ইটিভি বাল্যভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইটিভি বাল্যভাৰত

ETV Bal Bharat

উদ্বোধন ২৭ এপ্ৰিল ২০২১; ২ বছৰ আগত (2021-04-27)
নেটৱৰ্ক ইটিভি নেটৱৰ্ক
গৰাকী ৰামোজী গ্ৰুপ
দেশ ভাৰত
ভাষা অসমীয়া, হিন্দী, তামিল, মালয়ালম, তেলেগু, বাংলা, পাঞ্জাবী, কানাড়া, ওড়িয়া আৰু গুজৰাটী
মুখ্য কাৰ্যালয় হায়দৰাবাদ, তেলেংগানা, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ
  • ইটিভি
  • ইটিভি প্লাছ
  • ইটিভি চিনেমা
  • ইটিভি অন্ধ্ৰপ্ৰদেশ
  • ইটিভি লাইফ
  • ইটিভি অভিৰুচি
  • ইটিভি তেলেংগানা
ৱেবছাইট www.etvbalbharat.com

ইটিভি বাল্যভাৰত (ইংৰাজী: ETV Bal Bharat) হৈছে হায়দৰাবাদস্থিত ইটিভি নেটৱৰ্কৰ মালিকানাধীন মাচুলযুক্ত শিশু-মনোৰঞ্জনধৰ্মী চেনেল যিয়ে এনিমেটেড ধাৰাবাহিক আৰু চলচ্চিত্ৰ সম্প্ৰচাৰ কৰে।[1] বাৰটা সুকীয়া ভাষাৰ চেনেলেৰে ২০২১ চনৰ ২৭ এপ্ৰিলত এই নেটৱৰ্ক আৰম্ভ কৰা হৈছিল।[2]

ইটিভি বাল্যভাৰত হৈছে ইটিভি নেটৱৰ্কৰ প্ৰথমটো শিশু-মনোৰঞ্জনধৰ্মী চেনেল আৰু ই একমাত্ৰ চেনেল যি ইংৰাজীৰ লগতে এঘাৰটা ভাৰতীয় ভাষাত অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰে।[3] কিন্তু ২০২২ চনৰ ১ এপ্ৰিলত অসমীয়া, তামিল, পঞ্জাবী, ওড়িয়া, গুজৰাটী, মাৰাঠী আৰু বঙালী ভাষাৰ আঞ্চলিক চেনেলসমূহ বন্ধ কৰি দিয়া হয়। অৱশ্যে ইয়াৰ মূল চেনেলত আটাইকেইটা ভাষাৰ অডিঅ’ ফীজ এতিয়াও মজুত আছে।[4]

লগতে চাওক[সম্পাদনা কৰক]

  • ইটিভি নেটৱৰ্ক
  • ৰামোজী গ্ৰুপ
  • ইনাডু

বাহ্যিক সংযোগসমূহ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Eenadu Television set to venture into kids genre". Exchange4media.com. 26 April 2021. https://www.exchange4media.com/amp/media-tv-news/eenadu-television-set-to-venture-into-kids-genre-with-etv-bal-bharat-in-12-languages-112560.html। আহৰণ কৰা হৈছে: 4 June 2021. 
  2. "ETV Bal Bharat in 11 Indian languages". The Hindu. 28 April 2021. https://www.thehindu.com/news/cities/Hyderabad/etv-bal-bharat-in-11-indian-languages/article34433932.ece/amp/। আহৰণ কৰা হৈছে: 4 June 2021. 
  3. "Exclusive: ETV gears up to launch its kids’ channel ‘Bal Bharat’ in 12 Indian languages on 27 April". AnimationXpress. 22 April 2021. https://www.animationxpress.com/animation/exclusive-etv-to-launch-kids-channel-bal-bharat-in-12-indian-languages-on-27-april/। আহৰণ কৰা হৈছে: 12 October 2021. 
  4. Bhadra, Soham (2022-01-08). "Six ETV Bal Bharat regional channels to close down in April". DreamDTH. https://dreamdth.com/six-etv-bal-bharat-regional-channels-to-close-down-in-april/amp/। আহৰণ কৰা হৈছে: 2022-03-26.