ইছলামী পৰিভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তলৰ তালিকাখনত আৰৱি ভাষা শব্দৰূপে প্ৰকাশ কৰা, ইছলামী আৰু আৰৱ পৰম্পৰাৰ পৰা আহৰণ কৰা কিছুমান বিশেষ ধাৰণা সন্নিবিষ্ট কৰা হৈছে। এই তালিকাখনৰ মূল উদ্দেশ্য হৈছে বহু বানানৰ দ্বাৰ্থতা দূৰ কৰা, এই ধাৰণাসমূহৰ অব্যৱহৃত বানানসমূহৰ টোকা প্ৰস্তুত কৰা, ধাৰণাসমূহ এটা বা দুটা শাৰীত প্ৰকাশ কৰা, ধাৰণাসমূহৰ সন্ধান সহজলভ্য কৰা আৰু ইছলামৰ সকলো অনন্য ধাৰণা একে ঠাইতে উপলব্ধ কৰা।

আৰৱ সংস্কৃতিৰ ধাৰণা, বা ভাষাটোৰ ধাৰণাৰ পৰা ইছলামী ধাৰণাক পৃথক কৰা সহজসাধ্য নহয়। বহু আৰৱি ধাৰণাৰ এটা আৰৱি নিজস্ব ধাৰণাৰ লগতে এটা ইছলামী ধাৰণাও আছে। এনে এটা উদাহৰণ হৈছে দাৱাহ। অন্য সকলো ভাষাৰ দৰে আৰৱি ভাষাৰ শব্দবোৰৰো শব্দগত অৰ্থ আৰু বিভিন্ন ক্ষেত্ৰত ব্যৱহৃত অৰ্থ ভিন্ন হ'ব পাৰে। ইছলাম শব্দটোৱেই ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ।

আৰৱি লিখোতে ইয়াৰ নিজস্ব বৰ্ণ, চিহ্ন, আৰু লিখন বিধিৰ সৈতে নিজস্ব বৰ্ণমালাৰ দ্বাৰা লিখা হয় যাৰ হুবহু সমানতা অসমীয়া বৰ্ণমালাত পোৱা নাযায় (আৰৱি বৰ্ণমালা চাওক)। এই তালিকাখনত আৰৱি পদ আৰু বাক্যাংশবোৰ লিপ্যান্তৰহে কৰা হৈছে; ব্যত্তিক্ৰম নথকা নহয়।


[সম্পাদনা কৰক]

আব (عبد) (পুৰুষৰ বাবে) আমাহ (أمة) (স্ত্ৰীৰ বাবে)
সেৱক, পূজক, দাস। মুছলমানসকলে নিজকে ইশ্বৰৰ সেৱক আৰু দাস হিচাপে গণ্য কৰে। সাধাৰণ মুছলিম নাম যেনে- আব্দুল্লাঃ (ইশ্বৰৰ সেৱক), আব্দুল-মালিক (ৰজাৰ দাস), আব্দুৰ-ৰহমান (Slave of the most Beneficent), আব্দুছ-ছালাম (শান্তিৰ দাস), আব্দুৰ-ৰহিম (Slave of the Merciful), সকলো আল্লাৰ নামলৈ নিৰ্দেশ কৰা হয়।
আদাব (أدب) 
পৰম্পৰাগত ভাৱে বৰ্ণনা কৰা ভাল আচৰণ, শিষ্টাচাৰ। উদাহৰণ স্বৰূপে, সন্মান প্ৰদৰ্শন কৰা এটা ভাল আদাব। শব্দটো বহুলভাৱে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ প্ৰকৃত অনুবাদ হ'ব "কিবা এটা কৰাৰ প্ৰকৃত আচৰণ," যেনে, আদাব আল কিটাল, বা, "যুদ্ধত কৰিব লগা প্ৰকৃত আচৰণ," (আৰৱীত কিটাল মানে মৰণপন যুদ্ধ) এই ক্ষেত্ৰত "শিষ্টাচাৰ" শব্দটো খাপ নাখায়। আদাবৰ আন এটা গৌণ অৰ্থ হৈছে "সাহিত্য"।
আধান (أذان) 
ছালাট (প্ৰাৰ্থনা) কৰা, কেতিয়াবা বৈকল্পিকভাৱে আজান, আথান আৰু আধান বুলি বানান কৰা হয়।
আদল (عدل) 
ন্যায়, বিশেষকৈ বিতৰণভিত্তিক ন্যায়: সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, পৰিস্থিতিক
AH (هجرية)
Anno Hegirae The Islamic calendar starts counting years starting from the time when Muhammad had to leave Mecca and go to Medina, an event known as the Hijra. The first day of the first Islamic year is 1 Muḥarram 1 (AH) and corresponds to 16 July 622 (CE).
ʾAḥad (أحد)
literally "one." Islamically, ahad means One Alone, unique, none like God. Al-Wahid is one of the names of God.
ʾAḥkām (أحكام)
rulings and orders of the Qu'ran and Sunnah. Five kinds of orders: Wajib, Mustahab, Muharram, Makruh, and Halal. Singular Ḥukm.
ʾAhl al-Bayt (أهل البيت ) 
members of Muhammad's Household. Also known among Shia as the Maʿṣūmūn (معصومون) (infallibles; spiritually pure).
ʾAhl al-Fatrah ( أهل الفترة) 
people who live in ignorance of the teachings of a revealed religion, but according to the "Fitra", the "Natural Religion" innate to human nature as created by God.
ʾAhl al-Kitāb (أهل الكتاب ) 
"People of the Book", or followers of pre-Islamic monotheistic religions with some form of scripture believed to be of divine origin which were mentioned in Quran: Jews, Christians.
ʾĀkhirah (الآخرة) 
hereafter or eternal life
ʾAkhlāq (أخلاق) 
The practice of virtue. Morals.
Al-ʾIkhlāṣ (الإخلاص)- Sincerity 
Genuineness in religious beliefs.
Al-Birr (ّالبر) 
Piety and righteousness and every act of obedience to Allah.
আলামিন (عالمين) 
Literally "worlds", humankind, jinn, angels and all that exists.
Al Hijr (Kaaba)
A semi-circular wall north-west of Kaaba.
ʿalayhi -s-salām (عليه السلام) 
"Peace be upon him" This expression normally follows after naming a prophet (other than Muhammad), or one of the noble Angels (i.e. Jibreel[Gabriel], Mikaeel[Michael], etc.)
আলহামুদুলিল্লাহ (الحمد لله) 
"Praise be to God!" Qur'anic exclamation and also same meaning as hallelujah.
আল্লাঃ (الله)
ইশ্বৰৰ আৰবি নাম।
আল্লাহোম্মা (اللَّهُمَّ) 
"হে ইশ্বৰ।"
আল্লাহো আকবৰ (الله أكبر) 
"আল্লা মহান।" ইছলামী প্ৰকাশ।
আলিম (عالِ) 
জ্ঞানী। অধ্যাপক (যিকোনো জ্ঞান ক্ষেত্ৰৰ); বিজ্ঞানী (যি বিজ্ঞান জানে) বা ধৰ্মগুৰু (যি ধৰ্মৰ বিষয়ে জানে); জাপানী চেনছেই, "শিক্ষক" শব্দৰ সৈতে একে।
আমানাহ (أمان) 
বিশ্বাস। সকলো সৃষ্টিৰ ভিতৰত কেৱল মানুহ আৰু জিনবোৰেহে মুক্ত ইচ্ছাৰে "বিশ্বাস" কঢ়িয়াই নিব পাৰে।

টোকা[সম্পাদনা কৰক]

  • Arabic words are created from three-letter "roots" which convey a basic idea. For example, k-t-b conveys the idea of writing. Addition of other letters before, between, and after the root letters produces many associated words: not only "write" but also "book", "office", "library", and "author". The abstract consonantal root for Islam is s-l-m.
  • Some Islamic concepts are usually referred to in Persian or Turkic. Those are typically of later origin than the concepts listed here; for completeness it may be best to list Persian terms and those unique to Shi'a on their own page, likewise Turkic terms and those unique to the Ottoman period on their own page, as these are culturally very distinct.
  • The word "crusade" in English is usually translated in Arabic as "ḥamlah ṣalībīyah" which means literally "campaign of Cross-holders" (or close to that meaning). In Arabic text it is "حملة صليبية" and the second word comes from "ṣalīb" which means "cross."
  • The verses in the Qur'an that Christians usually refer to as jihād verses have the phrase "Qitāl fī sabīl allāh" (fighting for the sake of Allah).

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

অধিক পঢ়ক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]