খ্ৰীষ্টধৰ্ম
| খ্ৰীষ্টধৰ্ম | |
|---|---|
| |
| শ্ৰেণীবিভাজন | আব্ৰাহামিক |
| শাস্ত্ৰ | বাইবেল |
| ধৰ্মতত্ত্ব | একেশ্বৰবাদ |
| নেতৃত্ব | খ্ৰীষ্টধৰ্মৰ নেতাসকল; বিশ্ব মণ্ডলী পৰিষদে বিভিন্ন উপদলক প্ৰতিনিধিত্ব কৰে |
| মণ্ডলী আৰু সম্প্ৰদায়সমূহ |
খ্ৰীষ্টান উপদলসমূহৰ তালিকা |
| অঞ্চল | আমেৰিকা,[1] ইউৰোপ,[1] উপ-চাহাৰীয় আফ্ৰিকা,[1] ওচেনিয়া,[1] আৰু বিশ্বজুৰি[1] |
| ভাষা | বিব্লীয় ইব্ৰীয়,[2] বিব্লীয় অৰামীয়, ক'ইনে গ্ৰীক,[3] চ্যুৰীয়,[4] মণ্ডলীয় স্লাৱনিক[5] আৰু স্থানীয় ভাষাসমূহ |
| মুখ্য কাৰ্যালয় | ৰোম,[6] কনষ্টাণ্টিনোপল,[6] আলেক্সান্দ্ৰিয়া,[6] আন্তিয়খিয়া,[6] যিৰূচালেম[6] আৰু অন্যান্য |
| Founder | যীচু (পৱিত্ৰ পৰম্পৰামতে)[7] |
| Origin | ১ম শতিকা যিহূদিয়া, ৰোমান সাম্ৰাজ্য[8][9] |
| বিচ্ছেদ্য | দ্বিতীয় মন্দিৰ ইহুদী ধৰ্ম |
| সদস্য | ২.৪ বিলিয়ন+[10] |
| Ministers | পৰিচাৰক, প্ৰাচীন, পাদ্ৰী, বিশ্বপ, প্ৰচাৰক, পাস্তৰ, প্ৰেছব্যুতেৰ, মন্ত্ৰী, পোপ |
| Other name(s) | শিষ্য,[11] খ্ৰীষ্টৰ অনুগামী,[12] নাচৰাতী,[13] পথ[11] |
| যিশু খ্ৰীষ্টান |
|---|
| কুমাৰীগৰ্ভত জন্ম • ক্ৰুছবিদ্ধকৰণ • পুনৰুত্থান • ইস্টাৰ • খ্ৰীষ্টান দৃষ্টিভঙ্গিত যিশু |
| প্ৰতিষ্ঠান |
| খ্ৰীষ্টমণ্ডলী • নিউ কনভেন্ট • বিশ্বাস • শিষ্যমণ্ডলী • স্বৰ্গৰাজ্য • সুসম আচাৰ |
| বাইবেল |
| পুৰাতন নিয়ম • নতুন নিয়ম • পুস্তকাৱলী • শাস্ত্ৰ • অপ্ৰামাণিক পুস্তকাৱলী |
| ধৰ্মতত্ত্ব |
| মুক্তি • দীক্ষা • ত্ৰিমূৰ্তি • পিতা • পুত্ৰ • পবিত্ৰ আত্মা • ধৰ্মতত্ত্বৰ ইতিহাস • খ্ৰীষ্টান তত্ত্ব • ক্ষমাতত্ত্ব • শেষ-বিচাৰ তত্ত্ব |
| ইতিহাস আৰু প্ৰথাসমূহ |
| কালৰেখা • মেৰী • পিতৰ • পৌল • প্ৰাচীন • কনস্ট্যানটাইন • সন্মিলন • মিশ্যন • জন ক্ৰিছোস্টম • পূৱ-পশ্চিম বিভাজন • ক্ৰুছেড • সংস্কাৰ আন্দোলন • প্ৰতি-সংস্কাৰ |
| সাধাৰণ বিষয় |
| প্ৰচাৰ • প্ৰাৰ্থনা • খ্ৰীষ্টীয় ঐক্যবাদ • অন্যান্য ধৰ্মৰ লগত সম্পৰ্ক • খ্ৰীষ্টান আন্দোলন • সংগীত • সাধাৰণ প্ৰাৰ্থনাবিধি • বৰ্ষপঞ্জি • খ্ৰীষ্টীয় প্ৰতীকতত্ত্ব • খ্ৰীষ্টীয় শিল্পকলা • সমালোচনা |
খ্ৰীষ্টধৰ্ম (গ্ৰীক: Χριστιανισμός; হিব্ৰু: נצרות; আৰবী: المسيحية; সাঁচ:Lang-arc) হৈছে এক অবা্ৰহামীয় একেশ্বৰবাদী ধৰ্ম, যি নাচৰতীয়া যীচুৰ জীৱন আৰু শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত। অনুগামীৰ সংখ্যা অনুসৰি ই পৃথিৱীৰ বৃহত্তম ধৰ্ম; ইয়াৰ অনুগামীৰ সংখ্যা প্ৰায় ২৫০ কোটি।[14] ইয়াৰ অনুগামীসকল—যিসকল খ্ৰীষ্টান হিচাপে পৰিচিত—১৫৭খন দেশ আৰু অঞ্চলৰ সংখ্যাগুৰু জনগোষ্ঠী,[15] আৰু তেওঁলোকে বিশ্বাস কৰে যে যীচু হৈছে ঈশ্বৰৰ পুত্ৰ, যাৰ মচীহ বা খ্ৰীষ্ট হিচাপে আগমনৰ বিষয়ে ইব্ৰীয় বাইবেল বা পুৰণি নিয়মত ভৱিষ্যদ্বাণী কৰা হৈছিল আৰু নতুন নিয়মত সেয়া বৰ্ণনা কৰা হৈছে।[16]
খ্ৰীষ্টধৰ্ম সাংস্কৃতিকভাবে ইয়াৰ পাশ্চাত্য আৰু প্ৰাচ্য শাখাৰ মাজত আৰু পৰিত্ৰাণৰ প্ৰকৃতি আৰু প্ৰতিপাদন, যাজকাভিষেক, মণ্ডলীতত্ত্ব আৰু খ্ৰীষ্টতত্ত্ব বিষয়ক মতাদৰ্শত বৈচিত্ৰ্যময়। খ্ৰীষ্টানসকলৰ সাধাৰণ ধৰ্মমত অনুসৰি যীচু হৈছে ঈশ্বৰৰ পুত্ৰ আৰু পুত্ৰ ঈশ্বৰৰ অৱতাৰ—মাংসত মূৰ্তিমান বাক্য—যি পৰিচৰ্যা কাৰ্য কৰিছিল, আন্তৰিক যাতনা ভোগ কৰিছিল আৰু ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত মানৱজাতিৰ পৰিত্ৰাণৰ বাবে মৃতসকলৰ মাজৰ পৰা পুনৰুত্থিত হৈছিল, যাক বাইবেলত শুভবাৰ্তা বুলি অভিহিত কৰা হয়। সাধু মথি, মাৰ্ক, লূক আৰু যোহনে লিখা চাৰিখন ধৰ্মসন্মত শুভবাৰ্তাৰ পাশাপাশি ইয়াৰ পটভূমি হিচাপে ইহুদী পুৰণি নিয়ম হ’ল যীচুৰ জীৱন আৰু শিক্ষাৰ বিৱৰণী।
খ্ৰীষ্টীয় ১ম শতিকাত ৰোমান সাম্ৰাজ্যৰ যিহূদিয়া প্ৰদেশত এক দ্বিতীয় মন্দিৰভিত্তিক ইহুদী উপদল হিচাপে খ্ৰীষ্টধৰ্মই যাত্ৰা আৰম্ভ কৰে। প্ৰাৰম্ভিক নিৰ্যাতন সত্ত্বেও যীচুৰ পাঁচনিসকল আৰু তেওঁলোকৰ অনুগামীসকল ল্যৱঁ, ইউৰোপ, আনাত'লিয়া, মিচপতামিয়া, আন্তঃযৰ্দন, মিছৰ আৰু ইথিঅ'পিয়াত বিয়পি পৰে। ই দ্ৰুতভাৱে পৰজাতীয় ঈশ্বৰভীতাসকলক আকৰ্ষণ কৰে, যিয়ে ইয়াক ইহুদী ৰীতি-নীতিৰ পৰা পৃথক পথলৈ পৰিচালিত কৰে। ৭০ খ্ৰীষ্টাব্দত যিৰূচালেমৰ পতনৰ পিছত দ্বিতীয় মন্দিৰভিত্তিক ইহুদী ধৰ্মৰ অৱসান ঘটে আৰু খ্ৰীষ্টধৰ্ম ক্ৰমান্বয়ে ইহুদী ধৰ্মৰ পৰা বিচ্ছিন্ন হৈ পৰে। সম্ৰাট মহান কনষ্টেনটাইনে মিলান ফৰমান (৩১৩ খ্ৰী.) জাৰি কৰাৰ মাধ্যমে ৰোমান সাম্ৰাজ্যত খ্ৰীষ্টধৰ্মক বৈধতা প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেওঁ নিকাইয়াৰ প্ৰথম পৰিষদ (৩২৫ খ্ৰী.) আহ্বান কৰে, য’ত প্ৰাৰম্ভিক খ্ৰীষ্টধৰ্মক সংহত কৰা হয় যি ৰোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰীয় মণ্ডলী (৩৮০ খ্ৰী.) লৈ পৰিণত হয়। প্ৰধান বিচ্ছেদসমূহৰ পূৰ্বে খ্ৰীষ্টধৰ্মৰ সংযুক্ত মণ্ডলীৰ ইতিহাসক প্ৰায়ে "মহামণ্ডলী" বুলি অভিহিত কৰা হয় (যদিও তৎকালে প্ৰচলিত মতৰ বিৰোধী ৰহস্যবাদী খ্ৰীষ্টান আৰু ইহুদী খ্ৰীষ্টানসকলৰ অস্তিত্ব আছিল)। খ্ৰীষ্টতত্ত্বক কেন্দ্ৰ কৰি ইফিচৰ পৰিষদৰ (৪৩১ খ্ৰী.) পিছত পূৰ্ব মণ্ডলী আৰু চেলচিডনৰ পৰিষদৰ (৪৫১ খ্ৰী.) প্ৰাচ্যদেশীয় অৰ্থডক্স মণ্ডলী বিচ্ছিন্ন হৈ পৰে।[17] আনহাতে ৰোমৰ বিশ্বপৰ কৰ্তৃত্বক কেন্দ্ৰ কৰি প্ৰাচ্য অৰ্থডক্স মণ্ডলী আৰু কেথলিক মণ্ডলীৰ মাজত মহাবিচ্ছেদ (১০৫৪ খ্ৰী.) ঘটে। ধৰ্মতাত্বিক আৰু মণ্ডলীতাত্ত্বিক বিতৰ্কক (মুখ্যতঃ আত্মপক্ষ সমৰ্থন আৰু পোপীয় আধিপত্য) কেন্দ্ৰ কৰি সংস্কাৰ যুগত (১৬শ শতিকা) প্ৰটেষ্টাণ্ট মণ্ডলী পূৰ্ব কেথলিক মণ্ডলীত সমূহৰ পৰা বিচ্ছিন্ন হৈ অসংখ্য উপদলত বিভক্ত হৈ পৰে। পাশ্চাত্য সভ্যতাৰ বিকাশত, বিশেষকৈ ইউৰোপত প্ৰাচীন যুগৰ শেষভাগৰ পৰা মধ্যযুগলৈ, খ্ৰীষ্টধৰ্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[18][19][20][21][22] আৱিষ্কাৰৰ যুগৰ (১৫শ–১৭শ শতিকা) পিছত প্ৰচাৰাভিযানৰ মাধ্যমে খ্ৰীষ্টধৰ্ম দুয়োখন আমেৰিকা, ওচেনিয়া, উপ-চাহাৰীয় আফ্ৰিকা আৰু বিশ্বৰ আন স্থানতো বিয়পি পৰে।[23][24][25]
খ্ৰীষ্টধৰ্মৰ চাৰিটা বৃহত্তম শাখা হৈছে কেথলিক মণ্ডলী (১৩০ কোটি/৫০.১%), প্ৰটেষ্টাণ্ট মণ্ডলী (৯২ কোটি/৩৬.৭%), অৰ্থডক্স মণ্ডলী (২৩ কোটি) আৰু প্ৰাচ্য অৰ্থডক্স মণ্ডলী (৬ কোটি ২০ লাখ/১১.৯%),[26][27] যাৰ মাজত ঐক্যৰ (বিশ্বব্যাপীবাদ) বিভিন্ন প্ৰচেষ্টা অব্যাহত আছে।[28] প্ৰতিষ্ঠানগতভাৱে পাশ্চাত্যত খ্ৰীষ্টধৰ্মৰ অনুগামীৰ সংখ্যা শেহতীয়াকৈ হ্ৰাস পালেও ই এতিয়াও অঞ্চলটোৰ আটাইতকৈ প্ৰভাৱশালী ধৰ্ম, য’ত প্ৰায় ৭০% জনসাধাৰণে নিজকে খ্ৰীষ্টান বুলি চিনাক্ত কৰে।[1] বিশ্বৰ আটাইতকৈ জনবহুল মহাদেশ আফ্ৰিকা আৰু এছিয়াত খ্ৰীষ্টানসকলৰ সংখ্যা বৃদ্ধি পাইছে।[1] কিছু প্ৰতিবেদন অনুসৰি পৃথিৱীৰ কিছু অঞ্চলত, বিশেষকৈ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, পূৰ্ব এছিয়া আৰু দক্ষিণ এছিয়াত খ্ৰীষ্টান ধৰ্মালম্বীসকলৰ এক গুৰুত্বপূৰ্ণ অংশ নিৰ্যাতনৰ স্বীকাৰ হৈছে।[29][30][31]
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- General references
- American Heritage Dictionary of the English Language, Houghton Mifflin Company (2006).
- Catechism of the Catholic Church.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Columbia Electronic Encyclopedia.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Encyclopedia of Religion.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- New Dictionary of Cultural Literacy.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- editors, Sinclair B. Ferguson, David F. Wright; consulting editor, J.I. Packer. (1988). Ferguson, Sinclair; Wright, David. eds. New Dictionary of Theology. consulting ed. Packer, James. প্ৰকাশক Leicester: Inter-Varsity Press. ISBN 0851106366. https://archive.org/details/newdictionaryoft0000unse_s2k2.
- Barrett, David; Kurian, Tom and others. (ed.). World Christian Encyclopedia. Oxford University Press (2001).
- Monographies and articles
- Ahlstrom, Sydney E. [স্পষ্টীকৰণৰ প্ৰয়োজন]
- Albright, William F. From the Stone Age to Christianity.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Alexander, T. Desmond. New Dictionary of Biblical Theology.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Anidjar, 2001.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Bahnsen, Greg. A Reformed Confession Regarding Hermeneutics (article 6) Archived 2014-12-04 at the Wayback Machine.
- Martin Luther, Augustinian.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Ball, Bryan; Johnsson, William (ed.). The Essential Jesus. Pacific Press (2002). ISBN 0-8163-1929-4.
- Barry, John F. One Faith, One Lord: A Study of Basic Catholic Belief. William H. Sadlier (2001). ISBN 0-8215-2207-8
- Bettenson, Henry (ed.). Documents of the Christian Church. Oxford University Press (1943).
- Bokenkotter, Thomas. A Concise History of the Catholic Church . Doubleday (2004). ISBN 0-385-50584-1
- Bruce, F.F. The Canon of Scripture.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Chambers, Mortimer; Crew, Herlihy, Rabb, Woloch. The Western Experience. Volume II: The Early Modern Period. Alfred A. Knopf (1974). ISBN 0-394-31734-3.
- Coffey, John. Persecution and Toleration in Protestant England 1558–1689. Pearson Education (2000).
- Cross, F. L.; Livingstone, E. A. (ed.). The Oxford Dictionary of the Christian Church. Oxford University Press (1997). ISBN 0-19-211655-X.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Deppermann, Klaus. Melchior Hoffman: Social Unrest and Apocalyptic Vision in the Age of Reformation. ISBN 0-567-08654-2.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Dilasser, Maurice. The Symbols of the Church. Collegeville, MN: Liturgical Press (1999). ISBN 0-8146-2538-X
- Duffy, Eamon. Saints and Sinners, a History of the Popes. Yale University Press (1997). ISBN 0-300-07332-1
- Elwell, Walter A.; Comfort, Philip Wesley. Tyndale Bible Dictionary, Tyndale House Publishers (2001). ISBN 0-8423-7089-7.
- Esler, Phillip F. The Early Christian World. Routledge (2004).
- Farrar, F.W. Mercy and Judgment. A Few Last Words On Christian Eschatology With Reference to Dr. Pusey's, "What Is Of Faith?". Macmillan, London/New York (1904).
- Foutz, Scott. Martin Luther and Scripture Archived 2000-04-14 at the Wayback Machine Martin Luther and Scripture.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Fowler, Jeaneane D. World Religions: An Introduction for Students, Sussex Academic Press (1997). ISBN 1-898723-48-6.
- Fuller, Reginald H. The Foundations of New Testament Christology Scribners (1965). ISBN 0-684-15532-X.
- Froehle, Bryan; Gautier, Mary, Global Catholicism, Portrait of a World Church, Orbis books; Center for Applied Research in the Apostolate, Georgetown University (2003) ISBN=157075375x
- Funk, Robert. The Acts of Jesus: What Did Jesus Really Do?. Polebridge Press (1998). ISBN 0-06-062978-9.
- Glenny, W. Edward. Typology: A Summary Of The Present Evangelical Discussion.
- Gonzalez, Justo L. The Story of Christianity: The Early Church to the Dawn of the Reformation, Harper Collins Publishers, New York (1984).
- Hanegraaff, Hank. Resurrection: The Capstone in the Arch of Christianity. Thomas Nelson (2000). ISBN 0-8499-1643-7.
- Harnack, Adolf von. History of Dogma (1894).[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Hickman, Hoyt L. and others. Handbook of the Christian Year. Abingdon Press (1986). ISBN 0-687-16575-X
- Hinnells, John R. The Routledge Companion to the Study of Religion (2005).[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Hitchcock, Susan Tyler. Geography of Religion. National Geographic Society (2004) ISBN 0-7922-7313-3
- Kelly, J.N.D. Early Christian Doctrines.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Kelly, J.N.D. The Athanasian Creed. Harper & Row, New York (1964).
- Kirsch, Jonathan. God Against the Gods.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Kreeft, Peter. Catholic Christianity. Ignatius Press (2001) ISBN 0-89870-798-6
- Letham, Robert. The Holy Trinity in Scripture, History, Theology, and Worship. P & R Publishing (2005). ISBN 0-87552-000-6.
- Lorenzen, Thorwald. Resurrection, Discipleship, Justice: Affirming the Resurrection Jesus Christ Today. Smyth & Helwys (2003). ISBN 1-57312-399-4.
- McLaughlin, R. Emmet, Caspar Schwenckfeld, reluctant radical: his life to 1540, New Haven: Yale University Press (1986). ISBN 0-300-03367-2.
- MacCulloch, Diarmaid, The Reformation: A History. Viking Adult (2004).
- MacCulloch, Diarmaid, A History of Christianity: The First Three Thousand Years. London, Allen Lane. 2009. ISBN 978-0-7139-9869-6
- Marber, Peter. Money Changes Everything: How Global Prosperity Is Reshaping Our Needs, Values and Lifestyles. FT Press (2003). ISBN 0-13-065480-9
- Marthaler, Berard. Introducing the Catechism of the Catholic Church, Traditional Themes and Contemporary Issues. Paulist Press (1994). ISBN 0-8091-3495-0
- Mathison, Keith. The Shape of Sola Scriptura (2001).[স্পষ্টীকৰণৰ প্ৰয়োজন]
- McClintock, John, Cyclopaedia of Biblical, Theological, and Ecclesiastical Literature. Harper &Brothers, original from Harvard University (1889)
- McGrath, Alister E. Christianity: An Introduction. Blackwell Publishing (2006). ISBN 1-4051-0899-1.
- McGrath, Alister E. Historical Theology.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- McManners, John. Oxford Illustrated History of Christianity. Oxford University Press (1990). ISBN 0-19-822928-3.
- Meconi, David Vincent. "Pagan Monotheism in Late Antiquity", in: Journal of Early Christian Studies.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Metzger, Bruce M., Michael Coogan (ed.). Oxford Companion to the Bible. Oxford University Press (1993). ISBN 0-19-504645-5.
- Mullin, Robert Bruce. A short world history of Christianity. Westminster John Knox Press (2008).
- Norman, Edward. The Roman Catholic Church, An Illustrated History. University of California (2007) ISBN 978-0-520-25251-6
- Olson, Roger E., The Mosaic of Christian Belief. InterVarsity Press (2002). ISBN 978-0-8308-2695-7.
- Orlandis, Jose, A Short History of the Catholic Church. Scepter Publishers (1993) ISBN 1-85182-125-2
- Ott, Ludwig. Grundriß der Dogmatik. Herder, Freiburg (1965).[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Pelikan, Jaroslav; Hotchkiss, Valerie (ed.) Creeds and Confessions of Faith in the Christian Tradition. Yale University Press (2003). ISBN 0-300-09389-6.
- Putnam, Robert D. Democracies in Flux: The Evolution of Social Capital in Contemporary Society. Oxford University Press (2002).
- Riley-Smith, Jonathan. The Oxford History of the Crusades. New York: Oxford University Press, (1999).
- Robinson, George. Essential Judaism: A Complete Guide to Beliefs, Customs and Rituals. New York: Pocket Books (2000).
- Schama, Simon . A History of Britain. Hyperion (2000). ISBN 0-7868-6675-6.
- Servetus, Michael. Restoration of Christianity. Lewiston, New York: Edwin Mellen Press (2007).
- Simon, Edith. Great Ages of Man: The Reformation. Time-Life Books (1966). ISBN 0-662-27820-8.
- Smith, J.Z. (1998).[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Spitz, Lewis. The Protestant Reformation. Concordia Publishing House (2003). ISBN 0-570-03320-9.
- Sproul, R.C. Knowing Scripture.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Spurgeon, Charles. A Defense of Calvinism Archived 2008-04-10 at the Wayback Machine.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Sykes, Stephen; Booty, John; Knight, Jonathan. The Study of Anglicanism. Augsburg Fortress Publishers (1998). ISBN 0-8006-3151-X.
- Talbott, Thomas. Three Pictures of God in Western Theology" (1995).[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Ustorf, Werner. "A missiological postscript", in: McLeod, Hugh; Ustorf, Werner (ed.). The Decline of Christendom in Western Europe, 1750–2000. Cambridge University Press (2003).
- White, Howard A. The History of the Church Archived 2013-05-10 at the Wayback Machine.[স্পষ্টীকৰণৰ প্ৰয়োজন]
- Woodhead, Linda. An Introduction to Christianity.[স্পষ্টীকৰণৰ প্ৰয়োজন]
অধিক তথ্য
[সম্পাদনা কৰক]- Gill, Robin (2001). The Cambridge companion to Christian ethics. প্ৰকাশক Cambridge, UK: Cambridge University Press. ISBN 0521779189. https://archive.org/details/cambridgecom_xxxx_2001_000_6685357। আহৰণ কৰা হৈছে: 2008-01-03.
- Gunton, Colin E. (1997). The Cambridge companion to Christian doctrine. প্ৰকাশক Cambridge, UK: Cambridge University Press. ISBN 0-521-47695-X. https://archive.org/details/cambridgecom_xxxx_1997_000_6738321। আহৰণ কৰা হৈছে: 2008-01-03.
- MacCulloch, Diarmaid. Christianity: The First Three Thousand Years (Viking; 2010) 1,161 pages; survey by leading historian
- MacMullen, Ramsay (2006). Voting About God in Early Church Councils. প্ৰকাশক New Haven, CT: Yale University Press. ISBN 0300115962. https://archive.org/details/votingaboutgodin0000macm। আহৰণ কৰা হৈছে: 2008-01-03.
- Padgett, Alan G.; Sally Bruyneel (2003). Introducing Christianity. প্ৰকাশক Maryknoll, N.Y.: Orbis Books. ISBN 1570753954.
- Price, Matthew Arlen; Collins, Michael (1999). The story of Christianity. প্ৰকাশক New York: Dorling Kindersley. ISBN 0-7513-0467-0. https://archive.org/details/storyofchristian0000coll.
- Ratzinger, Joseph (2004). Introduction To Christianity (Communio Books). প্ৰকাশক San Francisco: Ignatius Press. ISBN 1586170295. https://archive.org/details/introductiontoch0000bene_v8m7। আহৰণ কৰা হৈছে: 2008-01-03.
- Tucker, Karen; Wainwright, Geoffrey (2006). The Oxford history of Christian worship. প্ৰকাশক Oxford [Oxfordshire]: Oxford University Press. ISBN 0-19-513886-4.
- Wagner, Richard (2004). Christianity for Dummies. For Dummies. ISBN 0764544829. https://archive.org/details/christianityford0000wagn। আহৰণ কৰা হৈছে: 2008-01-03.
- Webb, Jeffrey B. (2004). The Complete Idiot's Guide to Christianity. প্ৰকাশক Indianapolis, Ind: Alpha Books. ISBN 159257176X. https://archive.org/details/completeidiotsgu0000webb_i4x8। আহৰণ কৰা হৈছে: 2008-01-03.
- Woodhead, Linda (2004). Christianity: a very short introduction. প্ৰকাশক Oxford [Oxfordshire]: Oxford University Press. ISBN 0192803220.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- "Christianity". Encyclopædia Britannica Online.
- "BBC—Religion & Ethics—Christianity". British Broadcasting Corporation. http://www.bbc.co.uk/religion/religions/christianity/index.shtml। আহৰণ কৰা হৈছে: 2008-01-03. A number of introductory articles on Christianity.
- "CBC Montreal—Religion—Christianity". Canadian Broadcasting Corporation. Archived from the original on 2005-02-26. http://www.cbc.ca/montreal/features/religion/christianity.html। আহৰণ কৰা হৈছে: 2008-01-03. An overview of Christianity.
- "Netzarim". - Click at 'History Museum' in the left menu. http://www.netzarim.co.il। আহৰণ কৰা হৈছে: 2008-10-21. The origin of Christianity
- Adena, L. The 'Jesus Cult' and the Roman State in the Third Century Archived 2015-01-04 at the Wayback Machine, Clio History Journal, 2008.
- 1 2 3 4 5 6 7 NW, 1615 L. St; Washington, Suite 800; Inquiries, DC 20036 USA202-419-4300 | Main202-419-4349 | Fax202-419-4372 | Media (2011-12-19). "The Size and Distribution of the World’s Christian Population" (en-US ভাষাত). Pew Research Center's Religion & Public Life Project. https://www.pewforum.org/2011/12/19/global-christianity-exec/। আহৰণ কৰা হৈছে: 2022-01-24.
- ↑ Cross, Frank Leslie; Livingstone, Elizabeth A. (2005) (en ভাষাত). The Oxford Dictionary of the Christian Church. Oxford University Press. পৃষ্ঠা. 961. ISBN 978-0-19-280290-3. OCLC 58998735. https://books.google.com/books?id=fUqcAQAAQBAJ.
- ↑ Christidis, A.-F.; Christidēs, A.-Ph; Arapopoulou, Maria; Χρίτη, Μαρία; Chrite, Maria (2007-01-11) (en ভাষাত). A History of Ancient Greek: From the Beginnings to Late Antiquity. Cambridge University Press. পৃষ্ঠা. 436. ISBN 978-0-521-83307-3. https://books.google.co.in/books?id=WJbd0m6YaFkC.
- ↑ Brock, Sebastian P. (1992b). Studies in Syriac Christianity: History, Literature, and Theology. প্ৰকাশক Aldershot: Variorum. ISBN 978-0-86078-305-3. https://books.google.com/books?id=Hp_YAAAAMAAJ.
- ↑ Florin Curta (2006). Southeastern Europe in the Middle Ages, 500–1250. Cambridge Medieval Textbooks. Cambridge University Press. পৃষ্ঠা. 221–222. ISBN 978-0-521-81539-0. https://books.google.com/books?id=YIAYMNOOe0YC&q=Cyrillic+preslav&pg=PR1.
- 1 2 3 4 5 "Pentarchy". Encyclopædia Britannica. Retrieved 14 February 2010.
The proposed government of universal Christendom by five patriarchal sees under the auspices of a single universal empire. Formulated in the legislation of the emperor Justinian I (527–65), especially in his Novella 131, the theory received formal ecclesiastical sanction at the Council in Trullo (692), which ranked the five sees as Rome, Constantinople, Alexandria, Antioch, and Jerusalem.
- ↑ Ehrman, Bart D. (2014). How Jesus Became God: The Exaltation of a Jewish Preacher from Galilee. HarperOne. ISBN 978-0-06-177818-6. https://archive.org/details/howjesusbecamego0000ehrm.
- ↑ Stanford, Peter. "Roman Catholic Church". BBCBBC Religions. http://www.bbc.co.uk/religion/religions/christianity/catholic/catholic_1.shtml#top। আহৰণ কৰা হৈছে: 1 February 2017.
- ↑ Bokenkotter, 2004, p. 18
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "gordonconwell.edu" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - 1 2 Rayburn, Robert S. (2001). "Christians, Names Of". Evangelical Dictionary of Theology. পৃষ্ঠা. 234. https://books.google.com/books?id=yu846j61u0wC&pg=PA234.
- ↑ Hutchinson, Mark; Wolffe, John (2012). "Localism and Transnationality: 1970s to 2010". A Short History of Global Evangelicalism. Cambridge University Press. পৃষ্ঠা. 269. https://books.google.com/books?id=rz8K0h_d8RQC&pg=PA269.
- ↑ Stephen Goranson, "Nazarenes," Anchor Bible Dictionary, 4: 1049-1050; James F. Strange, "Nazareth," Anchor Bible Dictionary, 4: 1050-1,051
- ↑ "World's largest religion by population is still Christianity" (en-US ভাষাত). Countrymeters. https://countrymeters.info/en/World#religion। আহৰণ কৰা হৈছে: 1 January 2020.
- ↑ The Pew Forum on Religion and Public Life. December 2012. "The Global Religious Landscape: A Report on the Size and Distribution of the World's Major Religious Groups as of 2010." DC: Pew Research Center. Article.
- ↑ Woodhead 2004, পৃষ্ঠা n.p
- ↑ S. T. Kimbrough, ed (2005). Orthodox and Wesleyan Scriptural understanding and practice. St Vladimir's Seminary Press. ISBN 978-0-88141-301-4. https://books.google.com/books?id=q-vhwjamOioC&pg=PA23&dq=anagignoskomena#v=onepage&q=anagignoskomena.
- ↑ Religions in Global Society. p. 146, Peter Beyer, 2006
- ↑ Cambridge University Historical Series, An Essay on Western Civilization in Its Economic Aspects, p. 40: Hebraism, like Hellenism, has been an all-important factor in the development of Western Civilization; Judaism, as the precursor of Christianity, has indirectly had had much to do with shaping the ideals and morality of western nations since the christian era.
- ↑ Caltron J.H Hayas, Christianity and Western Civilization (1953), Stanford University Press, p. 2: "That certain distinctive features of our Western civilization—the civilization of western Europe and of America—have been shaped chiefly by Judaeo – Graeco – Christianity, Catholic and Protestant."
- ↑ Horst Hutter, University of New York, Shaping the Future: Nietzsche's New Regime of the Soul And Its Ascetic Practices (2004), p. 111: three mighty founders of Western culture, namely Socrates, Jesus, and Plato.
- ↑ Fred Reinhard Dallmayr, Dialogue Among Civilizations: Some Exemplary Voices (2004), p. 22: Western civilization is also sometimes described as "Christian" or "Judaeo- Christian" civilization.
- ↑ Muslim-Christian Relations. Amsterdam University Press. 2006. ISBN 978-90-5356-938-2. https://books.google.com/books?id=g2AtOlJMPTUC&pg=PA52। আহৰণ কৰা হৈছে: 18 October 2007. "The enthusiasm for evangelization among the Christians was also accompanied by the awareness that the most immediate problem to solve was how to serve the huge number of new converts. Simatupang said, if the number of the Christians were double or triple, then the number of the ministers should also be doubled or tripled and the tole of the laity should be maximized and Christian service to society through schools, universities, hospitals and orphanages, should be increased. In addition, for him the Christian mission should be involved in the struggle for justice amid the process of modernization."
- ↑ Fred Kammer (1 May 2004). Doing Faith Justice. Paulist Press. পৃষ্ঠা. 77. ISBN 978-0-8091-4227-9. https://books.google.com/?id=WmuV6g0yR3sC&pg=PA77। আহৰণ কৰা হৈছে: 18 October 2007. "Theologians, bishops, and preachers urged the Christian community to be as compassionate as their God was, reiterating that creation was for all of humanity. They also accepted and developed the identification of Christ with the poor and the requisite Christian duty to the poor. Religious congregations and individual charismatic leaders promoted the development of a number of helping institutions-hospitals, hospices for pilgrims, orphanages, shelters for unwed mothers-that laid the foundation for the modern "large network of hospitals, orphanages and schools, to serve the poor and society at large.""
- ↑ Christian Church Women: Shapers of a Movement. Chalice Press. March 1994. ISBN 978-0-8272-0463-8. https://books.google.com/books?id=dz_EM2ofIb4C&pg=PA132। আহৰণ কৰা হৈছে: 18 October 2007. "In the central provinces of India they established schools, orphanages, hospitals, and churches, and spread the gospel message in zenanas."
- ↑ "Christian Traditions". Pew Research Center's Religion & Public Life Project. 19 December 2011. https://www.pewforum.org/2011/12/19/global-christianity-traditions/. "About half of all Christians worldwide are Catholic (50%), while more than a third are Protestant (37%). Orthodox communions comprise 12% of the world’s Christians.".
- ↑ "Status of Global Christianity, 2019, in the Context of 1900–2050". Center for the Study of Global Christianity. https://www.gordonconwell.edu/wp-content/uploads/sites/13/2019/04/StatusofGlobalChristianity20191.pdf?__cf_chl_jschl_tk__=dbc877fea75b25fc6737b0fd6bd1d6bd5d4e0119-1589502882-0-AWKZpJ8Cde9iLLQo_A-22M_6Yx_NzYkoJXkWheGxqt79XJKGAsGe9toy2d0WPGwhF-35Z5iB65LQsTW3m1PdGbFd6Pz1FN8-LTUPA-7p3VA9qU1sUJgKAyskRYjdAd0nnbE1K-Hekmpb1HvqRyiyTVMvdoiAQgbQ-x1tFESeE7IEPbEr0ePTUaTOq_G4kXbl8tty1gBEzw8IXz3nc987229mqJBKaNGFMSVFhwIzaLKjTkv5qbwuKBmYwZgAVO2HRopF4H-YG7QxTS3V8NgWvWxvKHSwzN3xPcJXwStewDjYL9XE7FUB8bncjdGvSFX_yA3OZlfXOAqatMcH3w0Jebe-r7HC14HXVGSUPzjxATzH3krdCRrsVQ5T_N3AEDXA-TDldZcNJpl_EpuDcfobDniMsNiSbFzIH6EuBv7Vy4aP.
- ↑ Peter, Laurence (2018-10-16). "Orthodox Church split: Five reasons why it matters" (en-GB ভাষাত). BBC News. https://www.bbc.com/news/world-europe-45877584.
- ↑ "Christian persecution 'at near genocide levels'" (en-GB ভাষাত). BBC News. 2019-05-03. https://www.bbc.com/news/uk-48146305.
- ↑ "Persecution of Christians 'coming close to genocide' in Middle East – report" (en ভাষাত). 2019-05-02. http://www.theguardian.com/world/2019/may/02/persecution-driving-christians-out-of-middle-east-report.
- ↑ "One in three Christians face persecution in Asia, report finds" (en ভাষাত). 2019-01-16. http://www.theguardian.com/world/2019/jan/16/one-in-three-christians-face-persecution-in-asia-report-finds.