আমলা ৰুইয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমলা ৰুইয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা উদ্যমী, জল কৰ্মী আৰু শিক্ষাবিদ
জনা যায় আকাৰ দাতব্য ন্যাস আৰু দা গ্ৰাউণ্ড ৰিপোৰ্ট ইণ্ডিয়া

আমলা অশোক ৰুইয়া পৰম্পৰাগত জল সংৰক্ষণ কৌশল প্ৰয়োগৰ বাবে জনাজাত এগৰাকী ভাৰতীয় সমাজ সেৱিকা।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৯৯/২০০০ আৰু ২০০৩ চনত ৰাজস্থানত সৃষ্টি হোৱা ভয়ংকৰ খৰাং পৰিস্থিতিয়ে ৰুইয়াক জল সংৰক্ষণ কৌশল প্ৰয়োগৰ বাবে অনুপ্ৰেৰণা যোগায়।[1][2] তেখেতে গাওঁবাসীক লগত লৈ এই গাওঁসমূহত বান্ধ নিৰ্মাণৰ বাবে “আকাৰ দাতব্য ন্যাস” নামেৰে এখন ন্যাস গঠন কৰে।[3]

ৰাজস্থানৰ মাণ্ডাৱাৰ গাঁৱত ৰুইয়াৰ প্ৰথমটো সফল প্ৰকল্পৰ কাম আৰম্ভ হৈছিল।[1] আকাৰ দাতব্য ন্যাসৰ অধীনত নিৰ্মিত দুটা নিৰীক্ষণ বান্ধৰ সহায়ত কৃষকসকলে বছৰি প্ৰায় ১২০ লাখ টকা পৰ্য্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।[1] ২০১৭ৰ শেষৰফালে, আকাৰ চেৰিটেবল ট্ৰাষ্টে ৰাজস্থানৰ ১১৫ খনতকৈও অধিক গাঁৱত প্ৰায় ২০০ চেক বান্ধ সাজি উলিয়াবলৈ সক্ষম হৈছে।[4][5][6] প্ৰতিটো নিৰীক্ষণ বান্ধৰ নিৰ্মাণ কাৰ্যত প্ৰয়োজনীয় ৬০-৭০% সামগ্ৰী ট্ৰাষ্টে যোগান ধৰিছিল। তদুপৰি ৩০ৰ পৰা৪০% গাওঁবাসীয়ে অনুদান আহবঢ়ায়।[3][4] গাঁৱৰ ছোৱালী সকলে পানী আনিব যোৱা কামৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁলোকে বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰে।[4] ৰুইয়াক “পানী মাতা” বুলি সম্বোধন কৰা হয়।[1][7]

ৰাজস্থানত অভূতপূৰ্ব সফলতাৰ পাছত আমলাই তেওঁৰ কাৰ্যক্ষেত্ৰ মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু ছত্তীছগঢ় দান্তেৱাৰা জিলা আদিলৈ সম্প্ৰসাৰণ কৰিছে। তদুপৰি তেখেতে বিহাৰ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশলৈও কাৰ্যক্ষেত্ৰ বঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

উত্তৰ প্ৰদেশত আমলা ৰুইয়াৰ জন্ম হৈছিল।[8] বৰ্তমান তেখেত মুম্বাইৰ মালৱাৰ হিলত বসবাস কৰে।[9]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "‘Water Mother’ Amla Ruia, transformed over 100 villages of Rajasthan using traditional water harvesting". Vishwa Samvad Kendra. NewsBharati. 18 April 2017. http://vsktelangana.org/water-mother-amla-ruia-transformed-over-100-villages-of-rajasthan-using-traditional-water-harvesting/। আহৰণ কৰা হৈছে: 9 February 2019. 
  2. Jayakumar, P.B. (8 October 2017). "Healing Drought". Business Today (India). https://www.businesstoday.in/magazine/features/amla-ruia-social-entrepreneur-founder-aakar-charitable-trust-social-work-constructed-dams-build-ponds/story/260389.html। আহৰণ কৰা হৈছে: 10 February 2019. 
  3. 3.0 3.1 Dey, Anindo (23 September 2012). "Water idea, sir ji!". The Times of India. Archived from the original on 16 February 2013. https://archive.today/20130216065626/http://articles.timesofindia.indiatimes.com/2012-09-23/special-report/34040130_1_check-dam-villagers-water-body. 
  4. 4.0 4.1 4.2 Peerzeda, Aamir Rafiq (12 September 2017). "Meet India's dam-building grandmother". BBC News. https://www.bbc.com/news/business-42055000। আহৰণ কৰা হৈছে: 9 February 2019. 
  5. Kumar, Pavan Manikanta (5 August 2018). "Meet The Woman Who Rescued 2 Lakh Villagers From Poverty And Tripled Their Revenue In 10 Years". The Logical Indian. https://thelogicalindian.com/my-social-responsibility/amla-woman-rescued-2-lakh-villagers-poverty-tripled-revenue-10-years/। আহৰণ কৰা হৈছে: 9 February 2019. 
  6. "Women of Worth: About the Nominee - Amla Ruia" (en-US ভাষাত). Women Of Worth. 2016-02-11. http://sites.ndtv.com/women-of-worth/nominee-amla-ruia/. 
  7. "One Woman Made 100 Villages in Rajasthan Fertile Using Traditional Water Harvesting Methods" (en-US ভাষাত). The Better India. 2015-12-15. https://www.thebetterindia.com/21899/amla-ruia-check-dams-rajasthan-aakar-charitable-trust/. 
  8. "About the Trust". Aakar Charitable Trust. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304234559/http://aakarcharitabletrust.weebly.com/about-the-trust.html। আহৰণ কৰা হৈছে: 2015-09-18. 
  9. Merchant, Cyrus H. (18 May 2016). "Brightly flows the river". Marwar (India). Archived from the original on 10 February 2019. https://web.archive.org/web/20190210152642/http://www.marwar.com/people/altruism/brightly-flows-the-river.html। আহৰণ কৰা হৈছে: 10 February 2019.