ইটা দুৰ্গ
অৱয়ব
ইটা দুৰ্গ | |
---|---|
ইটা দুৰ্গ, দক্ষিণ দিশৰ প্ৰৱেশদ্বাৰ | |
অৱস্থান | ইটানগৰ, অৰুণাচল প্ৰদেশ, ভাৰত |
নিৰ্মাণ | ১৪-১৫ শতিকা |
ইটা দুৰ্গ (ইংৰাজী: Ita Fort) হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এক উল্লেখযোগ্য ঐতিহাসিক স্থান।
নামৰ উৎপত্তি
[সম্পাদনা কৰক]"ইটা দুৰ্গ"ৰ অৰ্থ হৈছে ইটাৰে নিৰ্মিত দুৰ্গ (আহোম ভাষাৰপৰা আহিছে)। ইটানগৰত আৱস্থিত এই দুৰ্গটো ইটাৰে নিৰ্মিত। সেয়ে ইয়াক "ইটা দুৰ্গ" বুলি কোৱা হয়।
নিৰ্মাণ
[সম্পাদনা কৰক]এই দুৰ্গটো ১৪শ অথবা ১৫শ শতিকাৰ আগভাগতেই নিৰ্মাণ কৰা হৈছিল।[1] এটুকুৰা ওপৰত আন এটুকুৰা ইটা জাপি দি এই দুৰ্গটো নিৰ্মাণ কৰা হৈছে। ১৬,২০০ ঘন মিটাৰৰ এই বিশাল দুৰ্গটোক কিছু বিদ্বান লোকে "জিতাৰী বংশ"ৰ ৰামচন্দ্ৰৰ মায়াপুৰ বুলি চিহ্নিত কৰিছে।[2] এই দুৰ্গটোত তিনিটা দিশ - পশ্চিম দিশ, পূব দিশ আৰু দক্ষিণ দিশত তিনিখন দুৱাৰ আছে।
পুৰাতাত্বিক বিভাগে ইয়াৰ পৰা কিছুমান সামগ্ৰী সংগ্ৰহ কৰি জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহলয়ত ৰাখিছে।[3].
চিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]-
ইটা দুৰ্গ, দক্ষিণ দিশৰ প্ৰৱেশদ্বাৰ
-
দক্ষিণ দিশৰ প্ৰৱেশদ্বাৰৰ ইটা দুৰ্গ
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Tourism in Arunachal Pradesh". Arunachalpradesh.nic.in. http://arunachalpradesh.nic.in/tourism.htm। আহৰণ কৰা হৈছে: 2012-03-27.
- ↑ "Arunachal Tourism". Arunachal Tourism. 1911-12-04. Archived from the original on 2012-04-05. https://web.archive.org/web/20120405211841/http://arunachaltourism.com/destination.php। আহৰণ কৰা হৈছে: 2012-03-27.
- ↑ T. Raatan (2006). History, religion and culture of north east India. Gyan Books. পৃষ্ঠা. 29. ISBN 8182051789. http://books.google.co.in/books?id=L8x0ZLkFdFkC&pg=PA29&dq=Jawaharlal+Nehru+Museum,+Itanagar&hl=en&sa=X&ei=fTx9T4GUJ8LirAfbscz4DA&ved=0CF4Q6AEwBw#v=onepage&q=Jawaharlal%20Nehru%20Museum%2C%20Itanagar&f=false.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ইটা দুৰ্গ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |