ইমান তিতা সাগৰৰ পানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইমান তিতা সাগৰৰ পানী  
লেখক হীৰেন গোহাঁই
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশ ২০১১
মিডিয়া প্ৰকাৰ মুদ্ৰণ

ইমান তিতা সাগৰৰ পানী এখন আত্মজীৱনী।[1] হীৰেন গোহাঁইৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০১১ চনত। প্ৰথম প্ৰকাশক-আলিবাট প্ৰকাশন। গ্ৰন্থখনত মুঠ ১৭টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২৭২। আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী, আৰু সপোনৰ দিকচৌ বনত

আত্মজীৱনীখনৰ সূচীপত্ৰ[সম্পাদনা কৰক]

  • কথাৰম্ভ
  • বামপণ্ঠী সংগঠনৰ সেৱাত (ক)
  • বামপণ্ঠী সংগঠনৰ সেৱাত (খ)
  • সংসাৰমায়া অতীৱ বিচিত্ৰম্
  • কেম্পাছৰ বছৰবোৰ
  • অবিস্মৰণীয়
  • বিদ্ধত সংসৰ্গৰ বৈচিত্ৰ্য (ক)
  • বিদ্ধত সংসৰ্গৰ বৈচিত্ৰ্য (খ)
  • হেমাংগদা
  • অনিল ৰায়চৌধুৰীক মই যিদৰে জানো
  • দিগন্তত ক’লা ডাৱৰ
  • কালধুমুহাৰ তাণ্ডৱ
  • অন্ধযুগৰ আগমন
  • এক অনুসন্ধানৰ প্ৰতিবেদন
  • এক ট্ৰে’জিক চৰিত্ৰ
  • শিল্প-সাহিত্যৰ বিষুৱ অৰণ্যত
  • মৃত্যুৰ সৈতে মুখামুখি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]