • Robert – 1930
  • La séquestrée de Poitiers – 1930
  • L'affaire Redureau – 1930
  • Œdipe – 1931
  • Perséphone – 1934
  • Les nouvelles nourritures – 1935
  • Geneviève – 1936
  • Retour de l'U. R. S. S. – 1936
  • Retouches â mon retour de l'U. R. S. S. – 1937
  • Notes sur Chopin – 1938
  • Journal 1889–1939 – 1939
  • Découvrons Henri Michaux – 1941
  • Thésée – 1946
  • Le retour – 1946
  • Paul Valéry – 1947
  • Le procès – 1947
  • L'arbitraire – 1947
  • Eloges – 1948
  • Littérature engagée – 1950

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Wallace Fowlie, André Gide: His Life and Art, Macmillan (1965), p. 11
  2. Pierre de Boisdeffre, Vie d'André Gide, 1869-1951: André Gide avant la fondation de la Nouvelle revue française (1869-1909), Hachette (1970), p. 29
  3. Jean Delay, La jeunesse d'André Gide, Gallimard (1956), p. 55