আজলিতৰা নেওগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আজলিতৰা নেওগ
জন্ম ৫ ডিচেম্বৰ ১৯১৩
মৃত্যু ১ নৱেম্বৰ, ১৯৪৯
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম আজলিতৰা ৰাজখোৱা
অংশীদাৰ ডিম্বেশ্বৰ নেওগ
সন্তান মানিকী মধুৰী (কেতেকী)
বসন্ত মংগল (চন্দন)
অমিয়া মধুৰী (মলয়া)
সপন মধুৰি (নিজৰা)
জীৱন মধুৰী (জোনাকী)
শৰৎ মংগল (নন্দন)
হেমন্ত মংগল (বন্দন)
পিতৃ-মাতৃ বেণুধৰ ৰাজখোৱা (পিতৃ)
ৰত্নকুমাৰী (মাতৃ)


আজলিতৰা নেওগ (জন্ম: ১৯১৩ -- মৃত্যু: ১৯৪৯) এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৯১৩ চনৰ ৫ ডিচেম্বৰত আজলিতৰা নেওগৰ জন্ম হৈছিল। তেওঁ বেণুধৰ ৰাজখোৱা আৰু ৰত্নকুমাৰীৰ পঞ্চম কন্যা আছিল।[1]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

এখেতৰ ৰচিত শিশু গ্ৰন্থ সমূহ হ'ল: আলিবাবা আৰু দুকুৰি ডকাইত, সিন্দবাদ আৰু সাতোটি জলযাত্ৰা, আলাউদ্দিন আৰু আচৰিত চাকি, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা।[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৩০ চনত ডিম্বেশ্বৰ নেওগৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ মুঠ সাতটা সন্তান (তিনিজন পুত্ৰ আৰু চাৰিগৰাকী জী) আছিল।

মৃত্যু[সম্পাদনা কৰক]

১৯৪৯ চনৰ ১ নৱেম্বৰৰ দিনা কেৱল ৩৫ বছৰ বয়সতে আজলিতৰা নেওগৰ মৃত্যু হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "About Ajaleetora Neog". dimbeswarneog.com. http://dimbeswarneog.com/index.php/articles/ekhon-hridoy-olekh-juwar/4-ajaleetora-neog। আহৰণ কৰা হৈছে: 25 জানুৱাৰী 2014. 
  2. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

বাহ্যিক সংযোগ[সম্পাদনা কৰক]