সমললৈ যাওক

আগ্ৰা প্ৰদেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আগ্ৰা প্ৰদেশ (ইংৰাজী: Agra Province) ব্ৰিটিছ ৰাজৰ অন্তিম দশকবোৰৰ, ১৯০৪ চনৰ পৰা ১৯৪৭ চনলৈ ব্ৰিটিছ ভাৰতআগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশৰ এটা অংশ আছিল। ই সংযুক্ত প্ৰদেশ আইন ১, ১৯০৪-ৰ ধাৰা ৪(৪)-ৰ অধীনত সমৰ্পিত আৰু বিজিত প্ৰদেশ আৰু উত্তৰ পশ্চিম প্ৰদেশৰ (১৮৩৬-১৯০২) অনুৰূপ আছিল।[1][2]

লগতে চাওক

[সম্পাদনা কৰক]
  1. Imperial Gazetteer of India (1908), Abāzai to Arcot ("Agra Province"), V, Published under the authority of His Majesty's Secretary of State for India in Council, Oxford at the Clarendon Press, pp. viii, 1 map, 437, pp. 71–72 
  2. Imperial Gazetteer of India (1908), Travancore to Zīra ("United Provinces"), XXIV, Published under the authority of His Majesty's Secretary of State for India in Council, Oxford at the Clarendon Press, pp. vi, 1 map, 437, p. 158 

অধিক জানিবলৈ পঢ়ক

[সম্পাদনা কৰক]
  • Dharma Bhanu, The Province of Agra: its history and administration (Concept Publishing Company, 1979)