সমললৈ যাওক

আশা বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আশা বৰদলৈ

২০১৫ চনত আশা বৰদলৈ
জন্ম বঢ়মপুৰ, নগাঁও জিলা, অসম
শিক্ষা কলাৰ স্নাতক
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ১৯৯২ৰ পৰা বৰ্তমানলৈ
ৰাজনৈতিক দল ভাৰতীয় জনতা দল

আশা বৰদলৈ ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ কেইবাখনো অসমীয়া চিনেমা আৰু মঞ্চ নাটকত অভিনয় কৰিছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি কথানদীত মালতীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ ওচৰত বেছি পৰিচিত হৈ পৰে।[1][2][3]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

আশা বৰদলৈয়ে অসমৰ নগাঁও জিলাৰ বঢ়মপুৰত জন্মগ্ৰহণ কৰিছিল।

ৰাজনৈতিক কেৰিয়াৰ

[সম্পাদনা কৰক]

বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু বৰ্তমান ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাংস্কৃতিক সমিতিৰ প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[4][5][6]

Yearছবিপৰিচালক
২০০৪ মনত বিৰিণাৰ জুই অশোক কুমাৰ বিষয়া
২০০৯জীৱন বাটৰ লগৰীটিমথী দাস হান্সে
২০১৩দ্বাৰবিদ্যুৎ চক্ৰৱৰ্তী
২০১৫কথানদীভাস্কৰ হাজৰিকা

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Assamese film 'Kothanodi' is a set of grim tales involving infanticide, witchcraft and possession" (en ভাষাত). Scroll. https://scroll.in/article/755641/assamese-film-kothanodi-is-a-set-of-grim-tales-involving-infanticide-witchcraft-and-possession আহৰণ কৰা হৈছে: 16 September 2015.
  2. "And the river flows to tell the tales: Kothanodi" (en ভাষাত). The Hindu. https://www.thehindu.com/features/and-the-river-flows-to-tell-the-tales-kothanodi/article8645138.ece আহৰণ কৰা হৈছে: 25 May 2016.
  3. "Asha Bordoloi-website launched" (en ভাষাত). প্ৰকাশক India: The Telegraph. https://www.telegraphindia.com/north-east/website-launched/cid/321715 আহৰণ কৰা হৈছে: 14 August 2018.
  4. "Assam actor Asha Bordoloi who took part in anti-CAA agitation joins BJP party" (en ভাষাত). The Sentinel. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-actor-asha-bordoloi-who-took-part-in-anti-caa-agitation-joins-bjp-party-495903 আহৰণ কৰা হৈছে: 18 August 2020.
  5. "Actress Asha Bordoloi, Singer Vidyasagar Join BJP" (en ভাষাত). Pratidin Time. https://www.pratidintime.com/actress-asha-bordoloi-singer-vidyasagar-join-bjp/ আহৰণ কৰা হৈছে: 18 August 2020.[সংযোগবিহীন উৎস]
  6. "Assam artistes Vidya Sagar, Asha Bordoloi join BJP" (en ভাষাত). News Live. https://newslivetv.com/assam-artistes-vidya-sagar-asha-bordoloi-join-bjp/ আহৰণ কৰা হৈছে: 18 August 2020.